Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Dipen Sarma দিপেন শৰ্মা
@mainakon
কচুথোৰ,ঢেকিয়া,কলডিল,কলাখাৰ,মাটিমাহৰ আঞ্জা খাই ডাঙৰ হোৱা। স্বাভিমানী অসমীয়া।জয় আই অসম।
Papumpare
Joined September 2009
535
Following
1.4K
Followers
3.4K
Posts
Pinned Tweet
Dipen Sarma দিপেন শৰ্মা
@mainakon
10 months ago
বন্ধু ভালকৈ থাকিবা। জাতিটোক সৰগৰ পৰা চাই থাকিবা। 😭
mainakon
retweeted
Diganta Borah
@Diganta82288504
2 days ago
আমাৰ আই মুখৰ মাতষাৰ একেবাৰে আতৰাই হিন্দীকে ধৰি বাংলা, গুজৰাটী,পাঞ্জাবী ইত্যাদি বাধ্যতামূলক কৰি দিব লাগে তেতিয়াহে যেন এচামৰ মগজুৱে ঢুকি পায়। অসমত অসমীয়া ভাষালৈ সংকট আনিছে... মিঞা/বাঙালীয়ে - ❌ বিহাৰীয়ে - ❌ একাংশ স্বাৰ্থপৰ ক্ষমতালোভী খিলঞ্জীয়া অসমীয়াই - ✅
See More
mainakon
retweeted
Diganta Borah
@Diganta82288504
13 days ago
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কথা চৰকাৰী ভাৱে ক'তো উল্লেখ কৰা নাছিল।কেৱল মনে সাজি অন্ধভক্তক সুখী কৰিবলৈ গুৱাহাটীখনত ৰং তেল লগাইছিল। এতিয়া গোবৰভক্তই ভুৱা প্ৰচাৰ চলাই আছে।আচলতে ইহঁতৰ মূৰত সঁচাকে মাল নাই হ'বলা। ভূঞা বাপেক পুতেক আৰু ফিউজ লাইভৰ কেৰ্কেটুৱা শৰ্মা বৰদলৈৰ কি কোব চাবা।
mainakon
retweeted
Diganta Borah
@Diganta82288504
18 days ago
অসমৰ টেকল'জি চীন আৰু জাপানতকৈ বহু ওপৰৰ😂
Who to follow
DHRUV CHANGMAI
@DhrubaneelA
Works At- Raijor Dal Assam || Official twitter handle of dhrubaneel.
Diganta Borah
@Diganta82288504
।। জয় আই অসম ।। জয়তু জননী।। স্বাভিমানী অসমীয়া ।। জুবিন দাৰ দেশৰ মানুহ ।। Proud Assamese.RT/Likes are not endorsement.
জ্ঞান জ্যোতি চুতীয়া
@JnyanjyotiC
ঢকুৱাখনীয়া 🤟সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ✊ মই চুতীয়া 💚Chutia 💚 মই অসমীয়া।
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
24 days ago
💥💥💥 অসমৰ ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ (PRC) আৰু জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি উত্তৰ প্ৰদেশ আৰু বিহাৰ আদি বহিঃৰাজ্যৰ যুৱকে অসমৰ বাবে সংৰক্ষিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ বিভিন্ন পদত অসমীয়াৰ চাকৰি কাঢ়ি নিছে।।
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
27 days ago
📌
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
28 days ago
🚨অসমীয়া বিহাৰী কৈ নাথাকিব নহ'লে মীঞাই সুযোগ পাব--আৰ্য নগৰত বিজেপি দলৰ বিহাৰী নেতাই অসমীয়াক গুৰুলা গুৰুলকৈ পিটাৰ পিছত জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াৰ কালিৰ মন্তব্য।। 🚨এতিয়া শুনক -কাৰ্বি ছাত্ৰনেতা লিটচং ৰংফাৰৰ আজিৰ মন্তব্য- "আমি হিন্দু খতৰে মে হ্যাই কোৱাতকৈ - খিলঞ্জীয়া খতৰে মে হ্যাই, খিলঞ্জীয়া জনগোষ্ঠীসকল খতৰে মে হ্যাই, ভূমিপুত্ৰই জাতি-মাটি-ভেটি হেৰুওৱাৰ উপক্ৰম হৈছে..'
