Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Umananda Mili
@umananda_mili
মায়াৰে ভৰা দুনীয়া, তাতেই ভৰি দি নকৰিবা নিজক ঘূণীয়া !!!
Jorhat, India
Joined July 2019
160
Following
132
Followers
131
Posts
Pinned Tweet
Umananda Mili
@umananda_mili
almost 5 years ago
আহা ! সপোনৰ দেশত দুয়ো এইদৰেই থাকোঁ ! তুমি ক'বা, মই শুনিম । সুখে , দুখে আধাকৈ ভগাই সোণৰ দেশত দুয়ো সপোন বুটলিম !
Umananda Mili
@umananda_mili
over 1 year ago
যদি বসুন্ধৰাৰ শ্ল’গানেই হয় ‘মোৰ মাটি মোৰ অধিকাৰ’ তেনে মাটি জোখা, জিঅ’ টেগ কৰাৰ নামত কিয় টকা দিব লগা হয় ?
@himantabiswa
Umananda Mili
@umananda_mili
about 2 years ago
@himantabiswa
মামা এনে গৰমৰ দিনত অসহায় ৰাইজৰ আপোনাৰ ওপৰত একমাত্ৰ আৰু শেষ ভৰষা ।
Umananda Mili
@umananda_mili
about 2 years ago
প্ৰায় এসপ্তাসৰ আগতেই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষণ দেখা নগ’ল । আমি বিদ্যুৎ এনেয়ে উপভোগ কৰা নাই, আমি ইয়াৰ বাবে বিল পৰিশোধ সময়মতে কৰিছো । সেয়ে আমাৰ সমস্যাৰো সমাধান অনতি বিলম্বে বিচাৰো ।
Who to follow
Mg Sachin Doley 🕊️
@SachinDoley__11
TMPK ✌️ 🌿প্ৰকৃতি প্ৰেমী ⛰️ 🌱 কাজিৰঙা 🦏🌳
Dipu Borah
@DipuBor69733301
Jayanta Boruah
@Jayanta88158816
Well come
Umananda Mili
@umananda_mili
over 2 years ago
ভল্টেজৰ যি পয়ালগা অৱস্থা সেয়া ভিডিঅ’টো চালেই গম পাব। ইচ্ছা কৰিলে কেইপাক মাৰিছে সেয়াও হিচাপ কৰিব পৰা যাব ।
@DcMajuli
@News18Northeast
umananda_mili's tweet video.
Umananda Mili
@umananda_mili
over 2 years ago
মনৰ কথা জানো খুলি ক’ব পাৰি চন্দুকটো নহয় ! পুৰণিকলীয়া কাপোৰৰ জাপ সাঁচে সাচেঁ বহালেই হয় । দাপোনেও কয় বহু কথা কিন্তু ব্যক্তহে নহয়, মনত থাকিলেও চেহেৰা আনক নেদেখুৱালেও হয় । ধুমুহাৰ শেষত বৃষ্টিৰ ঢল ভাঙি সপোনজাক বাগৰি আহে, কথাৰ মিলন যদি নহয় চকুযোৰে কাহানিও নাহাঁহে ।
Umananda Mili
@umananda_mili
over 2 years ago
নিজৰ বাবে নাম কেতিয়া কৰিবা বন্ধু ? অতীততেই ভাল আছিল বুলি শুনা । আনৰ মতেই যদি হ’ব আছিল, তেনে এনেয়ে বদনামী হ’লা ! আজু ককাই ৰুইছিল ফল-ফুললৈ বুলি, মাজতেহে পোকে পালে । সপোন আছিল নাতিয়ে খোৱাৰ, জুতিটো পিছে পিছলৈ বেপাৰীয়েহে খালে !
Umananda Mili
@umananda_mili
about 3 years ago
মাজুলীৰ কাৰ্কিচুক গাৱত বিদ্যুত সেৱাৰ যি পয়া লগা অৱস্থা, এইহেন গৰমৰ দিনত জীয়াই থকাই ভয়লগা কৰি তুলিচে । দিনত বাৰু ফেনবোৰ চলেই, ৰাতিলৈ যিহে অৱস্থা অ’ কেইপাক ঘূৰিছে হিচাপ কৰিব পৰা। পাৰিলে ভল্টেজ বঢ়াই দিয়াৰ ব্যৱস্থা এটা কৰক ।
@himantabiswa
@Bhubongam
@DcMajuli
Umananda Mili
@umananda_mili
about 3 years ago
·
Jorhat
@kankanapegu__
নিজৰ মনৰ পছন্দ সদায়েই ওপৰত 🤗
umananda_mili
retweeted
Ranoj Pegu
@ranojpeguassam
over 3 years ago
Congratulations and best wishes to newly elected office bearers of Mising Agom Kebang (Mising Sahitya Sabha).
@himantabiswa
@PTI_News
@pressclubghy
Umananda Mili
@umananda_mili
over 3 years ago
·
Jorhat
কামৰ অজুহাত নে গাফিলতি ? ফলাফল ঘোষণাৰ পিছটো বহু বিদ্যালয়ে কিয় লাভ কৰিব পৰা নাই গুণোৎসৱ-২০২৩ ৰ ফলাফল ?
