Home
Language
English
Türkçe
Bahasa Indonesia
About
Privacy Policy
Terms of Service
Pricing
Sign In
Download All
Share
Arjun Bhuyan
@arjunbhuyan111
EX. General Secretary- (Jorhat AASU) Ex President of J.B College Students' Union.
Jorhat, India
Joined December 2017
123
Following
183
Followers
66
Posts
Arjun Bhuyan
@arjunbhuyan111
about 1 year ago
অন্ততঃ যোৰহাট বাসীৰ মৰম আৰু আৱেগক সন্মান জনাই হেলিকপ্টাৰ যোগে জুবিন দাৰ নশ্বৰ দেহ যোৰহাটলৈ এবাৰ আনিব নোৱাৰি নে??
@himantabiswa
Arjun Bhuyan
@arjunbhuyan111
over 1 year ago
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মাতৃ বীণা ভট্টাচাৰ্য্য ডাঙৰীয়ানীৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছোঁ আৰু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।
@SamujjalBhatta
Arjun Bhuyan
@arjunbhuyan111
over 1 year ago
পহিলা ব'হাগৰ দিনটোত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ, আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ আমগুৰি জাতীয় জনগোষ্ঠীয় সংগঠন আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত মুকলি বিহুত উপস্থিত থাকো।
arjunbhuyan111
retweeted
Mondip Goswami
@Immondip
over 1 year ago
হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম , তৃতীয় স্থান অধিকাৰ কৰি শৈক্ষিক নগৰী যোৰহাটলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থী আমিষী শইকীয়া আৰু অনিৰ্বাণ বৰগোহাঁইক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়
#AJYCP
#hslcresults
#jorhat
See More
Who to follow
Utpal Sarma
@Utpal_Assam
𝐏𝐫𝐞𝐬𝐢𝐝𝐞𝐧𝐭, 𝐀𝐥𝐥 𝐀𝐬𝐬𝐚𝐦 𝐒𝐭𝐮𝐝𝐞𝐧𝐭𝐬' 𝐔𝐧𝐢𝐨𝐧 (𝐀𝐀𝐒𝐔)
Milon Saikia
@MilonAssamnew
উপ সভাপতি সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থা
Kangkan Medhi
@Kangkan_mdhi
Student, Department of Law, Gauhati University. President University Law College AASU unit (2021-22). Court Member Gauhati University(2021-22)
Arjun Bhuyan
@arjunbhuyan111
over 2 years ago
নাগৰিকত্ব সংশোধনী আইন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল কৰিব লাগিবই।
#NOCAA
arjunbhuyan111's tweet video.
Arjun Bhuyan
@arjunbhuyan111
almost 3 years ago
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত জিলা সদৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
arjunbhuyan111
retweeted
Dr. Samujjal Bhattacharjya
@SamujjalBhatta
about 3 years ago
অসমীয়া জাতিৰ স্বকীয়তা আৰু ভাষা জননীৰ সুৰক্ষাৰ হকে ১৯৭২ চনৰ মাধ্যম আন্দোলনত আত্মোৎসৰ্গা কৰা ছাত্ৰ নেতা অনিল বৰাৰ আজি মৃত্যুদিৱস। শ্বহীদগৰাকীৰ ত্যাগ অসম আৰু প্ৰত্যেকজন অসমীয়াৰ বাবে চিৰস্মৰণীয় হৈ ৰৱ। আজিৰ এই দিনটোত বীৰজনাক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
Arjun Bhuyan
@arjunbhuyan111
over 3 years ago
·
Jorhat
টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহুত।
Arjun Bhuyan
@arjunbhuyan111
over 3 years ago
·
Jorhat
ছেবাই ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক।
Arjun Bhuyan
@arjunbhuyan111
about 4 years ago
·
Jorhat
আজি পবিত্ৰ ৰাস পূৰ্ণিমাৰ উপলক্ষে কাকজানস্থিত বৃহত্তৰ বামকুকুৰাচোৱা গাঁৱৰ ৰাইজৰ উদ্যোগত বামকুকুৰাচোৱা কলা কৃষ্টি সংঘত আয়োজিত ৮১ তম্ শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আপ্লুত হওঁ ।
Arjun Bhuyan
@arjunbhuyan111
about 4 years ago
আজি ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰোঁ ।
Arjun Bhuyan
@arjunbhuyan111
about 4 years ago
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
Arjun Bhuyan
@arjunbhuyan111
about 4 years ago
আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকোঁ। আজিৰ অনুষ্ঠানটোৰ জৰিয়তে কৃতীমান ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ শৈক্ষিক উত্তৰণতো অনুষ্ঠানটো সহায়ক হ'ব বুলি আমি আশা ৰাখিলোঁ।।
See More
Arjun Bhuyan
@arjunbhuyan111
about 4 years ago
·
Jorhat
আজি ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰত পবিত্ৰ ভাদমাহ উপলক্ষে উপস্থিত হৈ জিলা ছাত্ৰ সন্থাৰ সতীৰ্থসকলৰ সহিতে এখনি শৰাই আগবঢ়াঁও। শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা প্ৰতিষ্ঠিত আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰভাগিত প্ৰজ্বলিত হৈ থকা অক্ষয়বন্তিৰ সন্মূখত সেৱা জনাও।
See More
Arjun Bhuyan
@arjunbhuyan111
over 4 years ago
চক্ৰপাণি পৰাশৰ সৈতে আজিৰ "গণসংযোগ"ত যোৰহাটৰ সবিশেষ।।
arjunbhuyan111's tweet video.