See More
FightApsc's tweet video.
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
29 days ago
🚨🚨🚨বিহাৰীয়ে অসমৰ ৰাজধানীৰ মাজমজিয়াত ঘেৰি দৌৰাই দৌৰাই অসমীয়াক প্ৰহাৰ কৰে,গাড়ী ভাঙি দিয়ে অথচ অসম আৰক্ষীৰ এইজন অপদাৰ্থ বিষয়া বলিন দেউৰীৰ মন্তব্য শুনক।। "কাৰোবাক গালি গালাজ কৰিলে যিকোনো মানুহেই পিটিব"- হয় এইদৰেই বিহাৰী সমৰ্থনত মন্তব্য বলিন দেউৰীৰ।। ধৰি লোৱা হ'ল সালৈ বুলা জনে বিহাৰীক গালি দিলে তেন্তে আইন যদি হাতত বিহাৰীয়ে ল'ব পাৰে, তেন্তে অসম পুলিচ কালি খাৰ খাবলৈ আৰ্য নগৰত আছিল নেকি!? এইজন এতিয়া অসম আৰক্ষীৰ মুখপাত্ৰ নেকি?
@DGPAssamPolice
See More
FightApsc's tweet video.
Dipen Sarma দিপেন শৰ্মা
@mainakon
about 1 month ago
@Diganta82288504
ঔম শান্তি🙏
Dipen Sarma দিপেন শৰ্মা
@mainakon
about 1 month ago
জুবিনৰ চিনেমা নোচোৱা মানুহৰ চিনেমা চাম জানো। ওহোঁ মনে দেখোন নকয়। ককাদেউতা নাতি আৰু ...
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
about 1 month ago
💥💥💥 সঘনাই হৈ থকা ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত বাঢ়িল বাছৰ ভাড়া। গুৱাহাটীৰ পৰা কোন ঠাইলৈ কিমান বাঢ়িল বাছৰ ভাড়া?
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
about 1 month ago
সমাজত আনৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া মূল সৈনিকসকলৰ ভিতৰত অধিবক্তা সকলৰ নাম প্ৰথমে আহে।।অৱশ্যে এইয়া তেওঁলোকৰ পেশাও।। পিছে নিজৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ এই অধিবক্তাসকলৰ বেছিভাগেই কিন্তু অপাৰগ! নহ'লে আজিলৈকে অসমৰ চৰকাৰী অধিবক্তাৰ শেহতীয়া নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়ম বা দুৰ্নীতিৰ বিৰুদ্ধে এজনো অধিবক্তাই কিয় মাত মাতিবলৈ সাহস নকৰিলে!? আনকি এই নিযুক্তিৰ প্ৰসংগত আদালতত ৰুজু হোৱা গোচৰৰ বিষয়েও ইমান নীৰৱতা কিয়?
See More
mainakon
retweeted
Fight Against Injustice of APSC
@FightApsc
about 1 month ago
📌
Dipen Sarma দিপেন শৰ্মা
@mainakon
about 2 months ago
বৰাকৰ পৰা জিকাবোৰে বেংগলীত শপত ল'বই। ঐ তেলচুৰা, বিজেপিৰ কেইজনে ল'লে বেংগলীত শপত ল'লে কোৱাচোন? ডিমাচাসকলৰ ঠাই হোজাইৰ জনে কিহত শপত ল'লে?
atanu bhuyan
@atanubhuyan
about 2 months ago
Out of the 18 Muslim Congress MLAs, 8 took oath in Bengali. In contrast, Sherman Ali Ahmed and Mehboob Mukhtar took oath in the Assamese language.
