Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Assamese Wikipedia
@aswikipedia
মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ।
Assam, India
Joined February 2017
76
Following
3.5K
Followers
2.1K
Posts
Assamese Wikipedia
@aswikipedia
over 1 year ago
Assamese Wikipedia
@aswikipedia
over 1 year ago
এই চেগতে সকলোলৈকে ধন্যবাদ! অনুষ্ঠানৰ বাবে আৰ্থিক সহযোগিতাৰ লগতে অন্যান্য দিশবোৰটো বাট দেখুওৱ�� চিআইএছ-এটুকেৰ নীতেশ গীল আৰু মেদিনী চুব্বুলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ।
Assamese Wikipedia
@aswikipedia
over 1 year ago
বিগত প্ৰায় দুমাহৰ পৰা এটা উৎকণ্ঠাৰ অন্ত পেলাই কালি গুৱাহাটীৰ IIBMত সফলতাৰে আনুষ্ঠিত হ'ল প্ৰথম অসমীয়া ৱিকি সংযোগ সন্মিলন-২০২৫। কেৱল মাতৃভাষাৰ প্ৰতি থকা অকৃত্ৰিম টানটোৰ বাবেই সকলো দূৰ-দূৰণিৰ পৰ�� আহি সন্মিলনত উপস্থিত হ'লহি। উপস্থিত মেণ্টিসকলৰ সক্ৰিয়তাই আমাক মুগ্ধ কৰিলে।
See More
Assamese Wikipedia
@aswikipedia
over 1 year ago
অভিনন্দন জ্যোতি চিৰিং!
Who to follow
DIPR Assam
@diprassam
Official Twitter account of the Directorate of Information and Public Relations, Government of Assam. Follow for updates related to Govt of Assam.
Geetashri Lachit
@geetashrilachit
ADC, Assam Civil Service ||Alumna of Jorhat Engg.||M.Engg.||Double Master’s 👩🎓||Mom of Twins👯♀️|| Wife of👮♂️||❤️🌳Travel || Photography 📸|| 🕊r Personal
Akhil Gogoi
@AkhilGogoiAG
Official Twitter handle of Akhil Gogoi, Member of Legislative Assembly 108-LAC Sibsagar, Assam and President of Raijor Dal.
Assamese Wikipedia
@aswikipedia
over 1 year ago
#WTS2024
Assamese Wikipedia
@aswikipedia
over 1 year ago
#WikiLove
Assamese Wikipedia
@aswikipedia
over 1 year ago
অসমীয়া ৱিকিমিডিয়া পৰিয়ালক প্ৰতিনিধিত্ব কৰি হাইদৰাবাদত দু��িনীয়াকৈ অনুষ্ঠিত Wikimedia Technology Summit (WTS)ত ক্ৰমে ভাস্কৰ ভূঞা, অজয় দাস আৰু ঈশান জ্যোতি বৰাৰ অংশগ্ৰহণ।
Assamese Wikipedia
@aswikipedia
over 1 year ago
যোগদানৰ বাবে আগ্ৰহীসকলক এই গোটত যোগ দিবল��� অনুৰোধ জনালোঁ। https://t.co/mVO2AbfPcU https://t.co/WPjZr5LGob
Assamese Wikipedia
@aswikipedia
over 1 year ago
এই সময়ছোৱাত ন-শিকাৰুৱে কোনো বাধ্যবাধকতা নোহোৱাকৈ নিজৰ সময়- সুবিধা মিলাই অনলাইন বা অফলাইন এগ��াকী অভিজ্ঞ ৱিকিমিডিয়ানৰ সহায় আৰু দিহা-পৰামর্শ লাভ কৰিব৷ ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পত যোগদানৰ শেষ দিন: ২৯ ছেপ্টেম্বৰ, ২০২৪।
Assamese Wikipedia
@aswikipedia
over 1 year ago
অভিজ্ঞ ৱিকিমিডিয়ানৰ পৰা অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পৰ কাম শিকক আৰু অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাত অৱদান আগবঢ়াওক। মেণ্টৰশ্বিপৰ সময়সীমা: ১ অক্টোবৰ- ৩১ ডিচেম্বৰ, ২০২৪।
Assamese Wikipedia
@aswikipedia
over 1 year ago
জনাবলৈ পাই সুখী হৈছোঁ যে ২০২৪ বৰ্ষৰ ১৩ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হৈ থকা চাওঁতালি ৱিকি আঞ্চলিক সমাৰোহত অসমীয়া ৱিকিমিডিয়াৰ দুজন সক্ৰিয় সদস্য প্ৰণামিকা অধিকাৰী আৰু ���য়ন জ্যোতি নাথে অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত হৈছে। দুয়োজন সদস্যলৈ আমি শুভেচ্ছা জনাইছোঁ।
See More
Assamese Wikipedia
@aswikipedia
over 1 year ago
Assamese Wikipedia
@aswikipedia
almost 2 years ago
অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচী মেণ্টি নিৰ্বাচন: ছেপ্টেম্বৰ, ২০২৪ মেণ্টৰশ্বিপ প্ৰকল্প: ১ অক্টোবৰ - ৩১ ডিচেম্বৰ, ২০২��� অধিক তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰক 👇 https://t.co/WPjZr5LGob
Assamese Wikipedia
@aswikipedia
almost 2 years ago
অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচী মেণ্টি নিৰ্বাচন: ছেপ্টেম্বৰ, ২০২৪ মেণ্টৰশ্বিপ প্ৰকল্প: ১ অক্টোবৰ - ৩১ ডিচেম্বৰ, ২০২৪ অধিক তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰক 👇 https://t.co/WPjZr5LGob
Assamese Wikipedia
@aswikipedia
almost 2 years ago
From rural roots to the charm of Poland https://t.co/MVuTfCjhPq
@Wikimedia
#Wikimania2024
#Katowice
Assamese Wikipedia
@aswikipedia
almost 2 years ago
#Wikimania2024
#Katowice
Assamese Wikipedia
@aswikipedia
almost 2 years ago
Indic Wikimedia Mini-Hackathon: Guwahati, 2024 https://t.co/ysJqsKFIy1
Assamese Wikipedia
@aswikipedia
about 2 years ago
তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোলৈকে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ৩/৩
Assamese Wikipedia
@aswikipedia
about 2 years ago
২০১২ চনৰ পৰা অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ যোৱা ২৭ এপ্ৰিল, শনিবাৰে অকালতে দেহাৱসান ঘটে। ১/৩
Assamese Wikipedia
@aswikipedia
about 2 years ago
অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই যোৱা চন্দন চিৰিং ফুকনক হেৰুৱাই অসমীয়া ৱিকিমিডিয়া সমাজ শোকাভিভূত। এয়া কেৱল অসমীয়া ৱিকিমিডিয়া সমাজৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি। ২/৩
Assamese Wikipedia
@aswikipedia
over 2 years ago
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ মহিলা স্বেচ্ছাসেৱকসকলৰ শুভেচ্ছা-বাৰ্তা https://t.co/4tzY8zICV5
#InternationalWomensDay
Last Seen Users on Sotwe
bảo anh
Seen from
Vietnam
ᴍᴍ..
Seen from
Thailand
nimra khan
Seen from
Pakistan
艾米丽
Seen from
Germany
MH
Psyche (Official Account)
Seen from
Philippines
🌽
Seen from
United States
สาวใหญ่
Seen from
Thailand
🐝🌿៚កំលោះស្រុកស្រែ🌿🌿🐝🐝
BUSE & METİN
Seen from
Turkey
Trends for you
1
#loveislandusa
Under 10K tweets
2
Pratt
Under 10K tweets
3
#BaddiesUSA
Under 10K tweets
4
#TonyAwards
Under 10K tweets
5
Philippines
Under 10K tweets
6
Raman
Under 10K tweets
7
Mormons
Under 10K tweets
8
Bregman
Under 10K tweets
9
#RHOA
Under 10K tweets
10
Bibi
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.2M followers
2
Barack Obama
@barackobama
119.3M followers
3
Donald J. Trump
@realdonaldtrump
111.6M followers
4
Cristiano Ronaldo
@cristiano
109M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.3M followers
7
NASA
@nasa
92.1M followers
8
Justin Bieber
@justinbieber
90.6M followers
9
KATY PERRY
@katyperry
86.9M followers
10
Taylor Swift
@taylorswift13
80.7M followers
11
Lady Gaga
@ladygaga
72.2M followers
12
Kim Kardashian
@kimkardashian
69.4M followers
13
Virat Kohli
@imvkohli
68.6M followers
14
YouTube
@youtube
68.6M followers
15
Bill Gates
@billgates
63.4M followers
16
The Ellen Show
@theellenshow
62.5M followers
17
CNN
@cnn
61.9M followers
18
Neymar Jr
@neymarjr
61.2M followers
19
X
@x
60.9M followers
20
Selena Gomez
@selenagomez
60M followers
Olivia
Online
✨
⭐
💫