Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Anamika hazarika06
@AHazarika06
Joined July 2021
15
Following
13
Followers
145
Posts
AHazarika06
retweeted
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
almost 5 years ago
মাননীয় মুখ্যমন্ত্ৰী মহোদয় ২০১৮ আৰু ২০১৯ বৰ্ষৰ ছাত্ৰী সকলক স্কুটি দিয়াৰ ক্ষেত্ৰত সৃষ্টি হোৱা সকলো দুৰ্নীতি আঁতৰাই প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰীকে স্কুটি প্ৰদানৰ বাবে অনুৰোধ জনালোঁ
@himantabiswa
@ranojpeguassam
@CMOfficeAssam
AHazarika06
retweeted
DGP Assam
@DGPAssamPolice
almost 5 years ago
কেচুঁ খান্দোতে সাপ! নগাঁও জিলাত তাকেই ঘটিল। এটা ডকাইতিৰ অনুসন্ধানত যোৱা আৰক্ষীৰ দল এটিয়ে ঘটনাক্ৰমে, চকু কপালত উঠা অপৰাধী চক্ৰ এটাৰ কথা পোহৰলৈ আনে। এই চক্ৰটো জড়িত হৈ আছে হাজাৰ হাজাৰ ভুৱা প্ৰমাণপত্ৰ তৈয়াৰ কৰাত।
AHazarika06
retweeted
GP Singh
@gpsinghips
almost 5 years ago
Sharing a good news. My daughter Aishwarya has secured All India 97th Rank in the Civil Services Exam. 🙏🏼
AHazarika06
retweeted
Assam Police
@assampolice
almost 5 years ago
স্বদেশৰ হকে প্ৰাণ আহুতি দিয়া কণিষ্ঠতম স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁৰ বীৰত্ব আৰু সাহসে আমাক সদায়েই অনুপ্ৰাণিত কৰি আহিছে।
assampolice's tweet video.
AHazarika06
retweeted
Liza Newar
@liza_newar
almost 5 years ago
#majulianNeedBridge
#NoBridgeNoVote
#SaveMajuli
#weneedbridgeinmajuli
@himantabiswa
@cmpatowary
@CMOfficeAssam
@PMOIndia
@narendramodi
@BimalBorahbjp
AHazarika06
retweeted
DY365
@DY365
almost 5 years ago
শীঘ্ৰে আৰম্ভ হ’ব প্ৰস্তাৱিত লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্পৰ কাম
#LovlinaBorgohain
#SportsProject
#Assam
#DY365
https://t.co/JpXNIpPnYa
AHazarika06
retweeted
Pomme Le Cairn Terrier
@PommeLeCairn
almost 5 years ago
·
Buxerolles
Hey friends, you know what? I have more than 600 followers now… 😳😳😳🥰😘🥳❤️🍎
#cairnterrier
#dogsoftwitter
AHazarika06
retweeted
BJP Assam Pradesh
@BJP4Assam
almost 5 years ago
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ আজি তিৰোভাৱ তিথিত তেখেতলৈ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা সেৱা নিবেদিছোঁ। ঐকান্তিক গুৰু সেৱা আৰু দাস্য ভকতিৰ আদৰ্শৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ 'বঢ়াৰ পো' জনা তেওঁৰ অৱদানেৰে অমৰ হৈ থাকিব।
AHazarika06
retweeted
ᴘᴀᴠʟᴏᴠ ᴛʜᴇ ᴄᴏʀɢɪ
@PAVGOD
almost 5 years ago
special deliver, it’s unconditional love
AHazarika06
retweeted
Dr. Samujjal Bhattacharjya
@SamujjalBhatta
almost 5 years ago
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰিবলৈ ওলোৱা কাৰ্য আমাৰ দৃষ্টিগোচৰ হৈছে।কোনো পৰিস্থিতিতে ভাৰতৰত্ন গৰাকীৰ নামত প্ৰতিষ্ঠিত বিমানবন্দৰটোৰ নাম সলনি কৰিবলৈ দিয়া নহ'ব। অসমৰ স্বাভিমানক লৈ হেতালি নেখেলিব-সহ্য কৰা নহ'ব।
@PMOIndia
