Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
nilacharai.com
@nilacharai
#AssameseLiteratureOnline
| Submit your stories:
[email protected]
| FAQ:
Assam, INDIA
Joined December 2011
40
Following
288
Followers
2.4K
Posts
nilacharai.com
@nilacharai
6 days ago
খন্তেক পাছতে ৰুবী দত্তই আৱেগসিক্ত মাতেৰে ক’লে— “মই আপোনাৰ প্ৰেমত পৰিছোঁ।” “আৰে, আপোনাৰ লগততো আজিলৈকে মোৰ ক্ৰেতা-বিক্ৰেতাৰ বাহিৰে আন একো সম্পৰ্ক নাই। আপুনি আকৌ মোৰ প্ৰেমত পৰিল কেনেকৈ?”... ধ্ৰুৱজ্যোতি শৰ্মাৰ গল্প: প্ৰেমহীনতা https://t.co/AkI4lgZmIa
nilacharai.com
@nilacharai
9 days ago
ওপৰলৈ চাই উঠি থাকোঁতে গছমানৱবোৰ পিছ পৰি গ’ল এজন দুজনকৈ এতিয়া পিছে অকলশৰীয়া পথ নিৰ্জন নিৰ্বিকাৰ... সূতপুত্ৰ ৰাধেয়ৰ কবিতা: দুটা কবিতা https://t.co/PcBHa9bodb
nilacharai.com
@nilacharai
12 days ago
জুই জ্বলিছে দেশত অথচ ৰাজপথত পোৰা টায়াৰৰ দুৰ্গন্ধ নাই... অনিৰ্বাণ দত্তৰ কবিতা: কবিতা https://t.co/tfe0xMr8CT
nilacharai.com
@nilacharai
16 days ago
ঊনবিংশ শতিকাৰ চতুৰ্থ দশকত অসমলৈ বঙালীসকলৰ আগমনৰ লগে লগে অঙ্কীয়া ভাওনাৰ আহাৰ্যসমূহত বঙলুৱা প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে।... সমীৰণ জ্যোতি হাজৰিকাৰ নিৱন্ধ: অঙ্কীয়া ভাওনাৰ পৰম্পৰা ৰক্ষাত আহাৰ্য https://t.co/HtJtLVjChT
Who to follow
Parashar kalita
@Parashar_kalita
Sports journalist, free agent, passionate about covering sports at the grassroots level.
ᴹᵉᵍʰᵐᵃˡᵃ【Girl Clicks Assam】
@Girl_Clicks
Meghmala Choudhury, Assistant Resident Director, In-Charge North Eastern Region Chapter Ghy @phdchamber, MPhys Astrophysics @livuni, Rotarian, Artist
Mowsam Hazarika
@mowsamhazarika1
Writer | Poet | Sc. Journalist | Sustainability Advocate | Former Director, Assam Seed & Organic Certification Agency | Ex-Joint Director of Agriculture, Assam.
nilacharai.com
@nilacharai
24 days ago
পৃথিৱীৰ সৈতে তেওঁৰ সংলাপ অহৰহ সহস্ৰ আঙুলিয়ে তেওঁক চিনে মই চিনো মাত্ৰ এখন উকা চকীৰ ৰূপত... ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতীৰ কবিতা: নায়ং গচ্ছতি ন আগচ্ছতি https://t.co/ewR5010CdW
nilacharai.com
@nilacharai
24 days ago
পাৰ্ৱতিপ্ৰসাদ,— এই নামটিৰ লগত আধুনিক অসমীয়া গীত আৰু গীতি-কবিতাৰ বুৰঞ্জীৰ এটি অধ্যায় সমাৰ্থক হৈ পৰিছে।... ড° নগেন শইকীয়াৰ লেখা: অন্তৰ্জীৱনৰ কবি পাৰ্ৱতিপ্ৰসাদ https://t.co/mxMSULU8Z3
nilacharai.com
@nilacharai
26 days ago
এতিয়া দেখা পাইছে তেওঁৰ কাহানিও নসজা এই ঘৰখনৰ দুৱাৰেদি সমস্ত সংসাৰখনকে সোমাই অহা: মানুহ, গাড়ী-মটৰ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, সকলোবোৰ... মমতাজ আনচাৰিৰ অনুবাদত কে সচ্চিদানন্দনৰ কবিতা: এজন মানুহ আৰু এখন দুৱাৰ https://t.co/OPym06qf3E
