@PonkeyBora@himantabiswa@ranojpeguassam সকলোৰে সৰুৰে পৰা সপো��, লক্ষ্য এটা থাকে।মোৰো লক্ষ্য আছিল শিক্ষক হৈ সমাজ খনক আগুৱাই লৈ যোৱাৰ,পিতৃ-মাতৃৰ গোটেই জীৱনৰ কষ্ট নিৰ্মূল কৰাৰ। গতিকে আপোনাক মই বিনম্ৰ অনুৰোধ জনাওঁ যাতে আগন্তুক High School Graduate Teacher ৰ Post বৃদ্ধি কৰি আমাক উপকৃত কৰে যেন🙏
@himantabiswa @ranojpeguassam
@PonkeyBora@himantabiswa@ranojpeguassam Sir plz help us.. We the TET qualified candidates are helpless, you are the only one who could help us. Pls increase the number of posts for higher secondary and high schools. Thank you very much sir