এই ক্ষণ ঐতিহাসিক!
এই ক্ষণ অমূল্য!
মা ভাৰতী আৰু আই অসমীৰ সেঁৱাত সমৰ্পিত মনোভাৱেৰে নিমগ্ন হোৱাত ভগৱানে আপোনাক শক্তি দিয়ক।
আমাৰো এই ঐতিহাসিক ক্ষণৰ সাক্ষী হোৱাৰ সৌভাগ্য হল।
ভাৰত মাতা কি জয়।
জয় আই অসম।।
@narendramodi@himantabiswa@NitinNabin@BJP4India@DilipSaikia4Bjp
এই জয় জনতা জনাৰ্দনৰ জয়।
This is the victory of Janata Janardan
ভুৱা, মিছলীয়া, Fake Narrative ৰ বিৰুদ্ধে বিকাশ আৰু বিৰাছতৰ, নিয়ত আৰু নীতিৰ, স্বদেশ আৰু স্বজাতিৰ বিজয়।
অসম আৰু পশ্চিমবংগৰ অভিলেখ সংখ্যক ভোটদান সন্দৰ্ভত আমাৰ বক্তব্য
📷 অভিলেখ সংখ্যক ভোটদান নিৰ্বাচন আয়োগৰ SR বা SIR বাবে হৈছে নেকি?
📷 SR বা SIR জৰিয়তে কেৱল সংখ্যালঘু লোকৰহে ভোট কৰ্তন হৈছে নেকি?
@himantabiswa@DilipSaikia4Bjp@BJP4India@BJP4Assam#followers