Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
জোনালী দত্ত বড়া
@Borahjunali11
Junali
Duliajan, India
Joined May 2021
60
Following
31
Followers
60
Posts
জোনালী দত্ত বড়া
@Borahjunali11
15 days ago
নদী উপচি সাগৰ হয় যেতিয়া গাওঁবোৰ গাওঁ হৈ নাথাকে। উটি যায় সপোন , উটি যায় আপোন পদূলি। মোৰ বুলি সামৰি থৱেই বা কি দানত যদি নিয়ে উন্মাদ নদীয়ে হেপাঁহৰ পৃথিবী বাচি। উদং মাটিত পলসুৱা আহুতি ঢালি মোৰ বুলি কবলৈ থাকি যায় মাথোঁ নাটনিৰ ভোক আৰু ভোকৰ বড়ি।
#হৃদয়ৰ_কাকলি
জোনালী দত্ত বড়া
@Borahjunali11
23 days ago
কবলৈ কেতিয়াবা একোৱেই নাথাকে না পিছলৈ চাব পৰাকৈ না আগলৈ যাব পৰাকৈ । উশাহত মাত্র সজীব হৈ থাকে টুকুৰা ছবিৰ নীৰৱ কাহিনী। কেতিয়াবা মনৰ ব্যক্ত আৰু কেতিয়াবা মগজুৰ অব্যক্ত। কথাবোৰ- আবেলিৰ কোঠালি - নীৰৱতাৰ বৰ্ণনা- একো নকওঁ
#হৃদয়ৰ_কাকলি
✍️জোনালী বড়া
জোনালী দত্ত বড়া
@Borahjunali11
about 1 month ago
নীলাৰ দৰেই আৱৰি উশাহৰ নিশব্দ, নিৰ্মল,স্বচ্ছ, নিশাৰ আকাশ নদী হৈ বৈ তৰংগৰ ঠিকনা যদি মৰমৰ নৈ সম্ভাৱনাৰ জানো আছে শেষ তুমি তুমি পোহৰৰ!!!
#হৃদয়ৰ_কাকলি
✍️জোনালী বড়া
জোনালী দত্ত বড়া
@Borahjunali11
2 months ago
গুছি যায় পখিলা খেদা সময়বোৰ, গুছি যায় তৰাৰ দেশত পৰী উৰাৰ সপোনবোৰ, নিমিষাৰণ্যৰ সাধুকথাৰ কুঁকীত এতিয়া জিৰণীয়া সমাধি। এই আছে,এই নাই, বাৰিষাৰ বৰষুণত এই যে উটি যায় কৃষ্ণচূড়াৰ ৰঙাৰ দৰেই জীৱনৰ গোলপী ৰাধাচূড়া, এজাৰ ৰঙী সপোন আৰু ইত্যাদি ইত্যাদি ইত্যাদি........!
#হৃদয়ৰ_কাকলি
See More
Who to follow
🇱🇦🇰🇭🇮🇳🇦🇳🇩🇦🇳 🇬🇴🇬🇴🇮
@LakhinandanGo11
বিতোপন সোনোৱাল
@BituponXnwl
অপেক্ষা'ৰত সেই মূহুৰ্তলৈ, যিদিনা স্বদেশৰ বীণাত বাজিব স্বাধীনতাৰ গান॥
পৰেশ কুৰ্মী
@paresh_kurmi
RSS
জোনালী দত্ত বড়া
@Borahjunali11
3 months ago
পুৱাৰ খিৰিকী খুলি এইয়া ৰ'দৰ বেলি। অন্তহীন নীলাভ, সেউজীয়া ৰ'দালি, হাতত এপিয়লা সোনাৰু হাঁহি আৰু তুমি!!! ✍️জোনালী বড়া @হৃদয়ৰ_কাকলি
জোনালী দত্ত বড়া
@Borahjunali11
over 1 year ago
@chakraborty_a13
ধন্যবাদ।
জোনালী দত্ত বড়া
@Borahjunali11
over 1 year ago
সাগৰৰ ঢৌ তোলা বতাহজাক মোৰো বুকুৰ, হৃদয়ত ৰং বুলাই বাজি উঠা আশাৰ নূপুৰ। সময়ৰ গতিত নিয়মমাফীক আহে আৰু যায় প্ৰতি বাৰেই দি যায় উশাহৰ ৰুণঝুণ ঠিকনা মধুৰ।
#হৃদয়ৰ_কাকলি
✍️জোনালী বড়া 28/01/2025
জোনালী দত্ত বড়া
@Borahjunali11
about 2 years ago
#হৃদয়ৰ_কাকলি
সপোনৰ এবাট, তোমাক ভালপোৱালৈকে কথাবোৰত জী থাকিব সেউজ সাবটি এখন নীলা আকাশ। ✍️জোনালী বড়া
জোনালী দত্ত বড়া
@Borahjunali11
about 2 years ago
#হৃদয়ৰ_কাকলি
পুৱাৰ দুৱাৰমুখত দুটোপাল তোমাৰ, ৰ'দৰ চোতালৰ, পিয়াহত তৃষ্ণাতুৰ, সেউজীয়া হৃদয়ৰ অপেক্ষা এইয়া। জানো
#অপেক্ষা
আছে বাবেই জী থাকে সপোনবোৰ...