@JM_Scindia
@himantabiswa
See More
AHazarika06
retweeted
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
about 5 years ago
২০১৮আৰু২০১৯ বৰ্ষৰ প্ৰজ্ঞান ভাৰতী স্কুটি বিতৰণ আচঁনিত থকা সকলো গাফিলতি আঁতৰাই প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্রীক স্কুটি দিয়াৰ ব্যৱস্হা কৰাত আমাক সহায় কৰিব বুলি আমি আশাবাদী🙏 @Gyanashree_bora
@AkhilGogoiAG
@ranojpeguassam
@CMOfficeAssam
@INCAssam
@lurinjtgogoi
@JatiyaParishad
Anamika hazarika06
@AHazarika06
about 5 years ago
@Gyanashree_bora
@AkhilGogoiAG
@ranojpeguassam
@CMOfficeAssam
@INCAssam
@lurinjtgogoi
@JatiyaParishad
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
about 5 years ago
২০১৮আৰু২০১৯ বৰ্ষৰ প্ৰজ্ঞান ভাৰতী স্কুটি বিতৰণ আচঁনিত থকা সকলো গাফিলতি আঁতৰাই প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্রীক স্কুটি দিয়াৰ ব্যৱস্হা কৰাত আমাক সহায় কৰিব বুলি আমি আশাবাদী🙏 @Gyanashree_bora
@AkhilGogoiAG
@ranojpeguassam
@CMOfficeAssam
@INCAssam
@lurinjtgogoi
@JatiyaParishad
Anamika hazarika06
@AHazarika06
about 5 years ago
#gauhatiuniversity
#DoNotCancel3rdSemExam
#Studentscareermatters
#Donotcopypasteresults
@himantabiswa
@ugc_india
AHazarika06
retweeted
Akhil Gogoi
@AkhilGogoiAG
about 5 years ago
My take on the Assam budget 2021-22. An indication of a severely failing economy. অসম বাজেট ২০২১-২২ৰ ওপৰত মোৰ মন্তব্য।গভীৰ বিফল অৰ্থনীতিৰ এক সংকেত।
@RaijorDal
@pratidinasomiya
@niyomiya
@asom_amar
#assambudget2021
#EconomyInShambles
AHazarika06
retweeted
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
about 5 years ago
মাননীয় মুখ্যমন্ত্রী মহোদয় স্কুটি সলনি অন্য উপহাৰত আমাক কি দিয়ে সেয়া আমি কব নোৱাৰো কিন্তু আশা কৰো2018আৰু 2019বৰ্ষৰ ছাত্রীসকলৰ সকলো অভিযোগ আঁতৰ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্রীক প্ৰজ্ঞান ভাৰতী আঁচনি বিতৰণৰ ব্যৱস্হা কৰে যেন | আমাক নিৰাশ নকৰে বুলি আমি আশাবাদী
@himantabiswa
See More
Anamika hazarika06
@AHazarika06
about 5 years ago
@himantabiswa
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
about 5 years ago
মাননীয় মুখ্যমন্ত্রী মহোদয় স্কুটি সলনি অন্য উপহাৰত আমাক কি দিয়ে সেয়া আমি কব নোৱাৰো কিন্তু আশা কৰো2018আৰু 2019বৰ্ষৰ ছাত্রীসকলৰ সকলো অভিযোগ আঁতৰ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্রীক প্ৰজ্ঞান ভাৰতী আঁচনি বিতৰণৰ ব্যৱস্হা কৰে যেন | আমাক নিৰাশ নকৰে বুলি আমি আশাবাদী
@himantabiswa
See More
AHazarika06
retweeted
Usha Kalita
@usha_kalita
about 5 years ago
@deservescooty
@himantabiswa
@PragNews
Cut off সমান কৰি নহয় সকলো প্রথম বিভাগত উত্তীৰ্ণ ছাত্রীক লাগে। কিছুমান কিমান দুখীয়া ঘৰৰ ছোৱালী আছে তেওলোকে স্কুটি খন পোৱাৰ আশাত আছিল প্রথমে টো কোনো cut off নাছিল সকলো ৬০% পোৱা ছাত্রী ক দিম বুলি কৈছিল এতিয়া কিহৰ cut off আহিল?
