আমি মনত বহুত দুঃখ পাইছোঁ কিবা আশা এটা কৰিছিলোঁ আমি কিন্তু আপোনালোকে দিয়া প্ৰতিশ্ৰুতি যে পাহৰি যায় বাকী কি কম আৰু 🙂🙏 আমাৰ পঢ়া অাৰু শতাংশ একো মূল্য নোহোৱা কৰিলে 🙂 এতিয়া এনেকুৱা লাগিছে 18 বছৰ কিয় হলো 🥺 এটা হলেও ভোট পাইছিল মোৰ পৰা 😶🙏
Education Dept. Proposed to give Mobile Phones for IX and X class students', it's good but at least think for the scooty deprived batches of 2018 & 2019. Getting daily calls for a reply from them.
@WeWantScooty#EducationMinister