Top Tweets for #DailyFirstNews
ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যত চলি থকা ভয়ংকৰ বনভূমি ধ্বংস সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ।
#DailyFirstNews @BhupenKBorah
@INCAssam @IYCAssam

মই গেৰুৱা ৰঙক অপমান কৰা নাই আৰু মই কোনো ৰঙক মানও নিদিও, কাৰণ ৰং ৰঙেই তাত ধৰ্মৰ পৰিচয় হ’ব নালাগে ৷
পাঠান ছবিৰ বিতৰ্ক চলি থকা সময়ত অভিনেতা ৰবি শৰ্মাৰ মন্তব্য ৷
#DailyFirstNews #RaviSarma #AssameseActor #Pathaan

পাঠান ছবিৰ বিতৰ্ক লৈ অভিনেতা ৰবি শৰ্মাৰ প্ৰশ্ন হঠাৎ শ্বাহৰুখ খান মুছলিম হৈ গ'ল ৷
মিছা কথা এটা ঢাকিবলৈ মানুহে বহু মিছা কথা ক'ব লগা হয়, ৰাইজ বুৰ্বক নহয় ।
#DailyFirstNews #RaviSarma #AssameseActor #Pathaan

সমষ্টি পুনৰনিৰ্ধাৰণ : তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ প্রদেশ কংগ্ৰেছে গঠন কৰিলে উচ্চ - স্তৰীয় কমিটী ৷
#Dailyfirstnews https://t.co/1Xi3da3oei
অসম-ঃ পিকনিকৰ ক্ষেত্ৰত শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা ৷
#DailyFirstNews https://t.co/AE1qQiFKMP
অসম: ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ লেখক ড° শিৱনাথ বৰ্মনৰ মৃত্যু ৷
Assam: Prominent writer Dr Sivanath Barman passes away in Guwahati.
#DailyFirstNews
https://t.co/ZPM7HYtCSj
অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম ও তথ্য প্ৰযুক্তি বিভাগৰ নেতৃত্বৰ আদৰণি ৷
#DailyFirstNews https://t.co/84KYduGMpz
যোৰহাট জিলাৰ বিভিন্ন প্ৰকল্পৰ বাবে ৮৫৩ কোটি টকাৰ পেকেজ মুখ্যমন্ত্ৰীৰ ৷
#DailyFirstNews
@himantabiswa
@BJP4Assam
https://t.co/GDm7BZ1TyH
অসম: সোণোৱাল কছাৰী আৰু চাহ জনগোষ্ঠীৰ প্রতিনিধিৰ সৈতে বৈঠক প্ৰদেশ কংগ্ৰেছৰ ৷
Meeting with representatives of Sonowal, Kachari and Tea communities in the state Congress.
#DailyFirstNews
@BhupenKBorah
@INCAssam
https://t.co/MMlVYQCziA
অসম: বিগত ৪৫ টা দিনত ১৪ খন জিলা সামৰি অবশেষত অন্ত পৰিল প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ ৷৷
The Bharat Jodo Yatra Assam has finally come to an end after covering 14 districts in the past 45 days.
#DailyFirstNews https://t.co/3TVnGeLHBn
অসম: বৃহস্পতিবাৰে শদিয়াত ৪৫ দিনীয়া কংগ্ৰেছৰ পদযাত্ৰাৰ সামৰণি ৷৷
@kharge @JitendraSAlwar @BhupenKBorah @pradyutbordoloi
@GauravGogoiAsm @INCAssam
#DailyFirstNews
https://t.co/EcOfVOAmZp
মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক তথা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিজনৰ মৃত্যু ৷
নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ গভীৰ শোক প্ৰকাশ ৷৷
#DailyFirstNews
@pradyutbordoloi
https://t.co/5PUGZfu7Ju
ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিব বুলি কৈ আঁঠবছৰে কেৱল প্ৰতাৰণা কৰিলে বিজেপিয়ে- ভূপেন বৰা।
#DailyFirstNews
@BhupenKBorah
@INCAssam
https://t.co/XmVfep6qDA
“ভাৰত জোড়ো যাত্ৰা অসমৰ আজি ৪০ তম দিন ৷ আজি ডিব্ৰুগড় জিলাৰ মৰাণত জনতাৰ অভূতপূৰ্ব সহাৰিৰে কংগ্ৰেছৰ “ভাৰত জোড়ো যাত্ৰা অসম’লৈ ৷৷
#DailyFirstNews @BhupenKBorah @pradyutbordoloi @GauravGogoiAsm @INCAssam @IYCAssam @bharatjodo
https://t.co/GUMy88CoqK
অসম: এক চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমৰ পৰিণতিত ধিঙৰ যুৱকৰ আত্মহত্যা -৷
#DailyFirstNews https://t.co/3UemDEYBKK
অসম: লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ নাজাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভ ৷৷
#DailyFirstNews https://t.co/Vy8syoY7uM
অসম: আজি মাজলীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷৷
#dailyfirstnews
@himantabiswa https://t.co/y7q3vrPdXo
আঁঠুৱাৰ তলত এনকেফেলাইটিছ মহ লৈ নিশা শোৱাৰ অভ্যাস কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ - ভূপেন বৰা ৷
#DailyFirstNews
@BhupenKBorah
@INCAssam

Last Seen Hashtags on Sotwe
dnd5echaracters
Seen from United States
SSPlilerDavayaHazırlanıyor
Seen from United Kingdom
سكس_سوداني
whoareyoubambamxseulgi
Seen from United States
Omegle momson
Seen from Oman
용돈
Seen from Korea
cfnm #handjob
Seen from Turkey
barisreus
Seen from Turkey
mamalatina
Seen from Mexico
loanluan
Seen from United Kingdom
Trends for you
Most Popular Users

Elon Musk 
@elonmusk
241M followers

Barack Obama 
@barackobama
119.2M followers

Cristiano Ronaldo 
@cristiano
112.2M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.1M followers

Rihanna 
@rihanna
98.1M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.3M followers

KATY PERRY 
@katyperry
88.5M followers

Taylor Swift 
@taylorswift13
82.4M followers

Lady Gaga 
@ladygaga
73.9M followers

Virat Kohli 
@imvkohli
71.3M followers

Kim Kardashian 
@kimkardashian
70.2M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.4M followers

Neymar Jr 
@neymarjr
64.2M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.6M followers

X 
@x
60.8M followers

