Top Tweets for #Time8
প্ৰতি,
মাননীয় পৰিচালন সঞ্চালক মহোদয়, #Time8 নিউজ চেনেল।
বিষয়:- যুদ্ধ নিবিচাৰি আবেদন।
মহোদয়,
বিনীত সন্মান সহকাৰে জনাওঁ যে আপোনালোকৰ এগৰাকী মহিলা সাংবাদিকে গগণ ফলা চিঞৰেৰে যুদ্ধৰ বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তুলিছে। বাইদেউ গৰাকীয়ে এনেদৰে বাতৰি পঢ়ে যে মিছাইল পৰিবই যেন এতিয়া। টিক টিক, টিক টিক বুলি তেখেতে এনেদৰে কাউণ্ট ডাউন আৰম্ভ কৰে যে পাৰমাণৱিক অস্ত্ৰৰ ৰিম'টটো যেন তেওঁৰ হাততে আছে। চৰকাৰে যুদ্ধ নালাগো বুলি ভাবিলেও লগাইহে এৰিব যেন লাগে। আপোনালোকৰ বাতৰি চাই আমাৰ গাঁৱৰ হোজা সাধাৰণ মানুহে ভয় খাইছে। ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছে। সৰু ল'ৰা-ছোৱালীবোৰে কন্দা-কটা আৰম্ভ কৰিছে। ডেকাবোৰে ব'ৰ্ডাৰ চিনেমা লগাই উৰাই-ঘুৰাই চাইছে। শুনিছোঁ সেইদিনা দুজনমানে ঘৰতে বাংকাৰ খান্দি লুকাই থকাৰ ব্যৱস্থা কৰিছে।
গতিকে মহোদয়ক আমাৰ গাঁৱৰ ৰাইজৰ লগতে ৰাজ্যৰ সমূহ জনসাধাৰণৰ হৈ আহ্বান জনাওঁ যে যুদ্ধৰ বাতৰি প্ৰচাৰ কৰি ৰাইজক ভয় নুখুৱাব। আমি যুদ্ধ নিবিচাৰোঁ। বাইদেউ গৰাকীক বেলেগ বাতৰি পঢ়িবলৈ দিয়ক। আপোনাৰ ওচৰত আমাৰ এয়ে সৰল প্ৰাৰ্থনা।
আপোনাৰ বিশ্বাসী
শান্তিপ্ৰিয় নাগৰিক।
বাইদেউ গৰাকীক যাতে ভগৱানে সুমতি দিয়ে শ্বেয়াৰ কৰি দিব।🙏🏻
#TIME8
@AnanyaSaikia667 BTW his family owns a portal news platform namely #Time8 if I am not wrong..
What he would call the reporters working in his family's portal.
I was overwhelmed by the warm hospitality of Smt. Dipali Baruah, the booth president of booth number 170 in the Lakhimpur AC, along with her family members.
#Time8
▶️ : অশোক সিংঘাল ডাঙৰিয়া মাজুলীৰ বানপানী কৰ পৰা অহা পানী sample পঠাই দিম চাই দিব নেকি ।
@ashoksinghalfc
#assam #news #time8
#NEWSLIVETOUR2024
#pragnews
Congress has boycotted and banned 2 Assam media organisations. Namely @NewsLiveGhy and #Time8.
@NANDANPRATIM @himantabiswa @rinikibsharma
Read my report ⬇️
DEMOCRATIC TRAVESTY: Congress wages war on free press, blacklists News Live & Time 8 in chilling censorship ploy. Channels barred from events, denied access to spokespersons ahead of polls to subvert critical coverage.
https://t.co/BIYs7Pm2pd
#Assam | Cowardice act of media censorship on News Live and Time8 by Congress
https://t.co/mczGI3ap9L via @NewsLiveGhy
#Congress #MediaCensorship #NewsLive #time8
BREAKING: All India Congress Committee (AICC) decides to boycott two media houses of Assam - NEWS LIVE and TIME8.
#TheAssamTribune #AICC #NewsLive #Time8

Bikash Chetia from Assam Police won 1st (Gold) at 62weight POWERLIFTING.
#assampolice
#cmhimantabiswasharma
#pragnews
#time8

বৰাকৰ খিলঞ্জীয়া আমি অসমীয়া ।
বৰাক উপত্যকাতো বিহুৰ উছাহ
@himantabiswa @Pijush_hazarika
@ranojpeguassam
@RanjeetkrDass @CMOfficeAssam
@BJP4Assam @Bhabesh_KalitaR
#TIME8 #bihu
Last Seen Hashtags on Sotwe
ngintip
Seen from Indonesia
cAsting
Seen from Turkey
dildo #masturbation
Seen from India
hinata
Seen from United States
spidermoth
Seen from United States
novinha
Seen from Brazil
omegle
Seen from Netherlands
尿道
Seen from United States
nolimit() +filter:media()
Seen from Greece
nolimit()+filter:media
Seen from Greece
Most Popular Users

Elon Musk 
@elonmusk
240.2M followers

Barack Obama 
@barackobama
119.3M followers

Donald J. Trump 
@realdonaldtrump
111.6M followers

Cristiano Ronaldo 
@cristiano
109.4M followers

Narendra Modi 
@narendramodi
106.9M followers

Rihanna 
@rihanna
97.4M followers

NASA 
@nasa
92.1M followers

Justin Bieber 
@justinbieber
90.7M followers

KATY PERRY 
@katyperry
87.1M followers

Taylor Swift 
@taylorswift13
80.9M followers

Lady Gaga 
@ladygaga
72.4M followers

Kim Kardashian 
@kimkardashian
69.5M followers

Virat Kohli 
@imvkohli
69M followers

YouTube 
@youtube
68.6M followers

Bill Gates 
@billgates
63.5M followers

The Ellen Show
@theellenshow
62.5M followers

CNN 
@cnn
61.9M followers

Neymar Jr
@neymarjr
61.6M followers

X 
@x
60.9M followers

Selena Gomez 
@selenagomez
60.2M followers













