Top Tweets for #FlowerIdentification
#8PM #FlowerIdentification
হাচনাহানা । Night Blooming Jasmine,Queen of the night.
Cestrum nocturnum.
মোৰৰ ঘৰৰ লগতে থকা গছজোপাই পুৱাৰ পৰা সন্ধিয়ালৈকে সুগন্ধি বিলাই থাকে।
This night flower flavours my house the whole night.

#FlowerIdentification
White Foxtail orchid
কপৌফুল...

#FlowerIdentification
White Foxtail orchid
কপৌফুল...

#FlowerIdentification
#ফুলপৰিচয়
#কেতেকী #ScrewPine
ব’হাগ আৰু কেতেকী - অতি নিবীড়-পুৰণি সম্বন্ধ। বসন্তৰ মৃদু বতাহত কেতেকীৰ সুগন্ধে গাঁওখন ভৰাই তোলে, তাৰ লগে লগে মনত জাগে বাসন্তী উলাহ। বিহু নামতো কেতেকীৰ এক সুকীয়া, মৰমলগা স্থান আছে - যেনেকৈ ই বসন্তৰ আগমনী বাণী কঢ়িয়াই আনে।
নৈ পানী বাঢ়িলে, নাহৰ ফুল ফুলিলে,
আঁহতে সলালে পাত;
কুলি কেতেকীয়ে ইনালে-বিনালে,
বিহু বিহু লাগিছে গাত…
প্ৰকৃতি, সুগন্ধ আৰু উৎসৱৰ এই মিলনে ব’হাগক কৰি তোলে আৰু অধিক মনোমোহা।
কেতেকী ফুল নামতো চিনাকী যদিও বহুতৰ বাবেই অপৰিচিত । এইপাহেই 'কেতেকী' Screw Pine ।
#HappyBohagBihu
#Bihu

#ব'হাগ #কপৌফুল
Smiles of Bohag in my Garden..
মোৰ বাগিচাত ব'হাগীৰ হাঁহি...
#Orchid
#FoxtailOrchid
#FlowerIdentification
#MyGarden

#ব'হাগ #কপৌফুল
Smiles of Bohag in my Garden..
মোৰ বাগিচাত ব'হাগীৰ হাঁহি...
#Orchid
#FoxtailOrchid
#FlowerIdentification
#MyGarden

Trends for you
Most Popular Users

Elon Musk 
@elonmusk
240.8M followers

Barack Obama 
@barackobama
119.2M followers

Donald J. Trump 
@realdonaldtrump
111.7M followers

Cristiano Ronaldo 
@cristiano
111.3M followers

Narendra Modi 
@narendramodi
107M followers

Rihanna 
@rihanna
97.8M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91M followers

KATY PERRY 
@katyperry
88M followers

Taylor Swift 
@taylorswift13
81.9M followers

Lady Gaga 
@ladygaga
73.4M followers

Virat Kohli 
@imvkohli
70.4M followers

Kim Kardashian 
@kimkardashian
69.9M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.1M followers

Neymar Jr 
@neymarjr
63.3M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.9M followers

Selena Gomez 
@selenagomez
61.1M followers

X 
@x
60.8M followers