Top Tweets for #AAPForAssam
Ananta Gogoi, the Aam Aadmi Party candidate from the Behali Assembly, is receiving love and blessings from the people.
The people are rallying for change and a better future for Assam.
#AAPAssam
#AnantGogoi #AAPForAssam

Ananta Gogoi, the Aam Aadmi Party candidate from the Behali Assembly, is receiving love and blessings from the people.
The people are rallying for change and a better future for Assam. #AAPAssam #AnantGogoi #AAPForAssam

স্মাৰ্ট মিটাৰৰ শোষণৰ সম্পৰ্কত আপ, অসমৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰদেৱৰ মন্তব্য।
#AAPForAssam #BJPLootsAssam

আপ, অসমৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয় যে বিজেপিয়ে অসমত বৰ্তমান যি সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ বিৰোধিতা কৰিব আম আদমি পাৰ্টীয়ে। তাৰ বিপৰীতে আম আদমি পাৰ্টীয়ে সদায় সততা, উন্নয়ন আৰু কৰ্মৰ ৰাজনীতি কৰি যাব।
#AAPForAssam
নিৰ্বাচন যিদৰে বহুকেইটা স্তৰত অনুষ্ঠিত কৰা হয়, ঠিক সেইদৰে ADREৰ দৰে পৰীক্ষাসমূহো বহুকেইটা পৰীক্ষা অনুষ্ঠিত কৰাটো উচিত। এই মন্তব্য আম আদমি পাৰ্টীৰ ৰাজ্যিক নেত্ৰী পুনম গগৈৰ।
#AAPForAssam
পৰীক্ষাকেন্দ্ৰত তালাচীৰ নামত মহিলা পৰীক্ষাৰ্থীসকলৰ শ্লীলতা হানিৰ যি চেষ্টা চলিল ইয়াৰ পৰাই বুজা যায় যে মানৱ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰ সচেতন নহয়। আমি আপ, অসমে এনে ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।
#AAPForAssam
ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো ADRE পৰীক্ষাৰ পেপাৰখন কেনেকৈ লীক হ'ল সেইটো এটা সন্দেহ আৰু অনুসন্ধানৰ বিষয়।
#AAPForAssam
জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এয়া আপ, অসমৰ দাবী। ধৰ্ষণকাৰীক ধৰ্মৰ নামত ভাগ কৰাতকৈ ধৰ্ষণকাৰীক ফাঁচীকাঠত সোনকালে ওলোমাবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিব লাগে।
#AAPForAssam
অসমত সুৰক্ষিত নহয় মহিলা। যোৱা আঠটা বছৰত অসমত ১৮,২৬২টা ধৰ্ষনৰ ঘটনা সংঘটিত হৈছে। মহিলাক সুৰক্ষা দিয়াত কিয় বিফল হৈছে চৰকাৰ?
#AAPForAssam
অসমৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহৰ সমাধান কৰাতকৈ সাম্প্ৰদায়িক বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ খেল কৰিবলৈ বিচাৰিছে। এয়া অসমৰ জনসাধাৰণৰ প্ৰতি এক অপমান।
#AAPForAssam
আজি পশ্চিম হাতীপুৰা নামতি মিচিং স্বায়ত্বশাসিত অঞ্চলৰ গাওঁবাসীয়ে বিজেপি, কংগ্ৰেছ আৰু ASDS ত্যাগ কৰি আজি আম আদমি পাৰ্টীত যোগদান কৰে। আমি সকলো গাওঁবাসীক আম আদমি পাৰ্টীলৈ স্বাগতম জনাইছোঁ।
#AAPForAssam #JoinAAP

আজি বৰপেটা জিলাৰ চেঙা সমষ্টিত আপ, অসমৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। এই সভাখনত উপস্থিত থাকে আপ, অসমৰ ৰাজ্যিক নেতা মামুন ইমদাদুল হক চৌধুৰী ডাঙৰীয়া, আৰীফ ডাঙৰীয়া আৰু চেঙা সমষ্টিৰ আপৰ নেতা জাহিদুল খান ডাঙৰীয়া।
#AAPForAssam #JoinAAP

আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেটেতং পঞ্চায়তৰ চাৰিটাকৈ ৱাৰ্ডৰ শতাধিক ব্যক্তিয়ে আম আদমি পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে। বিদ্যুত বিকাশ চেতিয়াৰ নেতৃত্বত যোগদান কৰে বহুকেইজন কংগ্ৰেছৰ প্ৰাক্তন নেতা-কৰ্মীয়ে৷
#AAPForAssam #JoinAAP