nilacharai.com
@nilacharai
28 days ago
অসমত বাটৰ নাটৰ বাটকটীয়া ব্যক্তিজন হৈছে ৰত্ন ওজা। বাটৰ নাট প্ৰযোজনা কৰা সাংস্কৃতিক অনুষ্ঠানটো হৈছে গুৱাহাটীৰ ‘গহ্বৰ নাট্য গোষ্ঠী’ আৰু নাট্যকাৰজন হৈছে স্বনামধন্য নাট্যকাৰ অৰুণ শৰ্মা।... নবীন বৰঠাকুৰৰ নিৱন্ধ: বাটৰ নাটৰ উদ্ভাৱন আৰু ক্ৰমবিকাশ https://t.co/ZBkdIbSoxO
nilacharai.com
@nilacharai
29 days ago
গছৰ তলৰ পথটোও সোণালী সপোনৰ দৰে মানুহৰ খোজত ফুলৰ শব্দ সৰে দুপৰীয়াৰ নিস্তব্ধতাত সোণাৰুৰ হালধীয়াই নিজৰ ক্লান্তি পাহৰিবলৈ গোপনে নৃত্য কৰে... সত্যজিৎ গগৈৰ কবিতা: সোণাৰুৰ হাঁহি https://t.co/dEHJL2E6VD
nilacharai.com
@nilacharai
about 1 month ago
‘কিতাপৰ পোকে জানো আনৰ কথা সঁচাকৈ ভাবে?’ বিদেশৰ পৰা ঘূৰি অহাৰ পাছতো অৰুণা নামৰ সেই এদিনৰ অপেক্ষাৰত প্ৰেমিকাক বিয়া ক’ৰাবলৈ পেৰি থাকি হতাশ হৈ পৰা মায়ে খঙেৰে কথাষাৰ কৈছিল প্ৰতুলদাক। অথচ প্ৰতুলদা আছিল নিৰ্বিকাৰ।... প্ৰশান্ত কুমাৰ নেওগৰ গল্প: আকাশৰ সীমা https://t.co/AuHAisj75e
nilacharai.com
@nilacharai
about 1 month ago
ঘৰ সজা, ঘৰ ভঙা, হিংসা-হিংসি, বেমাৰ-আজাৰৰ লগতে ভিতৰ আৰু বাহিৰৰ ৰাজনীতিও দেখিলো। হাতীৰ দাঁতৰ দৰে এলাগী চেনেহ আৰু আইৰ আকুলতাৰ তফাতো বুজিলো... আৰমান হাজৰিকাৰ কবিতা: মোক আচলতে কি লাগে https://t.co/pkTLGYxHdo
nilacharai.com
@nilacharai
about 1 month ago
এই যাত্ৰা ক্লান্তিবিহীন এই যুদ্ধ সন্ধিবিহীন এমুঠি ভালপোৱাৰ বাবে, ৰক্তপাতহীন একাঁজলি সময়ৰ বাবে... হিৰেন কুমাৰ দেৱ শৰ্মাৰ কবিতা: স্বীকাৰোক্তি https://t.co/QKj3CKc6ae
nilacharai.com
@nilacharai
about 1 month ago
এই প্ৰেম এটা আধৰুৱা সুৰ, যি নিজৰ বুকুতে বাজে আৰু তাৰ শ্ৰোতা আপুনি নিজেই। এই প্ৰেম শৰতৰ সেইটো জোন, যি আপোনাৰ বাবে জ্বলে আৰু পোহৰ বিলায় আন কৰোবাৰ বাবে।... দেৱজীৎ বৰাৰ অনুভৱ: একপক্ষীয় প্ৰেম: গোপন সুৰৰ অনুৰণন https://t.co/FabybkTNxf
nilacharai.com
@nilacharai
about 1 month ago
এই দীঘল বিহুগীতটি তেওঁৰ জীৱনৰ এক টাৰ্নিং পইণ্টো। কাৰণ এই গীতৰ বাবে তেওঁ বহু গঞ্জনাও খাব লগা হৈছিল। লতাশিল বিহুতলীত তেওঁক গীত গাবলৈ দিয়া হোৱা নাছিল।... ড° পৰমানন্দ মজুমদাৰৰ বিশেষ নিৱন্ধ: বিহু, ব’হাগ আৰু ভূপেন হাজৰিকা https://t.co/yl7gqm1eKO
nilacharai.com
@nilacharai
about 1 month ago
‘আৱেগৰ বন্দী কবি, নোহে নিয়মৰ’— সঁচা, কিন্তু সঞ্চাৰিত আৱেগক ৰীতিগতভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মূৰে ভৰি কঢ়া সদৃশহে হয়।... গোলাপ চন্দ্ৰ বৰাৰ প্ৰবন্ধ: আবৃত্তি-শিল্প সাধনা https://t.co/cTClgKqR28
nilacharai.com
@nilacharai
about 1 month ago
