Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Dikshita Devi
@DikshitaDevi3
Joined January 2021
10
Following
5
Followers
81
Posts
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
over 4 years ago
পিক পেলাই ৰাজহুৱা সম্পত্তি নষ্ট নকৰিব। ৰাজহুৱা সম্পত্তিক নিজৰ বুলি জ্ঞান কৰক। এখন স্বচ্ছ, সুন্দৰ পৃথিৱী গঢ়াত এয়া হ'ব আপোনাৰ সুন্দৰ মনৰ পৰিচায়ক ||
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
গান্ধী জয়ন্তী ২ অক্টোৱৰ, ২০২১ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তীৰ শুভক্ষণত মহামানৱ গৰাকীলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহক, অাজিৰ এই দিনটোত অামি সকলোৱে এখন সুস্থ সমাজ গঢ় দিয়াৰ সংকল্প লওঁ। সেউজ আমাৰ সপোন ||
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
সেউজ বান্ধৱঃ আহক, আপুনিও আমাৰ এই "সেউজ বান্ধৱ" প্ৰকল্পৰ একোজন সাহসী অংশীদাৰ হওঁক। আজিয়েই আপোনাৰ চৌপাশৰ কেতবোৰ পাৰিৱেশিক সমস্যা, দূষিত কাৰক সন্দৰ্ভত সবিশেষ জনাই ছবি-ভিডিঅ' অামাৰ ঠিকনাত প্ৰেৰণ কৰক। আমাৰ যোগাযোগঃ ৭৬৩৮৮৫৮১৪৫ ই-মেইলঃ
[email protected]
See More
GOGREENORG05's tweet video.
DikshitaDevi3
retweeted
Kuki Kalpita Borah
@KalpitaKuki
almost 5 years ago
India celebrates
#AmritMahotsav
(Indian Independence) and we the people from Majuli are still praying for bridges (Majuli-Jorhat, Majuli-Lakhimpur)🙂
#AzadiKaAmritMahotsav
😆
#MajuliFerryAccident
#MajuliNeedsABridge
#NoBridgeNoVote
@CMOfficeAssam
@himantabiswa
@sarbanandsonwal
DikshitaDevi3
retweeted
Kuki Kalpita Borah
@KalpitaKuki
almost 5 years ago
বছৰৰ আগতেই ফাইলৰ কাম সমাপ্ত হোৱা,সন্মানীয় মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা যোৰহাটমাজুলী সংযোগী দলং নিৰ্মাণৰ কাৰিকৰী দিশৰ বাবে সাজু হোৱাৰ পিছতো কাৰ্যকৰীকৰণত ইমান পলম কিয়? তাৰোপৰি এখন উত্তৰপাৰৰ লগত সংযোগী দলঙো লাগিব✊
#MajulianNeedABridge
@himantabiswa
@sarbanandsonwal
@cmpatowary
Dikshita Devi
@DikshitaDevi3
almost 5 years ago
Majulian need the bridges within two or three years✊
#wewantjustice
#NoBridgeNoVote
#Weneedmodernsafeinlandwatertransport
@himantabiswa
@sarbanandsonwal
@narendramodi
@PMOIndia
DikshitaDevi3
retweeted
Kuki Kalpita Borah
@KalpitaKuki
almost 5 years ago
Majulian need the bridges within two or three years✊
#wewantjustice
#NoBridgeNoVote
#Weneedmodernsafeinlandwatertransport
@himantabiswa
@sarbanandsonwal
@narendramodi
@PMOIndia
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
বিশ্ববৰেণ্য অসমীয়া, সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱলৈ জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
"দৈনন্দিন বাৰ্তা" কাকতগোষ্ঠীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ ||
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
আপুনি জানেনে ? অসমৰ ৰাজ্যিক বৃক্ষ "হোলোং" ~
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
গ' গ্ৰীণ অৰ্গেনাইজেশ্বন ,যোৰহাট-অসম সংস্থাৰ তৰফৰ পৰা সমূহ ভাৰতবাসীলৈ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। স্বাধীনতা দিৱসৰ এই শুভক্ষণত দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰা প্ৰতিজন সংগ্ৰামী বীৰ-বীৰাংগনাকে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ||
#IndependenceDay2021
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
হস্ততাঁত অসমৰ এক অন্যতম আপুৰুগীয়া শিল্প। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনা অসমৰ সকলো বয়ন শিল্পী তথা এই শিল্পৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আহক ,আমি সকলোৱে মিলি এই থলুৱা শিল্পৰ প্ৰসাৰৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰোঁ।
#NationalHandloomDay
See More
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
আপুনি জানেনে ?
