@himantabiswa sir, মই ডিপ্লোমা in pharmacy ৰ student, অসমৰ নৱ নিযুক্ত জনপ্ৰিয় visionary মুখ্য মন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ যে, srimanta sankardeva University and health science (SSUHS) ৰ under ত থকা pharmacy institute কেইখনৰ যোৱা বছৰ নৱেম্বৰ মাহত হব লগা final Exam তো এতিয়ালৈ
@himantabiswa , কিন্তু আমাৰ University খনে এতিয়ালৈ online exam অনুষ্ঠিত কৰিব নোৱাৰাত আমি আচৰিত হৈ পৰিছো l তাতকৈ আচৰিত কথা এইটো যে যিসময়ত অসমৰ 9 খন জিলাত পুনৰবাৰ lockdown দিয়াৰ বাবে সাজু হৈছে সেই সময়ত পুনৰ বাৰ আমাক 15 জুলাই ৰ পৰা offline exam অনুষ্ঠিত কৰিব বুলি জাননী