Top Tweets for #NSUIForStudents
Representing the Students of Tezpur University NSUI Assam State Secretary Sagnik Biswas participated in the JNUSU students parliament.
NSUI is committed for the betterment of Students fraternity.
#tezpuruniversity #jnu #nsui #nsuiforstudents

নগাঁও জিলাৰ ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক আৰু সহ সাধাৰণ সম্পাদক পদত NSUI সমৰ্থিত প্ৰাৰ্থী দুগৰাকী বিপুল ভোটত জয়লাভ কৰে।
#NSUIForStudents #NSUIAssam #NSUI

মঙ্গলদৈ মহাবিদ্যালয় NSUI গোটৰ উদ্যোগত আৰু দৰং জিলা NSUI সহযোগত মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যপন্থা সমূহ আৰু আগন্তুক দিনৰ পৰিকল্পনা সহিতে এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
#NSUIForStudents #NSUIAssam #NSUI
আজি গোৱালপাৰা জিলাৰ অন্তৰ্গত শ্ৰী সুৰ্যগিৰি অঞ্চলিক মহাবিদ্যালয়ৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে ছাত্ৰ একতা সভাৰ সকলো সদস্য দলীয় আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে NSUI ত যোগদান কৰে।
#NSUIForStudents #NSUIAssam #NSUI

मेहनत बच्चों की, नतीजा ‘ABSENT’
NSUI छात्रों के हक़ की लड़ाई लड़ेगी, हर बार!
#JusticeForStudents #NSUIForStudents #CampusKiAwaaz #BachoKaHaq #StudentPower #voteradhikaryatra #votechor #votechori
হোজাই জিলা NSUI উদ্যোগত লংকা মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী তথা ABVP আৰু ছাত্ৰ পৰিষদৰ বহুতো কাৰ্যকৰ্তাই দলীয় আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ NSUI ত যোগদান কৰে।
#NSUIAssam #NSUI #NSUIForStudents

বাক্সা জিলা NSUI উদ্যোগত বিজেপি চৰকাৰে NCERT ইতিহাসৰ পাঠ্যপুথিত আহোম সকলৰ বিষয়ে বহুতো ভূল তথ্য প্ৰকাশ কৰি ইতিহাস বিকৃত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
#NSUIAssam #NSUIForStudents

যোৰহাট জিলা NSUI উদ্যোগত আৰু CKB বাণিজ্য মহাবিদ্যালয় NSUI গোটৰ সহযোগত বিজেপি চৰকাৰে NCERT ইতিহাসৰ পাঠ্যপুথিত আহোম সকলৰ বিষয়ে বহুতো ভূল তথ্য প্ৰকাশ কৰি ইতিহাস বিকৃত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
#NSUIAssam #NSUIForStudents

শোণিতপুৰ জিলা NSUI উদ্যোগত আৰু তেজপুৰ মহাবিদ্যালয় NSUI গোটৰ সহযোগত বিজেপি চৰকাৰে NCERT ইতিহাসৰ পাঠ্যপুথিত আহোম সকলৰ বিষয়ে বহুতো ভূল তথ্য প্ৰকাশ কৰি ইতিহাস বিকৃত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।
#NSUIAssam #NSUIForStudents

বিজেপি চৰকাৰে NCERT ৰ পাঠ্যপুথিত আহোমৰ ইতিহাস বিকৃত কৰি ভূল শিক্ষাৰে নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে হাইলাকান্দি জিলা NSUI উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয়।
#NSUIAssam #NSUIForStudents

বিজেপি চৰকাৰে NCERT ৰ পাঠ্যপুথিত আহোমৰ ইতিহাস বিকৃত কৰি নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে লংকা মহাবিদ্যালয় NSUI গোটৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয়।
#NSUIAssam #NSUIForStudents

