সাংবাদিকতা আৰু সাহিত্য সাধনাৰে সুদীৰ্ঘ দিন অসমৰ জাতীয় জীৱনত মাৰ্গদৰ্শকৰ ভূমিকা পালন কৰা বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক প্ৰয়াত হোমেন বৰগোহাঞিদেৱক জন্মদিন উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছো।
Happy National Handloom Day
Today, we celebrate the creativity and hard work of India's handloom weavers. Let's pledge to support Assam's rich handloom heritage. By embracing handloom products, we honour our traditions and empower artisans who keep these crafts alive.