অহা অক্টোবৰৰ ২৭, ২৮ আৰু ২৯ তাৰিখে ভিয়েটনামৰ হো চি মিন চিটীত ছেপ্তেম্বৰ 23rd Park ত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। অৰুণাচল, নগালেণ্ড, মেঘালয়কে ধৰি বিভিন্ন ৰাজ্যই পঠোৱা সাংস্কৃতিক দলসমূহৰ ব্যাপক প্ৰদৰ্শন হব। হো চি মিন চহৰৰ এই বিখ্যাত পাৰ্কখনত বহু পশ্চিমীয়া দেশৰ পৰ্যটকে ভিৰ কৰে আৰু এই সকলোৰে মাজত অসমৰ সংস্কৃতিৰ প্ৰদৰ্শন অতি জৰুৰী। ভিয়েটনামত বিভিন্ন ক্ষেত্ৰত আয়োজন কৰাটো, বিমান ভাড়া যথেষ্ট ব্যয়বহুল বাবে আমাৰ ব্যাপক প্ৰত্যাহ্বান আহিছে।বড়ো কাউঞ্চিলৰ তৰফৰ পৰা বড়োসকলৰ ২০ জনীয়া এটা বৃহৎ সাংস্কৃতিক দল তালৈ যাব। আমাৰ ফালৰ পৰা সত্ৰীয়া, বিহু, আৰু বাকী জনজাতীয নৃত্যৰ প্ৰদৰ্শনৰ এক প্ৰয়াস কৰিছো। অনুষ্ঠানটোত ভিয়েটনামৰ বিভিন্ন অঞ্চলৰ শিল্পীয়ে অংশ ল'ব। অনুষ্ঠানৰ সন্ধিয়াবোৰত ভিয়েটনাম আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন অঞ্চলৰ মিউজিক বেণ্ডসমূহে প্ৰদৰ্শন কৰিব। তাৰ লগতে পৰ্যটন, ব্যৱসায়-বাণিজ্যৰো ব্যাপক প্ৰদৰ্শন আৰু ক্ৰেতা বিক্ৰে্তা সন্মিলন হব। এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ'ম বুলি আমি আশাবাদী। #northeastindiafestival2023 #northeastindia #vietnam #hochiminhcity #ActEastPolicy
नबनिता भट्टाचार्जी ने जीता 'फेमिना मिस इंडिया त्रिपुरा' 2023 का पुरस्कार, जीतने के बाद बताई अपने दिल की बात
Nabanita Bhattacharjee | #NabanitaBhattacharjee
Happy to announce that I will be performing at #RongaliFestival in Assam, grateful to @skmahanta2013 for the invitation and @TafmaNagaland for the support. Dates to be announced soon…
Abhijit Dev, son of Kajal Kumar Dev of Mohanpur Jagatpur, secured first position in Tripura Judicial Service Examination. Perhaps Abhijit is going to be the first from Mohanpur to be appointed to such an important position in the judiciary.#tjs#Agartala#Tripura#totellexpress