Top Tweets for #TheCrosscurrent
পৰীক্ষাৰ উত্তৰবহী পুনৰীক্ষণৰ দাবী কৰিলে দেশদ্ৰোহী হয় ছাত্ৰ৷ @VEDANTSHRIV17ক পাকিস্তানী আখ্যা চৰকাৰী টিভিৰ সাংবাদিকৰ৷ @cbseindia29 স্পষ্টীকৰণৰ পিছত ভুল স্বীকাৰ সাংবাদিকৰ।
#CBSE #VedantSrivastava #CBSEExam #TheCrossCurrent
কোন আছে CJPৰ সৃষ্টিৰ আঁৰত? বিৰোধীয়ে পিছফালৰ পৰা সহায় কৰিছে CJP সৃষ্টিত?
#CockroachJantaParty #SocialMediaTrending #TheCrossCurrent
দেশৰ কেইবাখনো ৰাজ্যত কাৰ্যকৰী হ'ব SIR। উত্তৰাখণ্ড, হাৰিয়ানা, দিল্লীকে ধৰি মুঠ ১৬ খন ৰাজ্যত কাৰ্যকৰী হ'ব SIR। SIRৰ বাবেই পুনৰ নিৰ্বাচন আয়োগ সন্মুখীন হ'বলৈ গৈ আছে জনতাৰ ক্ষুৰধাৰ সমালোচনাৰ।
#SIR #India #TheCrossCurrent
ভাৰত আৰ্থিক সংকটৰ দিশে আগবাঢ়িছে নেকি? কিয় ক’ভিডকালীন পৰিস্থিতিৰ কথা ওলাইছে প্ৰধানমন্ত্ৰীৰ মুখত?
#NarendraModi #India #TheCrossCurrent
হিটৱেভৰ বলি হ’ব পাৰে অসম! শেহতীয়াকৈ চৰকাৰে কাটিবলৈ ওলাইছে ৪,৪২৪ জোপা গছ। উন্নয়নৰ বাবেই হাজাৰ হাজাৰ জোপা গছ কটাৰ কিবা যুক্তি আছেনে?
#Assam #TreeCutting #HimantaBiswaSarma #TheCrossCurrent
কোনে হ**ত্যা কৰিলে সুভেন্দু অধিকাৰীৰ PAক? নিৰ্বাচনী ফলাফলৰ পাছতেই কিয় অস্থিৰ হৈ পৰিছে পশ্চিমবংগ?
#WestBengal #SuvenduAdhikari #BJPGovernment #TheCrossCurrent
Assam CM #HimantaBiswaSarma said #DilwarHussainMozumder, the arrested chief reporter of digital news portal #TheCrossCurrent, had abused a man belonging to an ST community and demanded a huge loan from the Assam Cooperative Apex Bank in Guwahati.
https://t.co/gEz44pJWFr
সংবাদমাধ্যমক কোনে ভয় কৰে?
#thecrosscurrent

Scam..
Scammers and
Here comes the whistleblower…
The another brave journalist busted by the corrupt government…
@Crosscurrent_in
#Thecrosscurrent
Sr digital media journo Dilwar Hussain Mozumdar from portal The CrossCurrent - Assam arrested yesterday.
Guess what was he doing before arrest.
He was covering an alleged multi-crore Bank scam case where CM Himanta Biswa Sarma is the Director.
Assam Co-operative Apex Bank.🧵1/7

One of the country's most popular #YouTube channel take the name of #TheCrosscurrent for investigative news report on the #corruption of Chief Minister #HimantaBiswaSarma.
Video Courtesy- Shyam Meera singh/YT
@ShyamMeeraSingh
আৰু এগৰাকী ৰাজীৱ শদিয়া ওলাবনে?
#thecrosscurrent

'দ্য ক্ৰছকাৰেণ্ট'ৰ সম্পাদক অৰূপ কলিতাৰ 'কাঁটাতাঁৰৰ সিপাৰে বাংলাদেশ' উন্মোচন।
#thecrosscurrent

