Top Tweets for #ChairSharing
@dhruv_rathee ৰ Video সমূহৰ অৰ্থ কি ?
#EyeOpening নে #ChairSharing.
✍️ নীল নয়ন 🥀
👉 নৰেন্দ্ৰ মোদীয়ে "ভাৰতত গণতন্ত্ৰ সমাপ্ত কৰিছে" বুলি কোৱাটো এক অতি ভিত্তিহীন দাবী আৰু ই এক বিতৰ্কৰ যোগেদি সাধাৰণ জনতাৰ মানসপটত মোডীৰ কেইবা দশকযোৰা প্ৰশাসনিক অভিজ্ঞতা আৰু দক্ষতাক মূল্যহীন কৰাৰ এক অপচেষ্টা মাথোন।
👉 মোডীৰ চৰকাৰৰ সমালোচক ধ্ৰুৱ ৰাথিয়ে যুক্তি আগবঢ়ায় যে কিছুমান কাৰ্য আৰু নীতিয়ে ভাৰতৰ গণতান্ত্ৰিক নীতিক ভেঙুচালি কৰিছে। ইয়াৰ ভিতৰত ক্ষমতাৰ কেন্দ্ৰীকৰণ, প্ৰতিষ্ঠান দুৰ্বল কৰা, সংবাদ মাধ্যমৰ স্বাধীনতা খহনীয়া, মতানৈক্যৰ ওপৰত দমন, বৈষম্যমূলক বা স্বৈৰাচাৰী বুলি ভবা আইন প্ৰণয়ন আদি আছে। কিন্তু মন কৰিবলগীয়া যে ভাৰতে এতিয়াও
👉নিয়মীয়া নিৰ্বাচন,
👉বৈচিত্ৰময় সংবাদ মাধ্যমৰ পৰিৱেশ,
👉 স্বতন্ত্ৰ ন্যায়পালিকা আৰু এক সক্ৰিয় নাগৰিক সমাজৰ সৈতে গণতান্ত্ৰিক কাঠামোৰ ভিতৰত কাম কৰি আছে।
👉 গণতান্ত্ৰিক পশ্চাদপসৰণৰ উদ্বেগ থাকিলেও ভাৰতত মোডীৰ বাবে "গণতন্ত্ৰ সমাপ্ত" বুলি চৰিত্ৰায়ন কৰাটো এটা প্ৰতিষ্ঠিত তথ্য নহয়, ই মাত্ৰ এটা বিৰোধী শিবিৰৰ অপৈনত দৃষ্টিভংগী। মোডীৰ নেতৃত্বত ভাৰতৰ গণতন্ত্ৰৰ অৱস্থাৰ প্ৰতি বিৰোধী গোটৰ দৃষ্টিভংগী ভিন্ন হ’ব পাৰে কিন্তু ই যে সত্যৰ ওপৰত প্ৰতিষ্ঠিত তাত সন্দেহ আছে।
👉 যদিহে ভাৰতত গণতন্ত্ৰৰ পতন ঘটিছে তেন্তে প্ৰশ্ন হয় যে আঞ্চলিক নিৰ্বাচন সমূহত বিৰোধীৰ একক সংখ্যাগৰষ্ঠতাৰে হোৱা বিজয়সমূহ গণতান্ত্ৰিক নাছিল নেকি ?
👉 তেলেংগানা,
👉 কৰ্ণাটক,
👉 কেৰেলা,
👉 পঞ্জাৱ,
👉 দিল্লী,
👉 হিমাচলপ্ৰদেশত নিৰ্বাচিত হোৱা চৰকাৰ সমূহ গণতান্ত্ৰিক নাছিল নেকি ? ধ্ৰুৱ ৰাথি নামৰ জনপ্ৰিয় #YouTuber জনে তেঁওৰ বিশেষ #VIDEO ত অতি কৌশলেৰে এনে এনে বিষয়ৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহি জনতাক এক বিপৰীত ৰাজনৈতিক প্ৰতিচ্ছবি দেখুওৱাৰ সুন্দৰ প্ৰয়াস কৰিছে। কাৰণ কেইবাদশকৰ মোডীৰ প্ৰশাসনিক সফলতা, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক অথবা আন্তৰ্জাতিক নীতিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব পৰাকৈ তেওঁৰ ওচৰত পতিয়ন নিয়াব পৰা যুক্তিৰ নাছিল।
গতিকে তেওঁ কিছু সাংবিধানিক সুৰুঙাক অস্ত্ৰ হিচাপে লৈ সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰচেষ্টা কৰিছে। যিহেতু ভাৰতৰ জটিল আইনী বিষয় সমূহত সৰ্বসাধাৰণ জনতাৰ বিশেষ দখল নাথাকে গতিকে তেওঁ এই ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰাত কিছু পৰিমাণে সফল হৈছে।
তেওঁৰ Video সমূহৰ Keywords হৈছে Faild Democracy, Dictatorship, Electoral Bond, ED, CBI, Scam আদি।
তাৎপৰ্পূৰ্ণ ভাবে Video সমূহত
👉 Development,
👉 Digitalization,
👉 Economic indicators,
👉 GDP,
👉 Growth,
👉 Global positioning,
👉 Infrastructure,
👉 Industrialization,
👉 Political stability,
👉 Social indicators,
👉 Self Dependency,
👉Trade Deficit আদিৰ দৰে শব্দৰ প্ৰয়োগ দেখা নাপাব।
এনে Selective Approach এ এটা কথা প্ৰমাণ কৰে যে তেওঁৰ Content creation ৰ অৰ্থ কি ? Eye Opening নে Chair Sharing.🙏
Q. Why did Dhruv Rathi stay far from this truth ?
#Tsunami

2nd Day with us and Hiro likes my working chair like our old lady Jamie
°˖✧◝(⁰▿⁰)◜✧˖°
Do you also have to share your chair with your pets? :D
#chairsharing




This is why we're called #kittyandlulu My "supervisor" sitting behind me. #chairsharing… https://t.co/8hewCqQRdT
Last Seen Hashtags on Sotwe
omegle
Seen from Turkey
Momson() +filter:native_video
Seen from Saudi Arabia
zodwalibram
Seen from Greece
slutwife
Seen from Japan
ClassicBlackLove
Seen from Saudi Arabia
GerakanNasionalKaumMudaBertanidanBanggaJadiPetani
Seen from United States
StruggleforPride
Seen from Japan
cruisingguadalajara
Seen from Mexico
vektorpet
Seen from Netherlands
Most Popular Users

Elon Musk 
@elonmusk
241M followers

Barack Obama 
@barackobama
119.2M followers

Cristiano Ronaldo 
@cristiano
111.9M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107M followers

Rihanna 
@rihanna
98M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.2M followers

KATY PERRY 
@katyperry
88.4M followers

Taylor Swift 
@taylorswift13
82.3M followers

Lady Gaga 
@ladygaga
73.8M followers

Virat Kohli 
@imvkohli
71.1M followers

Kim Kardashian 
@kimkardashian
70.1M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.3M followers

Neymar Jr 
@neymarjr
63.9M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.5M followers

X 
@x
60.8M followers









