The ADR Rules, 2022ৰ ১২ নং অনুচ্ছেদৰ ৩ নং দফাত উল্লেখ আছে যে বিজ্ঞাপন দিয়া পদসমূহ পূৰ্ণ নহ'লে পৰৱৰ্তী তালিকাৰ ব্যৱস্থা কৰিব পাৰে। অতি শীঘ্ৰে এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি পৰীক্ষাত অৱতীৰ্ণ যুৱক-যুৱতীৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী তালিকা প্ৰস্তুত কৰি খালী হোৱা পদত নিযুক্তি দিয়া উচিত।