Congress will become FIREFLY tomorrow as their _ _ _ will burn after seeing the inauguration of the new Parliament building .. @narendramodi@RahulGandhi@INCIndia@BJYM
শিৱ লিংগ প্ৰতিজন হিন্দুৰ বাবেই বিশ্বাস আৰু আস্থাৰ প্ৰতীক ৷ দেৱৰো দেৱ মহাদেৱ প্ৰতিজন হিন্দুৰে অতি আৰাধ্য ৷ কিন্তু এই কমেন্টবোৰ পঢ়ি চালে গম পাব এওলোকৰ মানসিকতা ৷ শিৱ লিংগক কি ধৰণে অপমান কৰিছে ৷ এওঁলোকক উচিত শাস্তি দিবলৈ অনুৰোধ জনালোঁ @himantabiswa@DGPAssamPolice@assampolice