লাহৰিঘাটৰ সমস্যাবোৰ ওচৰৰ পৰা দেখিছোঁ আমি, সেয়ে সমাধানৰ প্ৰচেষ্টাৰে আগবাঢ়িছো ৰাজনীতিলৈ ৷ এই যাত্ৰাত ৰাইজৰ বহু পৰিমাণে সহায়-আৰ্শীবাদ পাইছোঁ ৷ এই জনমতেই সাৰথি হ’ব আমাৰ যাত্ৰাৰ ৷
#SupportForidulhussain#Laharighat
জনতাৰ বিশ্বাসৰ বিনিময়ত এইয়া বিকাশৰ ফোপোলা স্বৰূপ ৷ সময় থাকোতেই সজাগ হওঁক ৰাইজ ৷ লাহৰিঘাটলৈ সঁচা অৰ্থত উন্নয়ন আ���ক ৷
#SupportForidulhussain #Laharighat
এটা সমষ্টিৰ উন্নয়ন নিৰ্ভৰ কৰে সেই ঠাইৰ জনপ্ৰতিনিধিগৰাকীৰ সদিচ্ছাৰ ওপৰত ৷ জনপ্ৰতিনিধি সজাগ নহ’লে ৰাইজ বঞ্চিত হয় ৷ আনকি, আন ঠাইলৈ গ’লে আমাৰো লাহৰিঘাটক লৈ চিন্তা হয় ৷ যিসময়ত সকলোবোৰ সমষ্টি উন্নত হৈছে, সেইসময়ত লাহৰিঘাট ৰৈ গৈছে ৷ আমি কামনা কৰোঁ, লাহৰিঘাট জাকত-জিলিকা হৈ উঠক। নিজৰ প্ৰাপ্যৰ বাবে ৰাইজে উচিত সিদ্ধান্ত লওঁক ৷
#Laharighat #SupportForidulhussain #StopCorruption
ৰাজনীতি হ’ব লাগে জনসাধাৰণৰ স্বাৰ্থত ৷ ইয়াৰ পৰিৱৰ্তে, জনপ্ৰতিনিধি যদি কেৱল নিজৰ লাভালাভতেই ব্যস্ত থাকে তেতিয়া ৰাইজে প্ৰাপ্য হেৰুৱাই ৷ আশা কৰিছোঁ, এনে নেত��ক ৰাইজে চিনি পাব আৰু সঠিক সিদ্ধান্ত ল’ব ৷
#StopCorruption #Laharighat
আমাৰ প্ৰতি ৰাইজৰ যি আশা আছে, সেই আশাই মোক এক নতুন পৰিচয় দিছে ৷
ৰাইজৰ আশাই নতুন সংকল্প দিছে, দায়বদ্ধতা দিছে ৷
এই আশাই বাস্তৱ ৰূপ লওঁক, লাহৰিঘাটলৈ পৰিৱৰ্তন আহক ৷
#SupportForidulhussain#Laharighat