Attending the 87th Raising Day celebrations of the Central Reserve Police Force in Guwahati, saluting the bravery of our @crpfindia jawans. https://t.co/cBaSEdMPJu
@himantabiswa বহুত ধুনীয়া আৰু সুবিধা জনক হৈছে কিন্তু আপোনালৈ এটা বিনম্ৰ অনুৰোধ আমাৰ সাধাৰণ মানুহ খিনি যে অসমৰ ইমূৰৰ সিমূৰৰ পৰা আহি জালুকবাৰী ত বাছেদি আহি নামে সেই মানুহ খিনিৰ কাৰণে যদি আপুনি পাৰে এটা কম চে কম সুলভ মূল্যৰ তইলেত বনাই দেওক মামা কাৰণ আমাৰ লাজ লাগে বিশেষ কৈ মহিলা খিনিৰ কাৰণে ।।।🙏