ATTSA, AASAA, ACMS, and allied groups held a massive rally in Dibrugarh demanding ST status, land rights, and wage hike for the Tea Tribe & Adivasi community.The peaceful protest saw thousands gather, echoing long-overdue calls for recognition, dignity, and equal rights @DhirajG
আটছাৰ ৭৭ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ এই পৱিত্ৰ দিনটোত সেইসকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সোৱৰিছোঁ, যিসকলৰ ত্যাগ আৰু আত্মবলিদানৰ বাবে আমি আজি একেখন মঞ্চত ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই এক ইতিহাস ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ।
জয় আই অসম,
জয়তু আটছা, আটছা জিন্দাবাদ।
#ATTSA#zindabad