Anamika hazarika06
@AHazarika06
about 5 years ago
@ranojpeguassam
@himantabiswa
@CMOfficeAssam
Liza Newar
@liza_newar
about 5 years ago
ছাৰ নমস্কাৰ | 2018 আৰু 2019 বৰ্ষৰ প্ৰজ্ঞান ভাৰতী স্কুটি বিতৰণ আচঁনিৰ সকলো গাফিলতি আঁতৰাই 2020 বৰ্ষৰ ছাত্রীসকলক প্ৰদান কৰাৰ দৰে প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্রীক স্কুটি প্ৰদান কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ | 🙏
@ranojpeguassam
@himantabiswa
@CMOfficeAssam
Anamika hazarika06
@AHazarika06
about 5 years ago
@AjantaNeog
বাকী ইমান হাজাৰ হাজাৰ স্কুটী বঞ্চিত ছাত্ৰী সকলে কৰা অনুৰোধ কি হল?একো সুদুত্তৰ নাপালোঁ।ধিক্কাৰ দিছোঁ আপোনালোকৰ চৰকাৰ খনক।ভাবিছিলো প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপে আপুনি বঞ্চিত ছাত্ৰী খিনিক ন্যায় দিব,কিন্তু আপুনি বাজেটত উল্লেখ কৰিম বুলি প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে।
See More
AHazarika06
retweeted
সদৌ অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বঞ্চিত ছা: স:
@WeWantScooty
about 5 years ago
২০১৮ আৰু ২০১৯ বৰ্ষৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈও স্কুটি প্ৰাপ্তিৰ পৰা বঞ্চিত ছাত্রীসকলৰ পক্ষে অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্রী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজিৰ বাজেটত আমাক ভাল খবৰ দিব বুলি অসমৰ আমি প্ৰায় ২২,০০০গৰাকী ছাত্রীয়ে আশাৰে বাট চাই আছোঁ 🙏
@AjantaNeog
@CMOfficeAssam
See More
Last Seen Users on Sotwe
𝗥𝗮𝗻𝗱𝘆 𝗖𝗼𝗹𝗲
Seen from
Korea
موقع المراهنات🇮🇶
부산 FD서아
Seen from
Korea
jbillaharry
Seen from
Malaysia
CUTE ONLY FANS LEAK
Seen from
Mexico
Farhan Anugrah pemuas binor/stw
Seen from
Indonesia
comelbanget666
Seen from
Indonesia
deniz
Seen from
United States
The Duke 👑
Seen from
Venezuela
erz evli çift
Seen from
Turkey
Trends for you
1
Ty Gibbs
Under 10K tweets
2
Kayla McBride
Under 10K tweets
3
Haiti
Under 10K tweets
4
Woke 1
Under 10K tweets
5
#GreenWall
Under 10K tweets
6
#BaddiesUSAChapterTwo
Under 10K tweets
7
Don Nelson
Under 10K tweets
8
Michael Brennan
Under 10K tweets
9
Fonseca
Under 10K tweets
10
Kmac
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.2M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.9M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89M followers
10
Taylor Swift
@taylorswift13
82.9M followers
11
Lady Gaga
@ladygaga
74.4M followers
12
Virat Kohli
@imvkohli
71.9M followers
13
Kim Kardashian
@kimkardashian
70.5M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
64.9M followers
16
Bill Gates
@billgates
64.6M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.1M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