Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
অনুপ্ৰিয়া নাথ
@Priya_05
সফলতা সুখৰ উৎস নহয় । সুখহে সফলতাৰ উৎস ।
India
Joined December 2017
133
Following
529
Followers
620
Posts
Pinned Tweet
অনুপ্ৰিয়া নাথ
@Priya_05
about 5 years ago
বেংগলী হিন্দু শৰণাৰ্থীৰ বিৰুদ্ধে শক্তি দেখুৱাবলৈ 72টাকৈ সংগঠন ওলাই আহিছিল । আজি এজন অসমীয়া ডাক্তৰক আক্ৰমণ কৰাৰ পিছতো গেদাৰ বিৰুদ্ধে মাত মাতিবলৈ কিমানটা সংগঠন ওলাই আহিছে ?
অনুপ্ৰিয়া নাথ
@Priya_05
about 3 years ago
@RamPhookan
হয় নেকি দাদা🥰
অনুপ্ৰিয়া নাথ
@Priya_05
about 3 years ago
ঘৰতে বনালো জলকীয়াৰ আচাৰ😋
অনুপ্ৰিয়া নাথ
@Priya_05
about 3 years ago
@RamenkrDas2
হয় দাদা
Who to follow
SimpiHaloi
@SimpiHaloi
কোনো দ্বিধা নকৰাকৈ প্ৰতিটো ছেকেণ্ডৰ বাবে জীয়াই থাকক।
Anamika Talukdar
@ana_mika12
I am a simple Assamese girl..
Priyanka Boruah
@PriyankaBorua2
fashion at its best
অনুপ্ৰিয়া নাথ
@Priya_05
about 3 years ago
বছৰটোত প্ৰথমবাৰৰ বাবে আমৰ সোৱাদ ললো🥳
অনুপ্ৰিয়া নাথ
@Priya_05
over 3 years ago
@BhanimaR
@himantabiswa
@himantabiswa
ডাঙৰীয়া, 🙏
Priya_05
retweeted
Bhanima Rajbongshi
@BhanimaR
over 3 years ago
@himantabiswa
মাননীয় হিমন্ত বিশ্ব শৰ্মা ( মামা) পোন প্ৰথমে মোৰ শুভেচ্ছা গ্ৰহণ কৰিব। মামা, মই এগৰাকী শাৰীৰিকভাৱে অক্ষম ছোৱালী হʼও । মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত শিক্ষক। সৰুৰে পৰা পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবে দেউতাই মোৰ স্নাতক পঢ়াশুনা সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিছিল। ১/৪
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@Shantan46405378
চৰাইৰ লগত কথা পতাৰ পৰিণতি😂
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
অৱশেষত বাক-স্বাধীনতাই মেলানি মাগিলে । সমালোচনাক স্বীকাৰিব নোৱাৰা ব্যক্তিয়ে সংবাদ-মাধ্যমত স্থান পোৱাটো আশ্বৰ্য্যৰ বিষয় ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ChD_1980
সেইবাবেই চাগে আপোনাৰ মাত্ৰাধিক মহানতা প্ৰতিটো বাক্যতে পৰিস্ফুত হৈছে ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ChD_1980
ধন্যবাদ দাদা । বিনা বেতনত আপুনি অতীতলৈ আঙুলি টোৱাই যথেষ্ট মহৎ কাম কৰিলে । অতীতলৈ ১টা আৰু নিজলৈ ৪টা আঙুলি টোৱাই আপুনি নিজৰো যথেষ্ট মংগল সাধিছে ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ChD_1980
কেৱল মনত পেলালেই নহ'ব দাদা । সেয়া মানি চলাটোহে আচল কথা । আপোনালৈয়ো শুভেচ্ছা থাকিল ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ChD_1980
অ' দাদা, দৃষ্টিদোষ হ'লে দাপোন চাফা কৰি সময় নষ্ট কৰাতকৈ চকুৰহে চিকিৎসা কৰিব লাগে ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@Shantan46405378
@mainimahanta
আজিৰ দিনতো গাধৰ খবৰ ৰখা মহানুভৱ অতি বিৰল ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@sarcasticassame
@mainimahanta
কঁকাল ভাজ লাগিলে বৃদ্ধলোকে উঠা-বহা কৰোঁতে আনৰ সহায় লোৱা দেখা পাওঁ । পিছে অকালতে আপোনাৰ এনে অৱস্থা কোনে কৰিলেহে দাদা?