আজি আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত আম আদমি পাৰ্টীয়ে স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই প্ৰতিবাদী কাৰ্যসূচীটোৰ যোগেদি অসমত বিজেপি চৰকাৰে আদানীৰ স্বাৰ্থ সুৰক্ষিত কৰি অসমৰ ৰাইজক যিধৰনৰ শোষণ কৰিছে তাৰ প্ৰতিবাদ কৰা হয়।
#BJPLootsAssam
#AAPForAssam

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ বান্দিয়া গাওঁ পঞ্চয়তত দৰং জিলা আপৰ সভাপতি আখতাৰুল ইছলাম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত যোগদান কাৰ্য্যসূচী আৰু কৰ্মী সভা অনুষ্ঠিত হয়।
#JoinAAP
#AAPForAssam

অসম-নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধানত মুঠেও আগ্ৰহী নহয় বিজেপি চৰকাৰ।
#AAPForAssam

চৰকাৰী প্ৰচেষ্টাতে অসমত ধ্বংস কৰা হৈছে চৰকাৰী বিদ্যালয়সমূহ। চৰকাৰী বিদ্যালয়সমূহৰ এই শ্মশান যাত্ৰাৰ ফলত চৰকাৰৰ লাভ হৈছে, কিয়নো চৰকাৰে তেওঁলোকৰ বন্ধুসকলক চহকী কৰি গৈ আছে আৰু সাধাৰণ ৰাইজ দিনকদিনে দুখীয়া হৈ গৈ আছে।
#AAPForAssam
অসমত এগৰাকীও দক্ষ শিক্ষামন্ত্ৰী নাই নে, যিগৰাকী শিক্ষামন্ত্ৰীয়ে এখন হ'লেও চৰকাৰী বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে তৈয়াৰ কৰি দেখুৱাব পাৰে? এই প্ৰশ্ন আম আদমি পাৰ্টী, অসমৰ।
#AAPForAssam
যিসময়ত অসমত চৰকাৰী বিদ্যালয়ৰ ড্ৰপ-আউটৰ সংখ্যা বৃদ্ধি পাইছে সেইসময়চোৱাত অসমত ইখনৰ পাছত সিখনকৈ চৰকাৰী বিদ্যালয়ক ধ্বংসৰ গৰাহলৈ ঠেলি দি বিজেপি চৰকাৰে প্ৰমাণ কৰিছে যে তেওঁলোকে অসমৰ ৰাইজৰ হিতৰ কাৰণে কেতিয়াও চিন্তা নকৰে।
#AAPForAssam
মোদী চৰকাৰৰ আদানীপ্ৰীতিয়ে দেশৰ জনসাধাৰণক জ্বলা-কলা খুৱাইছে। বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰিয় মিত্ৰ আদানী ডাঙৰীয়াৰ হাতত ৰাজ্যৰ সকলো বিদ্যুত সংযোগ তুলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। স্মাৰ্ট মিটাৰৰ নামত দুখীয়া ৰাইজৰ তেজ শুহি খাইছে এইখন চৰকাৰে।
#AAPForAssam
Last Seen Hashtags on Sotwe
ทอมขี้เงี่ยน
Seen from Thailand
足フェチ
Seen from Korea
izmirgrupseks
Seen from Turkey
momson((()))*+filter:native_video
Seen from United States
omegle()filter:videos
Seen from United States
çorumçift
Seen from Turkey
Gropping
Seen from United States
wata
Seen from Pakistan
momson(()) filter:videos
ควยนายแบบ
Seen from Thailand
Most Popular Users

Elon Musk 
@elonmusk
241.1M followers

Barack Obama 
@barackobama
119.1M followers

Cristiano Ronaldo 
@cristiano
112.4M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.1M followers

Rihanna 
@rihanna
98.1M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.3M followers

KATY PERRY 
@katyperry
88.7M followers

Taylor Swift 
@taylorswift13
82.6M followers

Lady Gaga 
@ladygaga
74.1M followers

Virat Kohli 
@imvkohli
71.5M followers

Kim Kardashian 
@kimkardashian
70.3M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.5M followers

Neymar Jr 
@neymarjr
64.4M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.8M followers

X 
@x
60.8M followers













