Is it so? I am an Assamese and I'm not a second class citizen, we are very much Indians. Action should be initiated against this commentator..
@himantabiswa sir, please do something 🙏
ডিব্ৰুগড় বিশ্ববিদ্যালয় সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয় ।
সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতি , সহ সাধাৰণ সম্পাদক পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ । এই জয় ছাত্ৰ সমাজৰ জয় ।
জয় আই অসম
@SamujjalBhatta