অসম আৰক্ষীত ৰহস্যজনক আত্মহত্যাৰ ঘটনা
ধেমাজিৰ গেৰুকামুখ আৰক্ষী থানাত সংঘটিত হয় এই ঘটনা
আৰক্ষী জোৱান চানু গগৈক চিপ লো���া অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে
আৰক্ষীত যোগদান কৰা দুমাহৰ পিছতে এই ঘটনা সংঘটিত হয়
#Assam #dhemaji #AssamPolice #cadet #suicide @assampolice