@Airtel_Presence@airtelindia@airtelnews I've a WiFi connectivity raised with care,but no resolution has been taken for last one week. When I call Customer support, I get same response that they will contact within 4 hours. That 4 hours have been 400 hours. Sr-11011277276
@skmahanta2013 আমাৰ এটা মানসিকতা আছে। যদি গাঁৱৰ পৰা, দুখীয়া পৰিয়ালৰ পৰা কোনোবাই সফলতা লাভ কৰে, আমি ঠিকেই glorify কৰোঁ। কিন্তু ধনী ঘৰৰ, চহৰৰ কোনোবাই পালে যেন অলপ ৰৈ যাওঁ! তাতেই আৰু সফল হোৱাজনৰ যদি অলপ attitude থাকে, বেয়া পাবই লাগিব আৰু ৰাইজে!