আজি ইং ১৯/০২/২০২৬ তাৰিখ, সময় আবেলি ২.০০ টা মান বজাত, স্থান - লালপুৰ ফুটবল খেলপথাৰ প্ৰাংগনত সংযুক্ত আদিবাসী শান্তি মঞ্চৰ এটি গুৰুত্বপূৰ্ণ কাৰ্য্যকৰ্তা সন্মিলিত আলোচনাৰ বৈঠক অনুষ্ঠিত হয়। উক্ত আলোচনাত ময়ো এজন সাধাৰণ কৰ্মকৰ্তা হিচাপে উপস্থিত থাকোঁ।
Intellectual meet and preparation meeting for upcoming assembly election of No 1 Gossaigaon LAC. We are demanding as a candidate from Bharatiya Janata Party #Dr. @Ashim Hasda, Adivasi Welfare and Development Council Assam.
I humble tributes to Bir Swahid Tilka Murmu (Manjhi) on the occasion of 276th birth anniversary. (11 February 1750 – 13 January 1785) Tilka Murmu was a pioneering Indian freedom fighter who led the first armed tribal rebellion against the British East India Company.
আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য শ্ৰীযুত মণ্ডল হাসদা ডাঙৰীয়াৰ লগত আমাৰ গোঁসাইগাওঁ দক্ষিণ স্থিত বিভিন্ন গাঁৱৰ সমাজ সেৱক লগলাগি নতুন বছৰৰ উপলক্ষে বালিমাৰি পিকনিক স্পট স্থানত কিছু সময় অতিবাহিত কৰোঁ।।
আজি আমাৰ ক্লাবৰ উদ্যোগত এটি বিশেষ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজিৰ আলোচনাত গাওঁৰ বুদ্ধিজীবী আৰু মাতৃ সমাজ উপস্থিত থাকে। সভাখনত গাওঁৰ নৱপ্ৰজনমৰ প্ৰতি দৃষ্টি ৰাখি গুণগত শিক্ষা প্ৰদান কৰা আৰু গাওঁ অঞ্চল দ্ৰুত গতিত উন্নয়ন কৰাৰ পৰিকল্পনাৰ ওপৰত পৰ্যালোচনা কৰা হয়।
আজি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ আন এখন নতুন কাৰ্যালয় লখ্ৰা ছাউথ চিটিৰ পঞ্চম মহলত উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানত ময়ো সংযুক্ত আদিবাসী প্ৰাক্তন বিদ্ৰোহী মঞ্চৰ বিষয়ববিয়া হিচাপে উপস্থিত থাকোঁ।