Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Sankor Jyoti Baruah
@JyotiSankor
Social worker
Guwahati, Assam
Joined March 2020
7
Following
356
Followers
120
Posts
Sankor Jyoti Baruah
@JyotiSankor
10 months ago
#JusticeForZubeengarg
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
#গ্ৰন্থ
#ব
’হাগ_আৰু_বজাৰ জাতীয় অৰ্থনীতি শক্তিশালী কৰাত আমাৰ চিন্তা।
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীলৈ অলেখ শুভকামনা ৷
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভকামনা ।
Who to follow
Milon Saikia
@MilonAssamnew
উপ সভাপতি সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থা
Tajuddin Ahmed
@tajuddinahmed
Every seconds counts... RT are not my views...
প্ৰানজিত দেউৰীয়া
@SmMUbbDIDGZO0qF
সভাপতি হাজো আঞ্চলিক ছাত্ৰ সন্থা
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
বহুকেইখন ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ত গৈছো৷ প্ৰায় সংখ্যক বিদ্যালয়তে গৈ এটা কথা উপলব্ধি কৰিছো যে বিদ্যালয়খনত এখন অসমীয়া অভিধান মজুত নাই ৷গতিকে এতিয়াৰ পৰা প্ৰথম পৰ্য্যায়ত
#১০০_খন_ব্যক্তিগত_খণ্ডৰ_বিদ্যালয়ত
#হেমকোষ_অভিধান
বিনামূলীয়াকৈ আমাৰ তৰফৰ পৰা বিদ্যালয়লৈ আগবঢ়াম
See More
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
নাওহলীয়া বৰকোলা গাঁৱত টাইপাৰ উদ্যোগত আয়োজিত আৰু ভাদৈ বৰপুখুৰী পাৰত সদৌ টাই আহোম ছাত্ৰ সন্হাৰ দুলীয়াজান সমিতিৰ উদ্যোগত আয়োজিত মে ডাম মেফি অনুষ্ঠানত ।
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
আগন্তুক ২০২৪-২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক তেখেতলোকৰ বাসগৃহত গৈ পৰীক্ষাৰ বাবে শুভেচ্ছা জনাও ৷
Sankor Jyoti Baruah
@JyotiSankor
over 1 year ago
দুলীয়াজানৰ টিংৰাই চাৰিআলিত অনুষ্ঠিত বুঢ়ীদিহিং মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত মুখ্য হিচাপে উপস্থিত থাকোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
মৃত্যু দিৱসৰ পৱিত্ৰ দিনটোত সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
বকুলনী চাৰিআলিৰ নিবাসী চিচিয়া বকুলনী বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক ২০২৪ বৰ্ষৰ কৃৰ্তী শিক্ষকৰ ৰাষ্ট্ৰপতি বঁটা প্ৰাপক দ্বীপেন খনিকৰ দেৱক তেখেতৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনাও ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
ভাল লগা কামবিলাক সদায় কৰি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু কৰি যাম ৷ এগৰাকী শিক্ষাৰ্থীৰ হাতত প্ৰয়োজনীয় বস্তু এপদ তুলি দিব পাৰিলে মনত সুখ আৰু আনন্দ পাওঁ ৷ সেই বাবে আজি টেঙাখাতৰ শেনচোৱা অঞ্চলৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ হাতত শৈক্ষিক যাত্ৰাত সুবিধা হোৱাকৈ একোখনকৈ চাইকেল প্ৰদান কৰোঁ ৷
See More
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত |
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
জ্ঞানৰ পোহৰ বিলাই উঠি অহা নৱপ্ৰজন্মক সমাজত সু-নাগৰিক হিচাপে গঢ় দিয়া প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ সন্দৰ্ভত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনাত মিলিত হওঁ ৷ খুব কম দিনৰ ভিতৰত কাৰ্যালয়টোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি কাৰ্যালয়টি আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা হ’ব ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত বি.ভি.এফ.চি.এলৰ অতিথিশালাত অনুষ্ঠিত হোৱা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যৌথ সভাত উপস্থিত থাকোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
অসমীয়া জাতিক ভাষা, সংস্কৃতিৰে চহকী কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথিৰ পৱিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত শতকৌটি প্রণিপাত জনালোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা দেৱৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাই তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ৷ লগতে সকলোলৈকে তেখেতৰ ওপজা দিনৰ উপলক্ষে উদযাপিত ক্ৰীড়া অভিৰুচি দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
আজি ছাত্ৰ সন্থাৰ সতীৰ্থ সকলৰ সৈতে দুলীয়াজান কেন্দ্ৰীয় নামঘৰত এখনি শৰাই আগবঢ়াই সকলোৰে কুশল মংগল কামনা কৰোঁ ৷
Sankor Jyoti Baruah
@JyotiSankor
almost 2 years ago
ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোজনৰ নামত বিদ্যুৎ মাচুলৰ অস্বাভাৱিক বৃদ্ধিয়ে গ্ৰাহকক জ্বলা-কলা খোৱাইছে ৷ বিদ্যুৎ যোগান অনিয়মীয়া ৷ বিভাগীয় কৰ্তৃপক্ষৰ কোনোধৰণৰ যুক্তিসংগত উত্তৰ নাই । বিষয়টোত মুখ্যমন্ত্ৰীৰ নিৰ্বিকাৰ ভূমিকা, অন্যথা প্ৰতিবাদ অব্যাহত থাকিব ।
Last Seen Users on Sotwe
doja doja
Seen from
Malaysia
暗ノ吽
Seen from
United States
Heart
Seen from
Germany
j
Seen from
Netherlands
ام جـؤاهــر
agt
Seen from
Panama
Hải Đăng
Seen from
Vietnam
•เจ้ามันคนโง่•
Seen from
Thailand
蒼井叶
Seen from
Brazil
Nosa 🇮🇱
Seen from
India
Trends for you
1
#HOTD
Under 10K tweets
2
Haiti
Under 10K tweets
3
#RHUGT
Under 10K tweets
4
#90DayFiance
Under 10K tweets
5
#BaddiesUSA
Under 10K tweets
6
#RHOAReunion
Under 10K tweets
7
seungkwan
Under 10K tweets
8
Woke 1
Under 10K tweets
9
Donell
Under 10K tweets
10
Ty Gibbs
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.2M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.9M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.3M followers
7
NASA
@nasa
92.3M followers
8
Justin Bieber
@justinbieber
91.5M followers
9
KATY PERRY
@katyperry
89M followers
10
Taylor Swift
@taylorswift13
82.9M followers
11
Lady Gaga
@ladygaga
74.4M followers
12
Virat Kohli
@imvkohli
71.9M followers
13
Kim Kardashian
@kimkardashian
70.5M followers
14
YouTube
@youtube
68.8M followers
15
Neymar Jr
@neymarjr
64.9M followers
16
Bill Gates
@billgates
64.6M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
62.1M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