Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
Theatre n Cinema
Guwahati, India
Joined January 2021
283
Following
1.3K
Followers
2.4K
Posts
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
নিৰ্বাচনৰ বতৰতঃ নগাঁও লোকসভা সমষ্টিৰ আমিনুল ইছলাম এজন হজম নোহোৱা ৰাজনৈতিক ব্যক্তি। নোৱৰাত বদৰুদ্দিন আজমলকে ভোট দিম তথাপি আমিনুল ইছলাম? নৈব নৈব চঃ। (অৱশ্যে মোৰ ভোট গুৱাহাটীতহে)
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
খেলতেই জীৱন নে জীৱনেই ���েল? নিৰ্বাচনৰ খেলেই হওক বা আই পি এলৰ খেলেই হওক।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
'কৰ সন্ত���ৰাসবাদ' জয়ৰাম ৰমেশৰ মুখৰ পৰা ওলোৱা এই শব্দ যুগল শুনিবলৈ ভাল লগা নে ভয় লগা হৈছে ধৰিব পৰা নাই!
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
ফাকুৱাৰ ওলগ।
SanjeevHazorik1's tweet video.
Who to follow
Office of Jagadish Bhuyan
@OfficeOfJB
Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.
কণপাই বৰুৱা
@Konpai_099
Postdoctoral Researcher | PhD in Microbial Genetics (Charles University, Prague) | Czech Academy of Sciences | University of Surrey (UK)
Pankaj Bhattacharjee
@pankajbhatta
Tweets are personal, Retweeting doesn't mean endorsement.
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@Nabarun369 নতুন কথা শুনিলোঁ।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@chakraborty_a13
ই এক অপৰাধ। শিলচৰটো মানে কাছাৰটো এনে মুদ্ৰা গ্ৰহণ নকৰে।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
কেজৰিৱালক গ্ৰেপ্তাৰ কৰিহে এৰিলে। 😡
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@nilimsenapati3
@mainimahanta
তেনে তিনিটা কুকুৰ আমাৰ চৌহদত আছে। খাদ্য পানী শোৱাৰ যোগাৰ আমাৰ পৰাই দিয়া হয়। পোৱালী হলেই চিনাক�� মানুহক ভগাই দিওঁ। আজিকালি জীৱ-জন্তুৰ প্ৰতি মানুহৰ মৰম বাঢ়িছে। ৰঙা কালু আৰু পোৱালীক ওচৰ চুবুৰীয়াইও বিস্কুট ৰুটি আদি খাবলৈ দিয়ে। মাত্ৰ সিহঁত ঘৰৰ ভিতৰত নাথাকে।
See More
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
খ্যাতি খ্যাতি নে কুখ্যাতি বিশ্বৰ দ্বিতীয় প্ৰদুষিত চহৰ আমাৰ গুৱাহাটী। ক'ম সৌভাগ্য নে? বিশ্বই আমাক চিনি পাবলৈ আৰু এটা খ্যাতি যোগ হ'ল। 😡😡😡
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@utpal91
ছুটি ছবিখন ইণ্টাৰেষ্টিং হৈছে।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@prodyutkdeka
@queenhazarika
@utpal91
চাম 👌
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@nilimsenapati3
🙏
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
"বাতৰি কাকতখন ওপৰে ওপৰে চায় যাওঁ ৰ'বা।" এনেবোৰ কথা ক'বলৈ সুবিধাই নোহোৱা হ'ল। 'বিকাশ যাত্ৰা'ৰ খুন্দাত। কাকতখন ওপৰে ওপৰে চাবলৈ নাই, ভিতৰলৈ গৈ হে চাব লাগিব। 😂😂😂
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
'আজি' প্ৰয়াত অৰুণ গোস্বামীয়ে লিখা এখন নাটক। যিখন নাটকৰ জৰিয়তে পোহৰলৈ আহিছিল প্ৰাগজ্যোতিষ কলেজৰ এজন ছাত্ৰ। সেইয়া ৭৭-৭৮ চনৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ অ��িনেতা হিৰণ্য ডেকা। প্ৰগতিশীল চিন্তাধাৰাৰ অৰুণ গোস্বামীলৈ শ্ৰদ্ধা জনালোঁ। ঔম শান্তি 🙏
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
ফটোখন দেবাংগ পল্লৱৰ।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
আজি 'বৰুৱাৰ সংসাৰ' চালোঁ। এজনে ঠিকেই ক'লে - বৰুৱা পৰিয়ালৰ চিনেমাৰ দৰে এই তথ্যচিত্ৰ খনো ছুপাৰ হিট। সঁচায়ে সময় খিনি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। যেন চাবলৈ আৰু থাকি গ'ল। পৰিচালক উৎপল আৰু গোটেই টীমক অভিনন্দন।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
@pratidinasomiya
শুৱনি মানে ধুনীয়া। শোৱনি কোঠা।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
আৰ এন বৰুৱা স্মাৰক বঁটা বিজয়ী জিতেন্দ্ৰ কুমাৰ চৌধুৰীলৈ অভিনন্দন।
Sanjeev Hazorika // সঞ্জীৱ হাজৰিকা
@SanjeevHazorik1
over 2 years ago
Last Seen Users on Sotwe
❝
Seen from
Spain
ELOY JESUS LOPEZ GONZALEZ
Seen from
United States
ลุงชัย 50+ มังกร
Seen from
Thailand
Jamir King
Seen from
Netherlands
Vero Flex
Seen from
Egypt
Nanda Imut
Seen from
Indonesia
🔥🔥🔥 hot 🥵
Seen from
Netherlands
Nana Sha
Seen from
Indonesia
Dijual
Seen from
Indonesia
ρ᎗බɹ̇̈ɹ▂
Trends for you
1
#AEWDynamite
Under 10K tweets
2
Bregman
Under 10K tweets
3
Karoline
Under 10K tweets
4
Russ
Under 10K tweets
5
Indiana Bears
Under 10K tweets
6
#JarvixOS
Under 10K tweets
7
Luis Castillo
Under 10K tweets
8
Will Warren
Under 10K tweets
9
Spencer Jones
Under 10K tweets
10
Swerve
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.3M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
113M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89.1M followers
10
Taylor Swift
@taylorswift13
83M followers
11
Lady Gaga
@ladygaga
74.5M followers
12
Virat Kohli
@imvkohli
72.1M followers
13
Kim Kardashian
@kimkardashian
70.5M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
65M followers
16
Bill Gates
@billgates
64.7M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.2M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