@ranojpeguassam
@himantabiswa
Umananda Mili
@umananda_mili
over 3 years ago
·
Jorhat
@DipshikhaKhaund
🫡
Umananda Mili
@umananda_mili
over 3 years ago
·
Jorhat
প্ৰায়েই শুনো ! প্ৰেম চেহেৰাৰ লগত হয় ! কিন্তু মই তোমাৰ মাত - কথাৰ প্ৰেমত পৰি গ’লো ! 😍
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
সকলোৱেই নিজৰ জীৱনৰ বাট সুন্দৰ হোৱাটো বিচাৰে । যদি মনে বিচৰাৰ দৰে জীৱন লাগে, তেন্তে আপুনি সেই মনে বিচৰা জীৱনৰ বাবে সঠিক কৰ্মও কৰিব লাগিব । যিয়েই নহওক কিয়, কৰ্মই যে ধৰ্ম !
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
মই হেৰুৱা নাই, জীৱন ভাগৰা নাই । কেতিয়াবা পৰিম হয়টো জীৱনৰ দৌৰত, কিন্তু উঠি দৌৰিবলৈ মই কুন্ঠাবোধ নকৰিম যেতিয়ালৈকে মই মনে বিচৰা সফলতাৰ চাবিকাঠি বিচাৰি নাপাওঁ । সেয়েহে মই হেৰুৱা নাই, জীৱন ভাগৰা নাই । আপুনিও জাগক আৰু জীৱনত দৌৰিবলৈ শিকক । 🤗
Umananda Mili
@umananda_mili
almost 4 years ago
বন্ধুত্ববোৰ সম্পৰ্কৰ নাম দিবলৈ গ’লেই সচাকৈয়ে সম্বন্ধবোৰত মামৰে ধৰিবলৈ আৰম্ভ কৰে ।
#stay
#friendship
#stayhappy
#StayPositive
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
মোৰ যেতিয়াই অনুভৱ হয় যে মোৰ বহু বন্ধু চ’চিয়েল মেডিয়াত আছে,তেওঁলোকৰ লগত মোৰ সম্পৰ্ক ভালেই,তেতিয়াই মই বন্ধুত্ব তালিকাৰ পৰা কাৰোবাক Msg দি Reply লৈ অপেক্ষা কৰো।দুদিনৰ অন্ততো যদি Reply নাহে, তেন্তে সেই বন্ধুত্বৰ সামৰণি তাতেই মাৰো Unfriend,Unfollow কৰি।মই বেয়া কৰিছো নেকি বাৰু ?
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
নিজে কষ্ট নকৰি, আনৰ সফলতাত জ্বলি পকি মৰি কি লাভ বোপাই ? 😀 কষ্ট কৰা, সফলতা লোৱা । 🤷♂️
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
@kankanapegu__
মাংস খুৱাম কৈ চয়াবিন খোৱাই দিয়াৰ দৰে ! 🤭
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
@kankanapegu__
Tumhari bf eisa nikla toh hum kya kre ? 😂
Umananda Mili
@umananda_mili
almost 4 years ago
·
Jorhat
@kankanapegu__
সদায়ে লগত থাকিম বুলিটো সকলোৱেই কথা দিয়ে পিছে । কিন্তু বেয়া সময়, বেয়া দিশ দেখিলে প্ৰায়েই গা এৰাই দিয়ে ! 🥲
Last Seen Users on Sotwe
𝐇𝐚𝐫𝐯𝐞𝐬𝐭 (working on comms)
Seen from
Korea
Marifer
Seen from
Mexico
buttress
Seen from
United States
MARINA MAYA 🖤
Seen from
Brazil
Md
Seen from
Turkey
龙姬
Seen from
United States
Antalya Merkez Sex
Seen from
Germany
HOAG THÀNH
Seen from
Vietnam
روان
Seen from
United Kingdom
evli çift Antep 35 yaş üstü yazmasın
Seen from
Turkey
Trends for you
1
Mamdani
Under 10K tweets
2
Allegations
Under 10K tweets
3
Pentagon
Under 10K tweets
4
Rosh Hashanah
Under 10K tweets
5
NBC Boston
Under 10K tweets
6
#NeverForget
Under 10K tweets
7
Zverev
Under 10K tweets
8
Saudi Arabia
Under 10K tweets
9
Non-practicing
Under 10K tweets
10
Gayle King
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.6M followers
2
Barack Obama
@barackobama
119M followers
3
Cristiano Ronaldo
@cristiano
114.2M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.2M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.4M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
89.9M followers
10
Taylor Swift
@taylorswift13
83.8M followers
11
Lady Gaga
@ladygaga
75.3M followers
12
Virat Kohli
@imvkohli
73.2M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
66.2M followers
16
Bill Gates
@billgates
65M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.3M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.7M followers
Olivia
Online
✨
⭐
💫