Top Tweets for #TheCriticalscript
গ��ৱাহাটীক এক সুকীয়া পৰিচয় প্ৰদান কৰিবলৈ গুৱাহাটী পৌৰ নিগমে (GMC) মহানগৰখনক 'পাৰ্পল চিটী' (Purple City) বা বেঙুনীয়া চহৰ হিচাপে গঢ়ি তোলাৰ এক অভিনৱ পদক্ষেপ হাতত লৈছে।
#Purplecity #Guwahati #Assam #TheCriticalScript

দীঘলীপুখুৰী, ক��ৱল এক পুখুৰী নহয়, ই হৈছে মহানগৰবাসীৰ বাবে এক গভীৰ আৱেগ, ঐতিহ্য আৰু ইতিহাসৰ জীৱন্ত প্ৰতীক।
Watch to know more...
#digholipukhuri #history #Assam #TheCriticalScript
ভাৰত�� প্ৰথমটো ৰাজহুৱা খণ্ডৰ শোধনাগাৰৰ গৃহ 'নুনমাটি'ক এসময়ত 'লনমাটি' বুলি কোৱা হৈছিল, লন আৰু মাতি মানে নিমখ আৰু মাটি। কাৰণ সেই অঞ্চলৰ মাটিৰ সোৱাদ নিমখীয়া আছিল।
Explore more — click here 👇
https://t.co/sfUBYTzrmL
#unknownfacts #guwahati #history #TheCriticalScript

কাজিৰঙাত দেখা গ'ল বিৰল প্ৰজাতিৰ বগা হৰিণ
For interesting facts, political insights, and engaging stories, visit our website — Link in the bio👆
#kajiranganationalpark #Assam #TheCriticalscript
২০২৫ চনৰ পিছত ২০২৬ত খিতাপ ৰক্ষা কৰিবলৈ সক্ষম হ’ল ৰজত পাটিদাৰৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। ফাইনেলত ৪২টা বলত ৭৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে কিং কোহলীয়ে। ১৮ অ’ভাৰত�� নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
#royalchallengersbanglore #viratkohli #rajatpatidar #iplwinner2026 #thecriticalscript

পকী' ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। ১৮৭৪ চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই তেজপুৰত নিৰ্মাণ কৰিছিল উত্তৰ অসমৰ প্ৰথমটো পকীঘৰ।
#jyotiprasadagarwala #Assam #History #TheCriticalScript

শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰাৰ সময়তে ৩৬ বছৰ ধৰি শগুনৰ আশ্���য়স্থললৈ পৰিণত হৈছে পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চলৰ ফুলেশ্বৰী দত্তৰ ঘৰৰ চৌহদটি ৷
#phuleshwaridutta #Assam #freineofvultures #Thecriticalscript

Beneath Talatal Ghar lies a world of hidden tunnels, mystery, and Ahom history. A palace, a fortress, and one of Assam’s most fascinating wonders.
#TalatalGhar #AssamHeritage #Thecriticalscript

ইতিহাস ৰচিলে অসমৰ জীয়ৰীয়ে।২১ মে'ত মাউন্ট এভাৰ���ষ্ট আৰোহণ কৰিলে অসমৰ ৰূপামণি গড়ে।মাউন্ট এভাৰেষ্ট আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী যুৱতী লখিমপুৰৰ ৰূপামণি গড়।
#mounteverest #Assamwomen #firstassamese #TheCriticalScript

From Daranggiri Banana Market in Goalpara, mornings begin with hundreds of trucks carrying Assam’s bananas across India. What seems like a local market is actually a major distribution hub feeding the nation.
#Assam #GoalparaDistrict #BananaMarket #TheCriticalScript

ইলোৰা ৰায়চৌধুৰী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা যিয়ে মৃত্যুৰ পাছত নেত্ৰদান আৰু দেহদান কৰিছিল।
Watch to know more...
#Assam #elliraraichoudhry #socialworker #Thecriticalscript
বিল্বেশ্বৰ দেৱ��লয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। ৰজা নাগক্ষৰ দিনতে স্থাপিত নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়। এই দেৱালয়ত দুর্গা পূজা হয় যদিও ইয়াৰ পূজাত দেৱীৰ মূৰ্তি নাথাকে।
#billeswardevalaya #Assam #historic #TheCriticalScript