অসমৰ থলুৱা মাছৰ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে জাতীয় মাছৰ ধাৰণা এক বিজ্ঞানসন্মত, সামাজিক আৰু অৰ্থনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পদক্ষেপ হ’ব বুলি আমাৰ বিশ্বাস।... মানস প্রতিম দত্তৰ লেখা: অসমক এটা জাতীয় মাছ লাগে https://t.co/jHM0DsfIgd
nilacharai.com
@nilacharai
about 1 month ago
গোলাপ ফুলিলেও কাঁইটৰ যন্ত্ৰণা মই পাহৰোঁৱেই বা কেনেকৈ? গোলাপবোৰ ফুলিলেও মই কিয় কাঁইটবোৰৰ যন্ত্ৰণা পাহৰিব নোৱাৰোঁ?... পল্লৱপ্ৰাণ গোস্বামীৰ অনুবাদত: দুটা কোৰিয়ান কবিতা https://t.co/pbDE4trllV
nilacharai.com
@nilacharai
about 1 month ago
মাটিৰ সামান্য উশাহত শিলৰ ফাঁকেৰেও বৈ যাব পাৰে নৈৰ দৰে সিহঁতে আকাশৰ ফালে চাই কথা ক’ব জানে... পল্লৱ কুমাৰ নাথৰ কবিতা: দূবৰি https://t.co/UCm5HBQQXd
nilacharai.com
@nilacharai
about 1 month ago
আৰম্ভণিতে দীঘলীয়া সুৰেৰে বিলম্বিত লয়ত, পিছলৈ ক্ৰমে মধ্য আৰু দ্ৰুত লয়ত তথাকথিত নগ্ন আৰু অশালীন ভাষা সমৃদ্ধ নাঙেলী গীতে শীৰ্ষ বিন্দু লাভ কৰে।... তৰুণ আজাদ ডেকাৰ প্ৰবন্ধ: নাঙেলী গীতৰ ৰূপ-ৰস https://t.co/RgOS7mdjZr
nilacharai.com
@nilacharai
3 months ago
প্ৰেমহীনতাতো বিচাৰি ফুৰোঁ সীমাহীন ভালপোৱাৰ সম্ভাৱনা... পদ্মা গগৈৰ কবিতা: জীৱন-স্বপ্ন https://t.co/5AgrQrDBtA
Last Seen Users on Sotwe
Hıdır50
Seen from
Turkey
Pathan Khan
Seen from
Turkey
arun v k
Seen from
India
۫GADIS LOKAL
Seen from
Indonesia
pemuas stw
Seen from
Germany
العراقي ابن ديالى 🇮🇶
parejasrealities
Seen from
Spain
IBU STW MONTOK
Seen from
Indonesia
İFŞA İTİRAF 🔞🔞🔞
Seen from
Turkey
ade kelas
Seen from
Indonesia
Trends for you
1
Harry Kane
Under 10K tweets
2
Congo
Under 10K tweets
3
Lakers
Under 10K tweets
4
PlayStation
Under 10K tweets
5
Empire State Building
Under 10K tweets
6
#CFB27
Under 10K tweets
7
Mitch
Under 10K tweets
8
Nintendo
Under 10K tweets
9
#ENGCOD
Under 10K tweets
10
Rob Pelinka
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.6M followers
2
Barack Obama
@barackobama
119.2M followers
3
Donald J. Trump
@realdonaldtrump
111.7M followers
4
Cristiano Ronaldo
@cristiano
110.6M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
97.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
90.9M followers
9
KATY PERRY
@katyperry
87.7M followers
10
Taylor Swift
@taylorswift13
81.5M followers
11
Lady Gaga
@ladygaga
73M followers
12
Virat Kohli
@imvkohli
69.9M followers
13
Kim Kardashian
@kimkardashian
69.8M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
63.9M followers
16
Neymar Jr
@neymarjr
62.7M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.9M followers
19
X
@x
60.8M followers
20
Selena Gomez
@selenagomez
60.8M followers
Olivia
Online
✨
⭐
💫