@NirupamAxom@apdclsocial Salute for this specific line... "এই পৃথিৱীত একো কমি নাই সদিচ্ছাৰ ��ে অভাৱ আছে।"
# আৰু বেছি শুৱলা হ'লে হয় যদি আমি এনে ধাৰণা ও ৰাখোঁ ...
"আগলৈ এনে সমস্যা নোহোৱাৰ বাবে উচিত পদক্ষেপ ল'বলৈ কি পন্থা ৰূপায়ন কৰিলে ভাল হ'ব কৰক। তাৰ পিছতো যদি অপাৰগ অন্য সংস্থাক অৰ্পণ কৰিলে হ'ল।"
@NirupamAxom@apdclsocial হয় ডাঙৰীয়া..
মই জনাত The term "technical glitch" typically refers to a temporary malfunction or error in a technical system or device. When it comes to the internet, a technical glitch could refer to various issues that disrupt normal online operations.গতিকে ই সকলোতে প্ৰযোজ্য ।