ফেচবুকত চৰকাৰী আঁচনি ঘোষণা কৰাটো কিহৰ প্ৰৱনতা? শক্তিশালী নেতাসকল আচলতে কিমান শক্তিশালী? শক্তিশালী নেতা গণতন্ত্ৰৰ বাবে উপকাৰী নে বিপজ্জনক?
প্ৰতি শনিবাৰে নিশা ৮ বজাত 'দ্য ক্ৰছকাৰেণ্ট'ত বিশেষ বিশ্লেষণেৰে 'ক' মানে কিতাপ-
#mythofthestrongleader #books #thecrosscurrent
কি আছিল বছৰটোৰ আৰম্ভণিৰ গুৰুত্বপূৰ্ণ বাতৰি? ২০২৪ ত কি কৰিলে 'দ্য ক্ৰছকাৰেণ্টে'? ইয়াৰ পাছত কি কৰিব?
#explain #thecrosscurrent
আজিৰ 'বৈঠকী'ত ড০ অংকুৰ তামুলী ফুকনৰ সৈতে অৰুণাভ শইকীয়া।
আজি নিশা ৯ বজাত।
#thecrosscurrent

ষ্টেন’গ্ৰাফাৰ, টাইপিষ্টে কেনেদৰে বিক্ৰী কৰিছিল দেশক? ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ চোৰাংছোৱা কেলেংকাৰীৰ কাহিনী।
প্ৰতি শনিবাৰে নিশা ৮ বজাত 'দ্য ক্ৰছকাৰেণ্ট'ত বিশেষ বিশ্লেষণেৰে 'ক' মানে কিতাপ-
#thecrosscurrent
আজিৰ 'দ্য ক্ৰছকাৰেণ্ট' #TAKE ত।
প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭ বজাত দ্য ক্ৰছকাৰেণ্টত বিশেষ বিশ্লেষণেৰে #THE_CROSSCURRENT_TAKE
https://t.co/lmO0c0vB4P
@himantabiswa #bjpassam #loans #thecrosscurrent

তীব্ৰ অৰ্থনৈতিক সংকটৰ গৰাহত ৰাজ্য! ঋণৰ ওপৰত ভিত্তি কৰি ৰাজ্য চলাইছে হিমন্ত বিশ্ব শৰ্মাই! ছেপ্টেম্বৰত দুবাৰ ঋণ লোৱা চৰকাৰে ১ অক্টোবৰত পুনৰ ল’ব ৭৫০ কোটিৰ ঋণ। প্ৰথমবাৰলৈ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
#himantabiswasarma #bjpassam #loans #thecrosscurrent
হিমন্ত বিশ্ব শৰ্মাই কিয় উদঙাইছে সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা? সামাজিক মাধ্যমত এই প’ষ্টৰ দ্বাৰা কি বুজাইছে মুখ্যমন্ত্ৰী শৰ্মাই?
#HimantaBiswaSarma #sarbanandasonowal #bjpassam #thecrosscurrent
“চামগুৰিৰ আৰক্ষী মোৰ মতে চলে। চামগুৰিৰ বিষয়া মোৰ মতে চলে। ৰকিবুলৰ ল’ৰা জিকিলে ক্ষমতাশালী বিধায়ক হ’ব নেকি?” এই দাম্ভিক মন্তব্য বিজেপি বিধায়ক জিতু গোস্বামীৰ।
#jitugowsami #rakibulhussain #BJP #assambjp #thecrosscurrent
Last Seen Hashtags on Sotwe
thundr
Seen from United States
longtongue
teen
Seen from Germany
nolimit(***)***+filter:videos
Seen from Germany
momson()* +filter:native_video
Seen from India
publicslut
Seen from Pakistan
ometv
momson()**************************
Seen from France
gashti
Seen from Pakistan
3danimations
Seen from Germany
Most Popular Users

Elon Musk 
@elonmusk
241.1M followers

Barack Obama 
@barackobama
119.1M followers

Cristiano Ronaldo 
@cristiano
112.4M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.1M followers

Rihanna 
@rihanna
98.1M followers

NASA 
@nasa
92.2M followers

Justin Bieber 
@justinbieber
91.3M followers

KATY PERRY 
@katyperry
88.7M followers

Taylor Swift 
@taylorswift13
82.6M followers

Lady Gaga 
@ladygaga
74.1M followers

Virat Kohli 
@imvkohli
71.5M followers

Kim Kardashian 
@kimkardashian
70.3M followers

YouTube 
@youtube
68.7M followers

Bill Gates 
@billgates
64.5M followers

Neymar Jr 
@neymarjr
64.4M followers

The Ellen Show
@theellenshow
62.4M followers

CNN 
@cnn
61.8M followers

Selena Gomez 
@selenagomez
61.8M followers

X 
@x
60.8M followers