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
almost 5 years ago
টকিঅ' অলিম্পিকত পদক সুনিশ্চিত কৰি ইতিহাস ৰচাঁ অসমকন্যা লাভলীনা বৰগোহাঁইলৈ "গ' গ্ৰীণ অৰ্গেনাইজেশ্বন" সংস্থাৰ তৰফৰ পৰা সেউজ অভিনন্দন অাৰু অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ।
#TokyoOlympics
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
আপুনি জানেনে ?
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
অসমৰ মাননীয় বনমন্ত্ৰী শ্ৰী যুত
@ParimalSuklaba1
দেৱক আজি "গ' গ্ৰীণ অৰ্গেনাইজেশ্বন" সংস্থাৰ হৈ মুখ্য সংগঠক গৌৰাংগ বৰদলৈয়ে এক সৌহাৰ্দ্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত সংস্থাটিৰ কেতবোৰ প্ৰকল্প তথা অসমৰ বহুতো পৰিৱেশকেন্দ্ৰীক সমস্যাৰ সন্দৰ্ভত দুয়োজনৰ মাজত মত-বিনিময় হয়।
See More
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
আপুনি জানেনে ?
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
অাপুনি জানেনে ?
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
" কাম অাগত কথা পিছত , নিজৰ পৰিচয় তেহে পোহৰ " আপোনাৰ অঞ্চলতো অাছে নেকি এনে কোনো 'কৰ্মত ব্যতিক্ৰম', উদ্যমী মহিলা ? যদিহে আছে, ফটো অথবা ভিডিঅ'সহ তেখেতৰ বিষয়ে লিখি আমাৰ ঠিকনাত প্ৰেৰণ কৰক। ভ্ৰাম্যভাষঃ ৭৬৩৮৮৫৮১৪৫
DikshitaDevi3
retweeted
GO GREEN ORGANIZATION
@GOGREENORG05
about 5 years ago
অাপুনিও হ'ব বিচাৰিবনে ? গ' গ্ৰীণ অৰ্গেনাইজেশ্বন ,যোৰহাট-অসমৰ "সেউজ বান্ধৱ" || অামাৰ যোগাযোগঃ ৭৬৩৮৮৫৮১৪৫ ই-মেইলঃ
[email protected]
Last Seen Users on Sotwe
Mathilde Panot
Seen from
France
حمودي بنوتي 🏳️⚧️🌈
Seen from
United States
Onur-Begum
Seen from
Turkey
RIE_ASAHINA
Seen from
Germany
hadi
Seen from
United Arab Emirates
انا فحل يمني اي شخص ديوث او متحرر يجي خاص🔥
Seen from
Saudi Arabia
CD설화
Seen from
Korea
Hruayun
Seen from
Vietnam
han sert sker 😈 🔥
Seen from
Turkey
زهو 🫦.
Seen from
Turkey
Trends for you
1
#Verzuz
Under 10K tweets
2
Good Friday
Under 10K tweets
3
Korra
Under 10K tweets
4
#TheChi
Under 10K tweets
5
RED Friday
Under 10K tweets
6
Elon
Under 10K tweets
7
Kamu
Under 10K tweets
8
Allahu Akbar
Under 10K tweets
9
Sophie
Under 10K tweets
10
#SDCC
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241M followers
2
Barack Obama
@barackobama
119.2M followers
3
Cristiano Ronaldo
@cristiano
112M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.2M followers
9
KATY PERRY
@katyperry
88.4M followers
10
Taylor Swift
@taylorswift13
82.3M followers
11
Lady Gaga
@ladygaga
73.8M followers
12
Virat Kohli
@imvkohli
71.1M followers
13
Kim Kardashian
@kimkardashian
70.2M followers
14
YouTube
@youtube
68.7M followers
15
Bill Gates
@billgates
64.3M followers
16
Neymar Jr
@neymarjr
64M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
CNN
@cnn
61.8M followers
19
Selena Gomez
@selenagomez
61.5M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