Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
mamunchetia128
@DoyamoniC
h.s
Guwahati, India
Joined October 2018
36
Following
42
Followers
96
Posts
mamunchetia128
@DoyamoniC
10 months ago
@NayanMa59602314
#JusticeForZubeenGarg
mamunchetia128
@DoyamoniC
over 1 year ago
আলি-আ য়ে- লৃগাং শুভেচ্ছা🙏
mamunchetia128
@DoyamoniC
over 1 year ago
মুখ্যমন্ত্রী- নতুন নামে নামকৰণ এতিয়া কৰিমগঞ্জ শ্রীভূমি লৈ
mamunchetia128
@DoyamoniC
over 1 year ago
মানুহে মানুহৰ বাবে যদিহে অকণো নেভাৱে অকনি সহানুভূতিৰে ভাৱিব কোনেনো কোৱা? সমনীয়া..... ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি এয়োদশ সংখ্যক স্মৃতি দিৱস। তেখেতলৈ সশ্রদ্ধ প্রণিপাত জনালোঁ 🙏
Who to follow
Ankitrajsaikia
@ankitrajsaikia
Engineer 👨💻
বিতোপন সোনোৱাল
@BituponXnwl
অপেক্ষা'ৰত স��ই মূহুৰ্তলৈ, যিদিনা স্বদেশৰ বীণাত বাজিব স্বাধীনতাৰ গান॥
mamunchetia128
@DoyamoniC
almost 2 years ago
🎈আপোনালোক সকলোলৈ মোৰফালৰপৰা শাৰদীয় দূৰ্গোৎসৱলৈ আন্তৰিক শুভেচ্ছা থাকিল মা দূৰ্গাই সকলোকে কৃপা কৰক সকলোৰে দেহ মন ঠিক কৰক মনৰ কুলষ কালিমা দূৰ হওঁক । happy durga puja 🎈
mamunchetia128
@DoyamoniC
almost 2 years ago
কাইলৈ ADRE পৰীক্ষা বাবে সমগ্ৰ ৰাজ্যতে কৰ্তন হ'ব ইন্টাৰনেট সেৱা...
mamunchetia128
@DoyamoniC
almost 2 years ago
অতিকে শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্রীসকলৰ এনে অপৰিসীম কষ্ট, সাধনা, আপোনালোকে দিয়া জ্ঞান, শিক্ষাগুৰুসকলৰ লগত কটোৱা প্ৰতিপল সময় মনত প্ৰৱাহিত নৈৰ সোঁতৰ দৰে বৈ থাকিব।পবিত্র শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত মহান গুৰুসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। ভালে থাকক সকলো।। শ্ৰদ্ধাৰে🙏🙏
mamunchetia128
@DoyamoniC
about 2 years ago
অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ লাভলিনাৰ
mamunchetia128
@DoyamoniC
about 2 years ago
কৃষ্টি-সংস্কৃতিৰে ভৰা জাতিৰ সঞ্জীৱনী শক্তি বিষ্ণু প্ৰসাদ ৰাভাৰ আজি মৃত্যু বাৰ্ষিকী। বিশ্বৰ ছন্দে ছন্দে অসমৰ সমাজ জীৱনক জাকত-জিলিকা কৰি তোলাৰ যাত্ৰাত কলাগুৰুৰ কৰ্মচেতনা, স্বদেশপ্রেম আৰু সৃষ্টিয়ে আমাক অনুপ্ৰাণিত কৰি যাব। তেখেতৰ পুণ্যতিথিত কলাগুৰুক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
See More
mamunchetia128
@DoyamoniC
about 2 years ago
mamunchetia128
@DoyamoniC
over 2 years ago
চুতীয়া জাতিৰ শেষৰ গৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্য আৰু সাহসৰ প্ৰতীক তথা নাৰী বাহিনী - সংগঠক বীৰাংগনা সতী সাধনীৰ ৫০০ তম স্মৃতি - দিৱসৰ পৱিত্ৰ দিনটোত আই গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো।
mamunchetia128
@DoyamoniC
over 2 years ago
আজি ১০.৩০ বজাত ঘোষিত হ'ব ২৪ বৰ্ষৰ মেট্ৰিকৰ ফলাফল
mamunchetia128
@DoyamoniC
over 2 years ago
Roi roi roti...
