@himantabiswa@ranojpeguassam@CMOfficeAssam ২০১৮ আৰু ২০১৯ বৰ্ষৰ স্কুটী বিতৰণৰ ক্ষেত্ৰত বিজ্ঞান আৰু বাণিজ্য শাখাৰ CUT OFF MARK কলা শাখাৰ সমান কৰি তিনিওটা শাখাক সম মৰ্যদা দিয়ে যেন 🙏 @AjantaNeog বাইদেউ আপুনি বাজেটত এই বিষয়ে উল্লেখ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে যেন🙏🙏🙏🙏
The budget session of Assam Assembly for the year 2021-22 has began today.
I will present the budget on July 16 with the aim of contributing a people-oriented and far reaching budget to the people of Assam.