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ParthaBezbar
@mainimahanta
হয় দাদা । মূৰ্খৰ সহচৰৰ বাবে মূৰ্খৰ অভাৱ হোৱাটো সম্ভৱেই নহয় ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@ChD_1980
@mainimahanta
সম্ভৱতঃ আপুনি ঠিকেই কৈছে, দাদা । গৰুকেইটাৰ সাধ্যতাৰ উমান সিহঁতৰ মাজৰ একোটা বলধে পোৱাত আচৰিত হ'ব লগা একো নাই ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@mainimahanta
অসাধ্য সাধন কৰাৰ ব্যৰ্থ চেষ্টা নকৰি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বাইদেউ । স্বাস্থ্যই পৰম সম্পদ-সেয়া মানসিক স্বাস্থ্যই হওক বা শাৰীৰিক ।
অনুপ্ৰিয়া নাথ
@Priya_05
almost 4 years ago
@mainimahanta
চৰাইৰ ভাষা বুজিবলৈ চৰাইৰ সমানেই জ্ঞানৰ দৰকাৰ চাগে ! পিছে কি প্ৰজাতিৰ চৰাই আছিল বাৰু- পিজ্জা খোৱা কাউৰী নে ঠোঁট চেলেকা ভাটৌ ?
অনুপ্ৰিয়া নাথ
@Priya_05
about 4 years ago
আজি পৱিত্ৰ শাওনৰ প্ৰথমটো সোমবাৰ । দেৱৰো দেৱ মহাদেৱে সকলোৰে কল্যাণ কৰক । হৰ হৰ মহাদেৱ 🌸🌺🙏
অনুপ্ৰিয়া নাথ
@Priya_05
over 4 years ago
@gaurangajazz
সৰুতে খাইছিলোঁ দাদা
Last Seen Users on Sotwe
İfsababa 🔞
Seen from
Germany
#Aunty
Seen from
India
cd@Cc(读研版)
ولد
Seen from
Saudi Arabia
آلُـِـِِـِِِـِِـِـڛـ,ـفُـ,ـآحـًـًًـًًًـًًـًـح
Seen from
Germany
Mrs. Dila 🍓 TOP %0.9 ⭐️
Seen from
Turkey
Yerli seks
Seen from
Turkey
KaneRDT
Seen from
United States
Dr.マンション
Seen from
Japan
ابن الموصل ❤️🩹
Seen from
United Kingdom
Trends for you
1
#SummerSlam
Under 10K tweets
2
Dodgers
Under 10K tweets
3
Good Monday
Under 10K tweets
4
Dana Bash
Under 10K tweets
5
WNBA
Under 10K tweets
6
Kevin Owens
Under 10K tweets
7
Spider-Man
Under 10K tweets
8
#weloveyouariana
Under 10K tweets
9
Spokane
Under 10K tweets
10
Chelsea Green
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
241.1M followers
2
Barack Obama
@barackobama
119.1M followers
3
Cristiano Ronaldo
@cristiano
112.5M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107.1M followers
6
Rihanna
@rihanna
98.2M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.4M followers
9
KATY PERRY
@katyperry
88.8M followers
10
Taylor Swift
@taylorswift13
82.7M followers
11
Lady Gaga
@ladygaga
74.2M followers
12
Virat Kohli
@imvkohli
71.6M followers
13
Kim Kardashian
@kimkardashian
70.3M followers
14
YouTube
@youtube
68.7M followers
15
Neymar Jr
@neymarjr
64.5M followers
16
Bill Gates
@billgates
64.5M followers
17
The Ellen Show
@theellenshow
62.4M followers
18
Selena Gomez
@selenagomez
61.9M followers
19
CNN
@cnn
61.8M followers
20
X
@x
60.8M followers
Olivia
Online
✨
⭐
💫