DoyamoniC's tweet video.
mamunchetia128
@DoyamoniC
over 2 years ago
সকলো লৈ বাপতিসাহোন ৰঙালী বিহু হিয়াভৰা ওলগ জনালোঁ🙏🙏
mamunchetia128
@DoyamoniC
over 2 years ago
সৰু অৱস্থাত পিছলি পৰিলে দৌৰি আহি কোনেৱে ধৰেহি! আৰু এটা বয়সৰ পিছত নিজেই নিজক খামুচিব লাগে।
mamunchetia128
@DoyamoniC
over 2 years ago
কাইলৈ কেৱল সূৰ্যটোহে নিজৰ ঠাইত ওলাব!বাস্তৱতাৰ সৈতে কেৱল সময়েহে খেলিব!মানুহবোৰ কেৱল নিৰৱ দৰ্শক💚💚
mamunchetia128
@DoyamoniC
over 2 years ago
ট্ৰেণ্ডিঙত আছে কংগনা ৰাণাৱত আৰু ‘বসু’।ভাৰতৰ প্ৰথমগৰাকী প্রধানমন্ত্রী- সুভাষ চন্দ্র বসু-কংগনা ৰাণাৱট
mamunchetia128
@DoyamoniC
over 2 years ago
বিহাৰৰ বেগুচৰাই বায়ুৰ গুণাগুণ বিশ্বৰ ভিতৰতে শীৰ্ষস্থান...প্ৰদূষিত চহৰৰ ভিতৰত দ্বিতীয় গুৱাহাটী আৰু তৃতীয় দিল্লী ��্ৰদান কৰা হৈছে..বিশ্বৰ শীৰ্ষ ১০০টা স্থানত থকা চহৰৰ ভিতৰত ৮৩ খনেই ভাৰতৰ।
mamunchetia128
@DoyamoniC
over 2 years ago
mamunchetia128
@DoyamoniC
over 2 years ago
মাটি হোৱাতকৈ বালি হোৱাই ভাল..কোমল হ'লে সকলোৱে নিজৰ ইচ্ছাৰে আকাৰ দিব!"বালি"ধুমুহা হালি পৰা গছ নহয়! মৰুভূমি তৃষ্ণাতুৰ পথিক হোৱাত কৈ কেকটাছ হোৱাই ভাল🙃
mamunchetia128
@DoyamoniC
over 2 years ago
Last Seen Users on Sotwe
The Big Penis App
Seen from
Chile
LucaBangkok
Seen from
Thailand
ellen degenerate
Can Yakar
Seen from
Turkey
Luciana
Seen from
United States
Eduarda Lins
Seen from
Argentina
z
Seen from
Singapore
𝚙𝚊𝚝🐈⬛
Seen from
Thailand
Sexy Asian Girls - 11.8K
Seen from
Malaysia
NakedBearMD
Seen from
Turkey
Trends for you
1
Zay Flowers
Under 10K tweets
2
Thanksgiving
Under 10K tweets
3
Fire Emblem
Under 10K tweets
4
Coaches Poll
Under 10K tweets
5
The Hood
Under 10K tweets
6
Todd Blanche
Under 10K tweets
7
Reuters
Under 10K tweets
8
Sirens
Under 10K tweets
9
#GalaxyWatchUltra2
Under 10K tweets
10
#RepublicanMedicareCuts
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.2M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.6M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.2M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.4M followers
9
KATY PERRY
@katyperry
88.8M followers
10
Taylor Swift
@taylorswift13
82.7M followers
11
Lady Gaga
@ladygaga
74.2M followers
12
Virat Kohli
@imvkohli
71.7M followers
13
Kim Kardashian
@kimkardashian
70.4M followers
14
YouTube
@youtube
68.7M followers
15
Neymar Jr
@neymarjr
64.6M followers
16
Bill Gates
@billgates
64.5M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
61.9M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