আবেলি বোৰ val lage 😌ai যে দিনবোৰ আৰু কেতিয়াও ঘুৰাই নাপাম যদি hs r বছৰ টো শেষ হৈ যায় 🥺এই আবেলি চাইকেল খন লৈ chemistry,physics r Teaution লৈ আহি এইবোৰ মুহূৰ্ত upovog কৰিবলৈ আৰু নাপাম চাগে এই সময়বোৰ 😒
Ma deuta 🤗বহুত কষ্ট কৰে দুয়ো জনে🥺 কিন্তু হাঁহিটো চাওঁকচোন ?🥰সঁচাই vakha ni কবলে 👍photo khan জোনে ক্লিক কৰিছে thank you so much dei🤗সাচি ৰাখিলো social media khanote ai photokhon🥰🤗🙏🙏বৰ প্ৰিয় mor ai photo khon