Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Bitupon Poddar
@poddar_bitupon
কোনে জানে শূন্য দেহত সময়ে কেতিয়া পিন্ধাই শুকুলা ডাৱৰৰ মৌন পোছাক! যুঁজিম, জিকিম নহয় শিকিম...
Teok, Jorhat (Assam)
Joined February 2020
196
Following
104
Followers
73
Posts
Bitupon Poddar
@poddar_bitupon
over 1 year ago
আইপিএলত ৰাজস্থান ৰয়েলছ্ক নেতৃত্ব দিব ৰিয়ান পৰাগে। আইপিএলৰ কোনো দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হ’ব ৰিয়ান। অধিনায়ক ৰিয়ান পৰাগলৈ অভিনন্দন!
@ParagRiyan
@rajasthanroyals
Bitupon Poddar
@poddar_bitupon
almost 2 years ago
সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা ২০২৫ হওঁক আশা আৰু প্ৰাপ্তিৰ বৰ্ষ...
poddar_bitupon
retweeted
Utpal Sarma
@Utpal_Assam
over 2 years ago
কণমানি অৱিনাশ সৰকাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। দেউতাকজনৰ অসহায় ছবিখনে আমাকো অস্থিৰ কৰিছে। এনে মৃত্যু স্বাভাৱিক কাহানিও নহয়।কণমানি অৱিনাশৰ মৃতদেহটো চৰকাৰখনৰ গুৱাহাটী উন্নয়নৰ নামত দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি, পৰিকল্পনা আৰু বিনিয়োগ হোৱা বিশাল পু��জিৰ ব্যৰ্থ প্ৰতীকহে। চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। ধিক্কাৰ দিবলৈ ভাষা নাই। এই দুখ সহিবলৈ পৰিয়ালটোক ঈশ্বৰে শক্তি দিয়ক!
See More
Bitupon Poddar
@poddar_bitupon
over 2 years ago
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।
Who to follow
Hirakjyoti Nath
@imrealHirak
#অসমীয়া #ভাৰতীয় । #পাপনিষ্ট @paponmusic, #MSDian @msdhoni #জয়আইঅসম #জয়হিন্দ 🇮🇳 Chief Operating Officer (COO) @DGSecurityandInfraPvtLtd
Ruhit Dutta
@roehieth
জয় আই অসম -- আমগুৰি,শিৱসাগৰ
Bitupon Poddar
@poddar_bitupon
over 2 years ago
@sarbanandsonwal
@Bhubongam
Kumar Debasish Das
@KDD_Assam
over 2 years ago
মাজুলীৰ সত্যজিত গামৰ চাৰিজনীয়া পৰিয়ালটোৱে যোৱা ৬ বছৰ ধৰি এই শৌচালয়টোত বসবাস কৰি আহিছে। ইউটিউবাৰ সময় গগৈয়ে এই পৰিয়ালটোক বিচাৰি উলিয়ালে। হগা-মূতা, শোৱা-খোৱা সকলো ইয়াতেই কৰে। জাতীয় নায়ক (?)
@sarbanandsonwal
আপুনি মাজুলীৰ বিধায়ক হৈ মুখ্যমন্ত্ৰী হোৱা নাছিল জানো?
See More
poddar_bitupon
retweeted
Kumar Debasish Das
@KDD_Assam
over 2 years ago
মাজুলীৰ সত্যজিত গামৰ চাৰিজনীয়া পৰিয়ালটোৱে যোৱা ৬ বছৰ ধৰি এই শৌচালয়টোত বসবাস কৰি আহিছে। ইউটিউবাৰ সময় গগৈয়ে এই পৰিয়ালটোক বিচা���ি উলিয়ালে। হগা-মূতা, শোৱা-খোৱা সকলো ইয়াতেই কৰে। জাতীয় নায়ক (?
) @sarbanandsonw
al আপুনি মাজুলীৰ বিধায়ক হৈ মুখ্যমন্ত্ৰী হোৱা নাছিল জানো?
See More
Bitupon Poddar
@poddar_bitupon
almost 4 years ago
“মই অসম আৰু অসমীয়াক ভাল পাওঁ, মই জাতীয়তাবাদী, জাতীয়তাবাদেই আমাৰ আদৰ্শ হোৱা উচিত” সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম খন সংবিধান সংশোধনী কমিটিৰ সভাপতি তথা অসম আন্দোলনৰ অগ্ৰণী নেতা, সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা দেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
See More
Bitupon Poddar
@poddar_bitupon
almost 4 years ago
@barman_mnkshi
অহ
Bitupon Poddar
@poddar_bitupon
almost 4 years ago
@himantabiswa
আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা লৈ দুটামান নিছিল বুলি সংবাদ মাধ্যমে জনাইছিল। এই সম্পৰ্কত কি ক'ব মামাৰ....?
