Cinephiles in Guwahati. Here's the rare opportunity to watch the fully-restored prints of some classics on the big screen, including Jahnu Barua's Halodhiya Choraye Baodhan Khai, Dr Bhabendra Nath Saikia’s Anirban and Aribam Syam Sharma's Ishanou. Not to be missed chance. 1/2
আজি ৰাজু দাসৰ ঠাইত কোনোবা আলী আহমেদ নাম হোৱা হলে ইমান পৰে দুলীয়াজানৰ ৰাস্তাই ৰাস্তাই হিন্দু সুৰক্ষা গৰু সুৰক্ষা দল সংগঠনৰ প্ৰতিবাদ দেখা পালে হেঁতেন। ইয়াত কিমানে যে পোষ্ট কৰিলে হেঁতেন। আমাৰ দুটামান অসমীয়াও কৰিলে হেঁতেন।সমস্যা হল নিহত কেইজন অসমীয়া আৰু সন্দেহ কৰা কেইজন বঙালী।