Arjun Bhuyan
@arjunbhuyan111
over 4 years ago
সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কাৰ্যসূচীৰ আধাৰত যোৰহাট জিলা ছাত্ৰ সন্থা উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোটৰ সহযোগত আয়োজন কৰা বিনামূলীয়া প্ৰাক পৰীক্ষা প্ৰশিক্ষণ শিৱিৰটোৰ আজি শুভাৰম্ভণী কৰা হয় ।
Arjun Bhuyan
@arjunbhuyan111
over 4 years ago
অসম চৰকাৰৰ তৃতীয় আৰু চৰ্তুথ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে আবেদনকাৰীসকলক প্ৰস্তুত কৰাৰ উদ্দেশ্যে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোটৰ সহযোগত বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে ।
@SamujjalBhatta
See More
Arjun Bhuyan
@arjunbhuyan111
over 4 years ago
সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক, মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাই উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত ।
See More
Arjun Bhuyan
@arjunbhuyan111
over 4 years ago
সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় "আছু" গোটৰ সহযোগত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ দক্ষতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা এক বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে ।
arjunbhuyan111
retweeted
Dr. Samujjal Bhattacharjya
@SamujjalBhatta
over 4 years ago
উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (NESO)ৰ অধ্যক্ষ চেমুৱেল জেওৰাৰ পিতৃৰ বিয়োগৰ বাতৰি পাই নেছ' আৰু আছুৰ এক প্ৰতিনিধি দল শ্বিলংস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।সমাধিস্থলীত উপস্থিত হৈ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে।
Last Seen Users on Sotwe
SUB 4 SPIT + PHLEGM MASTERS
Seen from
Germany
mens male
Seen from
Indonesia
মধুওয়ালা
desi bull
Seen from
France
Cuck Old
Seen from
United States
おにゃか
Seen from
Indonesia
sexting
Seen from
Turkey
arota
Seen from
Indonesia
Sissy Samsun
Seen from
Turkey
koko
Seen from
Egypt
Trends for you
1
Rikers
Under 10K tweets
2
Riemann Hypothesis
Under 10K tweets
3
#paobc
Under 10K tweets
4
#FursuitFriday
Under 10K tweets
5
Good Friday
Under 10K tweets
6
#FridayVibes
Under 10K tweets
7
#LastFourWatched
Under 10K tweets
8
RED Friday
Under 10K tweets
9
Waka Flocka
Under 10K tweets
10
New Yorkers
Under 10K tweets
Most Popular Users
1
Elon Musk
@elonmusk
240.5M followers
2
Barack Obama
@barackobama
118.7M followers
3
Cristiano Ronaldo
@cristiano
114.4M followers
4
Donald J. Trump
@realdonaldtrump
111.8M followers
5
Narendra Modi
@narendramodi
107M followers
6
Rihanna
@rihanna
98.7M followers
7
NASA
@nasa
92.2M followers
8
Justin Bieber
@justinbieber
91.8M followers
9
KATY PERRY
@katyperry
90M followers
10
Taylor Swift
@taylorswift13
84M followers
11
Lady Gaga
@ladygaga
75.5M followers
12
Virat Kohli
@imvkohli
73.4M followers
13
Kim Kardashian
@kimkardashian
70.8M followers
14
YouTube
@youtube
68.7M followers
15
Neymar Jr
@neymarjr
66.3M followers
16
Bill Gates
@billgates
65.2M followers
17
Selena Gomez
@selenagomez
63M followers
18
The Ellen Show
@theellenshow
62.1M followers
19
CNN
@cnn
61.7M followers
20
X
@x
60.6M followers
Olivia
Online
✨
⭐
💫