@BhagawatiKr ঠিক কৈছে;কিছুমান কথা গোপনীয় হৈ থকাই ভাল , সেই বোৰ মাজে সময়ে চলি থাকে আৰু থাকিব , কিন্তু সামাজিক বান্ধোনৰ বাবে অতি সীমিত থাকে ৷
আইনৰ আওতালৈ আনিলে পৰম্পৰাগত সামাজিক বান্ধোন অনতি পলমে ভাঙি পৰিব ৷ পশ্চিমীয়া সভ্যতাই চিঙ্গোল মাডাৰ কনসেপ্ট সোমাই পৰিব ৷ একেবাৰে উদঙীয়া সমাজ হ’ব