Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Jun Hazarika
@JunHazarika2
নাজানো জীৱনৰ শেষ পৰণতি সেইহে বৰ্তমানটোক উপভোগ কৰোঁ হাঁহি হাঁহি
Joined April 2020
211
Following
274
Followers
25
Posts
Jun Hazarika
@JunHazarika2
about 6 years ago
@BijitKa00995410 মনত নাই
Jun Hazarika
@JunHazarika2
about 6 years ago
বহুত অভিমান ,বহুত আক্ষেপ সামৰি কথা পাতো তোমাৰ স'তে ৷কিয় জানানে ?মৃত্যুৰ ঋতু চলি আছে ৷যদি মৰি যাওঁ আকৌ কাহানিও যে লগ নাপাম তোমাক ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
যেতিয়া বিশ্বাস কৰা জনে পুতৌ কৰা কথা স্বীকাৰ কৰে তেতিয়া নিজক সংযম কৰি ৰখা কঠিন হৈ ���ৰে মৃত্যু মুখী ফুলৰ থোপা এটা তেওঁ যেন উপহাৰ দিয়ে আৰু জীৱনে জীৱনৰ অন্তিম নিশ্বাসৰ অপেক্ষা কৰে ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
ধৰ্মৰ বাবেই মানুহবোৰ অমানুহ হৈ পৰিল প্ৰেম অপৰাধ হৈ পৰিল আৰু মানৱতা শত্ৰু হৈ পৰিল ৷
Who to follow
Dipānkar Koch
@Axm1Dipankar
কোচ-ৰাজৱংশী 🤍
Jun Hazarika
@JunHazarika2
about 6 years ago
ৰাখী বন্ধনৰ দিনা ককাই বা ভাইয়ে যদি আপোনাক সোধে -- কি উপহাৰ লাগে তোমাক? তেন্তে প্ৰতিগৰাকী নাৰীয়ে কওক "মোৰ দৰে প্ৰতি গৰাকী নাৰীক মৰম ও সন্মান কৰা, তাকেই উপহাৰ হিচাপে লাগে মোক ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
যাক সঁচাকৈয়ে ভালপোৱা যায় ,তেওঁক প্ৰয়োজনত ব্যৱহাৰ কৰা নাযায় ৷ আৰু যাক প্ৰয়োজনত ব্যৱহাৰ কৰা যায় তেওঁক সঁচাকৈয়ে ভালপোৱা নাযায় ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
@DhrubaneelC
মহানতাৰ নিদৰ্শন ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
@JeetuSi02808036 তাকেই অ
Jun Hazarika
@JunHazarika2
about 6 years ago
Jun Hazarika
@JunHazarika2
about 6 years ago
মৃত্যু অহাৰ দৰে জীৱনলৈ ভালপোৱা আহে মৃত্যুৱে জীৱন কাঢ়ি লৈ যায় আৰু ভালপোৱাই মন কাঢ়ি লৈ যায় ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
মোৰ ওপৰত পুতৌ কৰি মোক ভালপোৱা মানুহ নালাগে মোৰ আত্মসন্মানক সন্মান জনাই যিয়ে মোক ভালপায় সেইজনেই মোৰ দৃষ্টিত মোৰ আপোন মানুহ ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
মোৰ জীৱনৰ অভিজ্ঞতাই মোক দিয়া আটাইতকৈ ডাঙৰ শিক্ষাটো হ'ল ---- মানুহক বিশ্বাস কৰাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ অপৰাধ ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
বতাহক সোধো তোমাৰ খবৰ মৌন হৈ উত্তৰ দিয়ে নাজানো----- ক'ত তুমি ? আহা উভতি নীড় মুখীৰ কাকলি শুনি মেলি দিওঁ দুহাত সৌ আকাশত আৰু বিলীন হৈ ��াওঁ অসীম সীমনাত ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
@KaLyanJyoTi13
বৰ সুন্দৰ
Jun Hazarika
@JunHazarika2
about 6 years ago
সূৰ্য বিচাৰি যাম এদিন অন্ধকাৰ ৰাতি যেতিয়া তুমি আহিবা কাৰণ মই তপত ৰ'দৰ ছাঁত এদিনৰ বাবে তোমাৰ প্ৰেমিকা হ'ব খোজো ৷
Jun Hazarika
@JunHazarika2
about 6 years ago
@lurinjtgogoi
নিশ্চয়
Jun Hazarika
@JunHazarika2
about 6 years ago
@Bhabajit353
সুন্দৰ
Jun Hazarika
@JunHazarika2
over 6 years ago
Read my thoughts on
@YourQuoteApp
at https://t.co/oZzFM8Xi5O
Jun Hazarika
@JunHazarika2
over 6 years ago
@bnM2R77vsAedzlE
Thank you
Jun Hazarika
@JunHazarika2
over 6 years ago
JunHazarika2's tweet video.
Last Seen Users on Sotwe
Skinny OnlyFans Girls
Seen from
Turkey
40 ans et alors..
Seen from
France
جان حان
Seen from
Qatar
ai
Seen from
Ireland
Galeri Percakapan
Seen from
Indonesia
⚓️阿賀まりの⚓️
Seen from
Brazil
B̳e̳s̳t̳ of A̳d̳i̳a̳nez
Seen from
United States
Fable Bear
Sexy_Aluvina🏳️⚧️
Seen from
Turkey
まりあ
Seen from
Indonesia
Trends for you
1
#FUNtoken
Under 10K tweets
2
Yankees
Under 10K tweets
3
Cancun
Under 10K tweets
4
Aaron Ashby
Under 10K tweets
5
#LaGranjaAsamblea
Under 10K tweets
6
Mamdani
Under 10K tweets
7
Angel Reese
Under 10K tweets
8
Hays
Under 10K tweets
9
Braves
Under 10K tweets
10
Carrie
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.7M followers
2
Barack Obama
@barackobama
118.9M followers
3
Cristiano Ronaldo
@cristiano
114.6M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90.1M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.5M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.5M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