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
@chakraborty_a13
ধন্যবাদ ককাই।
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
তেওঁ সুধিলে - ইমান ফাগুন কিয় মানে ম ই ক'লো - উশাহবোৰ আৰম্ভ হৈছিল য'ৰ পৰা। য'ৰ পৰা চিনাকি ,পোহৰৰ সান্নিধ্য! য'ৰ পৰা স্পৰ্শৰ অনুভূতি,ভালপোৱা য'ৰ পৰা আৰম্ভণি যাত্ৰাৰ , সেই দিন আজিৰ! তেওঁ ক'লে- শুভ জন্মদিন! মই ক'লো -কথাবোৰ তাতেই তুমিও মানে ✍️জোনালী বড়া।
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
#হৃদয়ৰ_কাকলি
✍️জোনালী বড়া আবেলিৰ খিৰিকীখন বন্ধ কৰিব খুজি ৰৈ গ'লো। বতাহ এজাকে চুইছিল। কিজানি উশাহবোৰ! গুমগুমাইছিল আকাশখনে গাজনিবোৰ মোৰ অচিনাকি নহয়। যিদৰে ধপ্ ধপনি হৃদয়ৰ আচলতে যি বাটেৰে পোহৰ সৰে সেই বাটেইৰেইটো বসন্ত নামে ।
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
@chakraborty_a13
ধুনীয়া দেই।
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
@chakraborty_a13
ধন্যবাদ ককাই।
জোনালী দত্ত বড়া
@Borahjunali11
over 2 years ago
খিৰিকীখন খুলি এইমাত্ৰ আকাশখন চালোঁ নিজৰ লগত অকলেই কথা পাতিলোঁ হয় !
#জীৱন
এখন নীলা আকাশ! জী উঠাবোৰ
#উশাহ
! শুই পৰা নিশাটো বিহংগীনিৰ গীতেহে জগাই দিয়ে।পুৱাৰ পাখিতো যে কত' সপোন !হেপাঁহ বোৰ অগোচৰ!
#কথাবোৰ
খোলা খিৰিকীৰে সোমাই অহা এজাক অসংগলগ্ন বতাহ। কেতিয়াবা সজাই কব নোৱাৰা
#মৌনতা
See More
জোনালী দত্ত বড়া
@Borahjunali11
almost 3 years ago
ভালবোৰ সদায় ভাল আৰু বেয়াবোৰ সদায়েই বেয়া।গতিকে নিজৰ বাবে ব্যৱহাৰ কৰিবলগীয়া ফৰ্মূলাটো হ'ল সৎ পথেৰে নিজৰ ভাল লগাবোৰৰ সৈতে হেতালি খেলাটো য'ত আপোনাৰ চৌপাশ সদায় ভালবোৰেৰে আৱৰি থাকিব আৰু আনটো হ'ল বেয়া লগাবোৰ পৰিত্যাগ কৰাটো য'ত আপোনাৰ অগোচৰে বেয়াবোৰ আপোনাৰ পৰা সদায় আঁতৰি থাকিব
See More
জোনালী দত্ত বড়া
@Borahjunali11
over 3 years ago
@chakraborty_a13
ধন্যবাদ দেই।
জোনালী দত্ত বড়া
@Borahjunali11
over 3 years ago
@chakraborty_a13
বহুত ধুনীয়া।
জোনালী দত্ত বড়া
@Borahjunali11
over 3 years ago
https://t.co/YsXD3uHk7l আমাৰ ছোৱালীৰ নতুন গীত।এবাৰ চাবচোন।
জোনালী দত্ত বড়া
@Borahjunali11
over 3 years ago
@BoruahMonda
Welcome
Last Seen Users on Sotwe
Jenrick Jamolin Kaharian
Seen from
United Kingdom
ชอบสาวแก่แม่หม้าย
Seen from
Thailand
brenda gon
Seen from
Guatemala
NWFakes
Seen from
Germany
🔞⚡️✨SEX MEKANI💥🔥🍒🍑✉️💯
Seen from
Turkey
N
Seen from
Thailand
AV(学习资料)
Seen from
United States
Ta Be
Reco Baba
Seen from
Germany
Master mind
Seen from
South Africa
Trends for you
1
Grok Bot
Under 10K tweets
2
Nicholas Hoult
Under 10K tweets
3
$CRWV
Under 10K tweets
4
Secret Service
Under 10K tweets
5
Kyler
Under 10K tweets
6
Massachusetts
Under 10K tweets
7
The Elder Scrolls VI
Under 10K tweets
8
USSS
Under 10K tweets
9
Coby Bryant
Under 10K tweets
10
Nate Silver
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.3M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
113M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89.1M followers
10
Taylor Swift
@taylorswift13
83M followers
11
Lady Gaga
@ladygaga
74.5M followers
12
Virat Kohli
@imvkohli
72M followers
13
Kim Kardashian
@kimkardashian
70.5M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
65M followers
16
Bill Gates
@billgates
64.6M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.2M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