@ArtistDibyajyo2@himantabiswa @ahsec12 @sarbanandsonwal Mama students or life tur kothau eabr sinta kribo jenakoi dehot koi momai dngr nhoi tnakoia Students or life ot ka exam dngr nhoi 🙏🙏✊
@jenniferahmed82@himantabiswa মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ যে SEBA আৰু AHSECৰ ৰ্কৃত্তপক্ষৰ লগত আলোচনা কৰি মেট্ৰিক, একাদশ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সমূহৰ ওপৰত এটা নিশ্চিত সিদ্ধান্ত ছাত্ৰ ছাত্ৰীক দিয়ক।
#wakeupseba#wakeupahsec@himantabiswa