mainakon
retweeted
Diganta Borah
@Diganta82288504
about 2 months ago
অসম উন্নতিৰ পথত। আমাৰ লাখে লাখে ল'ৰা ছোৱালী, পুৰুষ মহিলাই দক্ষিণ ভাৰতত কৰ্ম কৰি পৰিয়াল পোহপাল দি আছে কিন্তু আমি গোলাম হৈ গৈ আছোঁ হিন্দী বলয়ৰহে। হাত চাপৰি নবজোৱাকে কেনেকৈ থাকো বাৰু👏 ধন্যবাদ জনাইছোঁ। আমি গুপ্তা জীৰ যুগৰ অসমীয়া🤔
Dipen Sarma দিপেন শৰ্মা
@mainakon
about 2 months ago
ভাৰত এখন স্বাধীন দেশ। আমি কাৰ পৰা কি কিনিম কাক কি বেচিম তাৰ সিদ্ধান্ত ল'বলৈ আমেৰিকাক কোনে অধিকাৰ দিলে। হুংকাৰ দিছোঁ ট্ৰাম্প ককাক।
mainakon
retweeted
Diganta Borah
@Diganta82288504
about 2 months ago
নতুন চৰকাৰ নতুন ভাষা😢 আদৰণি জনাইছোঁ।
mainakon
retweeted
Raju K Gogoi
@jayain_raju
about 2 months ago
নিজে বিদেশ ভ্ৰমণৰ ৰেকৰ্ড গঢ়ি ৰড শ্ব ওপৰি ৰড শ্ব কৰি সাধাৰণ জনতাক বিদেশ ভ্ৰমণ ৰোধ, খোৱা তেল কমাই, খেতিত সাৰ কমাই, পেট্ৰল ব্যৱহাৰ কমাই কৰিবলৈ কোৱা সম্পদ পদ নন বায়লজিকেল হবৈ লাগিব।
#ModiAusterity
#NonBioloical
Dipen Sarma দিপেন শৰ্মা
@mainakon
2 months ago
এইয়া কোনো নিৰ্বাচন নাছিল সকলো মায়া মাথো। এতিয়া কুলি, কেতেকি,ভাটৌ,কাউৰী সকলোৰে সুৰ সলনি হৈ গ'ল।
Dipen Sarma দিপেন শৰ্মা
@mainakon
2 months ago
বিহাৰীয়ে যে উৎপাত নকৰে তাৰ প্ৰতি চকু ৰাখিলেই হ'ল। বাকী বিজয়ী প্ৰতিজন খিলঞ্জীয়া অসমীয়াক অভিনন্দন জনাইছোঁ। এই জয় ৰাইজৰ জয় হওক।
Dipen Sarma দিপেন শৰ্মা
@mainakon
2 months ago
চৰকাৰ দেখোন বিৰোধীৰহে হ'ব।
Last Seen Users on Sotwe
Li 利利
Seen from
Vietnam
Pencari nafsu ibu ibu
Seen from
Indonesia
Radittya
Seen from
United States
Mandah69
Seen from
Indonesia
حسن
Seen from
Egypt
Trai Ngon
Seen from
Vietnam
Dom凌汐
Seen from
Thailand
Indo bokep 18+
Seen from
Indonesia
قلبي
Seen from
France
恋乃みる 【caSTORY研究生】
Seen from
United States
Trends for you
1
Switzerland
Under 10K tweets
2
Mitch
Under 10K tweets
3
Ryan O'Hearn
Under 10K tweets
4
Argentina
Under 10K tweets
5
#WWENXT
Under 10K tweets
6
Tyler Tolbert
Under 10K tweets
7
Melanie and Sincere
Under 10K tweets
8
Will Warren
Under 10K tweets
9
Kayda
Under 10K tweets
10
Egypt
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.7M followers
2
Barack Obama
@barackobama
119.2M followers
3
Donald J. Trump
@realdonaldtrump
111.7M followers
4
Cristiano Ronaldo
@cristiano
111M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91M followers
9
KATY PERRY
@katyperry
87.9M followers
10
Taylor Swift
@taylorswift13
81.7M followers
11
Lady Gaga
@ladygaga
73.2M followers
12
Virat Kohli
@imvkohli
70.2M followers
13
Kim Kardashian
@kimkardashian
69.9M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64M followers
16
Neymar Jr
@neymarjr
63M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.9M followers
19
Selena Gomez
@selenagomez
60.9M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