In Mayong, often called the “land of magic” the line between history and mystery fades. Stories passed down through time, along with accounts like the Alamgirnama, speak of an army that entered these forests and never returned.
#Mayong #Assam #landofmagic #TheCriticalScript

Long before paper became common, Assam preserved its literature and scriptures on Sanchi bark, carefully crafted from the bark of the agar tree.
#Asdam #sanchibark #TheCriticalScript

🚨পুলৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ড পাক-অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদত গুলীয়াই হত্যা কৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বুৰহান হামজাক। অজ্ঞাত লোকে বাইক আৰোহী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বুৰহান হামজাক।
#pulwanaattack #mastermind #killed #TheCriticalScript

A timeless testament to Ahom heritage, devotion, and architectural brilliance at Fakuwa Doul.
#FakuwaDoul #Sivasagar #AhomHeritage #AssamHistory #TheCriticalScript
অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা��� ২২ জুনৰ ৰাতি ৯ বাজি ১০ মিনিটৰ প্ৰবৃত্তিৰ পিছতেই বন্ধ হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।
#ambubachimela #kamakhyatemple #Assam #TheCriticalScript

ঐতিহাসিক মাঘনোৱা দ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্হিত। ইয়াক ফুলবাৰী দ'ল নামেৰেও জনা যায় । নাৰায়ণপুৰৰ পিচলা নৈৰ পূব দিশত অৱস্থিত মাঘনোৱা বিলৰ পাৰত এই দ'লটো এসময়ত শক্তিৰ অধিষ্ঠাত্রী দেৱী কালীৰ এক মুখ্য পূজনস্থলী আছিল বুলি প্রবাদ আছে।
#Historic #Assam #TheCriticalScript

পথৰুঘাটৰ কৃষক বিদ্ৰোহ, ১৮৯৪ চনৰ ২৮ জানুৱাৰীত অসমৰ দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ অত্যাধিক মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে স্থানীয় কৃষকসকলে কৰা এক ঐতিহাসিক সংগ্ৰাম।
Watch to know more..
#patharughatuprising #Assam #history #TheCriticalScript
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় দেশৰ প্ৰথমটো ছেটেলাইট-টেগযুক্ত 'গংগা চফ্টশ্বেল' কাছ মুখ্যমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক বিশেষ মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছে।
#gangessoftshellturtle #kazirangawildlifesanctury
#Assam #TheCriticalScript

Last Seen Hashtags on Sotwe
blackwidowjoi
Seen from Saudi Arabia
TiemposdeAMLO
Seen from United States
triobobo
Seen from Spain
VOVÔGAROTO
Seen from Brazil
結婚相談所あるある
Seen from Kenya
LonavalaMonsoon
Seen from Indonesia
baitedboy
Seen from United States
BlueLipGloss
Seen from United Kingdom
nolim
Seen from United States
فاجرة
Seen from France
Most Popular Users

Elon Musk 
@elonmusk
240.1M followers

Barack Obama 
@barackobama
119.3M followers

Donald J. Trump 
@realdonaldtrump
111.6M followers

Cristiano Ronaldo 
@cristiano
108.7M followers

Narendra Modi 
@narendramodi
106.9M followers

Rihanna 
@rihanna
97.2M followers

NASA 
@nasa
92.1M followers

Justin Bieber 
@justinbieber
90.5M followers

KATY PERRY 
@katyperry
86.7M followers

Taylor Swift 
@taylorswift13
80.5M followers

Lady Gaga 
@ladygaga
72.1M followers

Kim Kardashian 
@kimkardashian
69.3M followers

YouTube 
@youtube
68.6M followers

Virat Kohli 
@imvkohli
68.4M followers

Bill Gates 
@billgates
63.4M followers

The Ellen Show
@theellenshow
62.5M followers

CNN 
@cnn
61.9M followers

Neymar Jr 
@neymarjr
60.9M followers

X 
@x
60.9M followers

CNN Breaking News 
@cnnbrk
59.9M followers