দৰং জিলা NSUI উদ্যোগত জিলা ৰাজীৱ ভৱনত মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী দলীয় আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ NSUI ত যোগদান কৰে।
#NSUIAssam #NSUIForStudents

লংকা মহাবিদ্যালয় NSUI গোটৰ উদ্যোগত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্ৰশাসনিক কাম কাজত সহায় হোৱাকৈ "Help Desk" স্থাপন কৰা হয়।
#NSUIForStudents #NSUIAssam #NSUI

বজালী জিলা NSUI উদ্যোগত নিৰ্মল হালৈ মহাবিদ্যালয়ত এই বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ প্ৰদানৰ বাবে কিছু সামগ্ৰী উপহাৰ হিচাপে দি তেওঁলোকক স্বাগতম জনোৱা হয়।
#NSUIAssam #NSUIForStudents #NSUI

গোৱালপাৰা জিলা NSUI উদ্যোগত লক্ষীপুৰ মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা বাৰ্তা জনোৱা লগতে কিছু উপহাৰৰ দ্বাৰা আদৰণি জনোৱা হয়।
#NSUIForStudents #NSUIAssam #NSUI

ধুবুৰী জিলা NSUI উদ্যোগত প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত 2025 বৰ্ষত নামভৰ্ত্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা লগতে স্বাগতম জনোৱা হয়।
#NSUIForStudents #NSUIAssam

বঙাইগাঁও জিলা NSUI উদ্যোগত মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত 2025 বৰ্ষত নামভৰ্ত্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা লগতে কিছু উপহাৰৰ দ্বাৰা স্বাগতম জনোৱা হয়।
#NSUIForStudents #NSUIAssam

বঙাইগাঁও জিলা NSUI উদ্যোগত অভয়াপুৰী মহাবিদ্যালয় আৰু বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ত 2025 বৰ্ষত নামভৰ্ত্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা লগতে কিছু উপহাৰৰ দ্বাৰা স্বাগতম জনোৱা হয়।
#NSUIForStudents #NSUIAssam

হোজাই জিলাৰ লংকা মহাবিদ্যালয় NSUI গোটৰ উদ্যোগত মহাবিদ্যালয়লৈ অহা এই বৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা বাৰ্তা প্ৰদান কৰা লগতে আদৰণী জনোৱা হয়।
#NSUIForStudents #NSUIAssam #NSUI

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় NSUI গোটৰ উদ্যোগত মহাবিদ্যালয় খনলৈ অহা নৱাগত সকলক উৎসাহ যোগোৱাৰ লগতে কিছু শিকন সামগ্ৰী প্ৰদানেৰে স্বাগতম জনোৱা হয়।
#NSUIAssam #NSUI #NSUIForStudents
Last Seen Hashtags on Sotwe
nolimit()********** +filter:native_video
Seen from Germany
lasvegas
Seen from United States
Gophercon
Seen from United States
malayporn
Seen from Malaysia
nolimit()****** filter:videos
Seen from Singapore
culona
Seen from Colombia
trabzoncd
Seen from Netherlands
ديوت_أختي
Seen from United States
blackededit #hentai
Seen from France
بدوي
Seen from France
Most Popular Users

Elon Musk 
@elonmusk
240.8M followers

Barack Obama 
@barackobama
119.2M followers

Donald J. Trump 
@realdonaldtrump
111.7M followers

Cristiano Ronaldo 
@cristiano
111.3M followers

Narendra Modi 
@narendramodi
107M followers

Rihanna 
@rihanna
97.8M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.1M followers

KATY PERRY 
@katyperry
88M followers

Taylor Swift 
@taylorswift13
81.9M followers

Lady Gaga 
@ladygaga
73.4M followers

Virat Kohli 
@imvkohli
70.5M followers

Kim Kardashian 
@kimkardashian
70M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.1M followers

Neymar Jr 
@neymarjr
63.3M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.9M followers

Selena Gomez 
@selenagomez
61.1M followers

X 
@x
60.8M followers

















































