দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদীৰ্ঘ ১২ বছৰ সফল কাৰ্যকালৰ উপলক্ষে আজি, ১৮ জুন ২০২৬ তাৰিখে যোৰহাট জিলাৰ কলিয়াপানী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত "জন কল্যাণ শিৱিৰ-সেৱা: সংকল্প, বিকাশ আৰু জন ভাগিদাৰী" কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
@PMOIndia@CMOfficeAssam@diprassam
আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত তথা জিলা উন্নয়ন আয়ুক্ত ডাঙৰীয়াৰ পৌৰোহিত্যত অহা ২১ জুন, ২০২৬ তাৰিখ দেওবাৰে অনুষ্ঠিত হ’���লগীয়া NEET UG ২০২৬-ৰ পুনৰ পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে এখন বৈঠক গুৰুত্বপূৰ্ণ অনুষ্ঠিত হয়।