Himanta Biswa Sharma is a Gujarati model
The dirty Bharlu river has been covered with triplets to prevent IPL players from seeing it.
#Himonta_biswa_sarma
"ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষা কৰা আৰু SEBA ৰ সংস্কাৰ"ৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত গুৱাহাটীত #ছাত্ৰ_বিক্ষোভ কাৰ্য্যসূচী সফলভাৱে ৰূপায়ন কৰা হয় ৷
জয় আই অসম!
#Protest#SEBA#Assam
@himantabiswa ছাৰ মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইত বহুতো Rehabilitation centre জন্ম হৈছে কিন্তু এই centre সমূহ পযাপ্ত পৰিমাণৰ সা-সুবিধা নথকাৰ ফলত বহু সময়ত বহুতো ঘটনা সংঘটিত হৈ আহিছে গতিকে এই বিষয়ত আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিলে ভাল হয়।