Deeply saddened by the tragic road accident in Kaziranga, Assam, that took away precious lives. My thoughts are with the families who have lost their loved ones. Praying for the speedy recovery of those injured.
অসমৰ কাজিৰঙাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ খবৰে গভীৰভাৱে মৰ্মাহত কৰিছে। আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।