poddar_bitupon
retweeted
Utpal Sarma
@Utpal_Assam
almost 4 years ago
সদৌ গুৱাহাটী ছাত্র সন্থাৰ উদ্যোগত, শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত আয়োজিত 'কা'-বিৰোধী আন্দোলনৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লওঁ। পঞ্চ শ্বহীদৰ পৰিয়াল আৰু গুলীবিদ্ধসকলৰ বাবে সাহায্য আৰু সংস্থাপন দাবী কৰিছোঁ। 'কা' আমি নামানো। '��া'ৰ বিৰুদ্ধে আন্দোলন আৰু আইনী যুঁজ অব্যাহত থাকিব।
See More
Bitupon Poddar
@poddar_bitupon
about 4 years ago
@veeravrata
@SouleFacts
Bitupon Poddar
@poddar_bitupon
over 4 years ago
@das_purvi
Hoi ne
Bitupon Poddar
@poddar_bitupon
almost 5 years ago
@himantabiswa
সুন্দৰ মামা
Bitupon Poddar
@poddar_bitupon
almost 5 years ago
@himantabiswa
ছাৰ এইয়া কালিৰ জালুকবাৰী ফ্লাইঅভাৰৰ তলৰ দৃশ্য।আগত আছে গৌৰৱোজ্জ্বল গুৱাহাটী বিশ্ববিদ্যালয় লগতে অসমীয়াৰ আৱেগ ড৹ ভূপেন হাজৰিকা দেৱৰ সমাধিক্ষেত্ৰ।আজিৰ এই লেতেৰা অপৰিস্কাৰ পৰিৱেশ চাওক।আপুনি অহাৰ বতৰা পাই প্ৰশাসনে পদপথৰ ব্যৱসায়িক অলপ সময়ৰ বাবে আঁতৰিবলৈ নিৰ্দেশ দিয়ে।
See More
poddar_bitupon's tweet video.
Bitupon Poddar
@poddar_bitupon
almost 5 years ago
@himantabiswa
ছাৰ এইয়া কালিৰ জালুকবাৰী ফ্লাইঅভাৰৰ তলৰ দৃশ্য আগত আছে গৌৰৱোজ্জ্বল গুৱাহাটী বিশ্ববিদ্যালয় লগতে অসমীয়াৰ আৱেগ ড৹ ভূপেন হাজৰিকা দেৱৰ সমাধিক্ষেত্ৰ।কালিৰ এই লেতেৰা অপৰি���্কাৰ পৰিৱেশ চাওক।আপুনি অহাৰ বতৰা পাই প্ৰশাসনে পদপথৰ ব্যৱসায়িক অলপ সময়ৰ বাবে আঁতৰিবলৈ নিৰ্দেশ দিয়ে
See More
Bitupon Poddar
@poddar_bitupon
almost 5 years ago
@DimpiKa62338156 ফটোখন লৈছোঁ দেই
Bitupon Poddar
@poddar_bitupon
about 5 years ago
@himantabiswa
মহোদয়ে এই দালাল চক্ৰটোৰ বিৰুদ্ধে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে?যোৰহাটৰ এজন প্ৰসিদ্ধ মুক্তিযোদ্ধা "কুমুদেশ্বৰ বৰা"ৰ সমাধিক্ষেত্ৰৰ লগতে মাটি বাৰী জগদুৱাৰ দলৈগাঁৱৰ "বিজয় বৰুৱা" নামৰ এজনে লিজত বা কিনি লৈছোঁ বুলি দখল কৰি��ে।(হোৱাটছপত মুখ্যমন্ত্ৰী মহোদয়ক বিষয়টো পঠিওৱা হৈছে।
See More
Bitupon Poddar
@poddar_bitupon
about 5 years ago
তুলসীৰ তলৰ চাকিগছিয়ে পোহৰাই তোলক অসমীয়�� চহা জনগণৰ আশা আকাংক্ষা। শস্য শ্যামলা পথাৰ সোণগুটিৰে উপচি পৰি কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনক সমৃদ্ধিৰ বতৰা। সকলোলৈকে আমাৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা। ভালে থাকক সকলো।🌼🌼
See More
Bitupon Poddar
@poddar_bitupon
about 5 years ago
@PujaBor52933746
এখন পাম নেকি
Bitupon Poddar
@poddar_bitupon
about 5 years ago
#savemajuli
#saveourlife
#MajulianNeedABridge
#MajuliFerryAccident
#wewantjustice
#NoBridgeNoVote
@himantabiswa
@sarbanandsonwal
@narendramodi
@BimalBorahbjp
Last Seen Users on Sotwe
Seen from
Turkey
Zelal
Seen from
Turkey
sizden gelenler 18+
Seen from
France
Kurir paket
Seen from
India
Avenuejeje
Seen from
Vietnam
men
Seen from
Vietnam
dfggcbb
Seen from
India
真木
Seen from
Australia
CAĞLA GÜNEŞ
Seen from
Turkey
Türbanlı İfşa
Seen from
Turkey
Trends for you
1
Brewers
Under 10K tweets
2
Clippers
Under 10K tweets
3
Bob Uecker
Under 10K tweets
4
Cubs
Under 10K tweets
5
#AEWDynamite
Under 10K tweets
6
Hardy
Under 10K tweets
7
Gary Sanchez
Under 10K tweets
8
Vando
Under 10K tweets
9
Christian Yelich
Under 10K tweets
10
#LaGranjaAsamblea
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.5M followers
2
Barack Obama
@barackobama
118.8M followers
3
Cristiano Ronaldo
@cristiano
114.5M followers
4
Donald J. Trump
@realdonaldtrump
111.9M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.5M followers
13
Kim Kardashian
@kimkardashian
70.9M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.5M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63.1M followers
18
The Ellen Show
@theellenshow
62.2M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