Central Ghy constituency reflects a harsh reality-> when 3 out of 4 voters are outsiders, it isn’t sudden; it’s the result of years of change. The same pattern is spreading across the state. This isn’t just data, it’s a warning sign. If this doesn’t wake us up, what will?(1/2)
মা কচম! "দেশ সেৱা"ৰ মনোভাৱ আমাৰ মহান নেতাসকলৰ হাড়ে-হিমজুৱে ইমানেই গভীৰভাৱে শিপাই আছে যে নিৰ্বাচনী টিকট লাভ নকৰিলে দল সলনি কৰিব, কিন্তু দেশ সেৱা কৰিহে এৰিব কে**। #poliTICKLE_Circus
এজন নৰঘাতকক bjp য়ে কিয়,কি কাৰণত শিৱসাগৰত প্ৰাথিত্ব দিছে এই কথা শিৱসাগৰৰ ৰাইজক জনাওক।কি গুণ আৰু দক্ষতাৰ বাবে এক নৰঘাতকক bjpয়ে আপোন কৰি লৈছে এই কথা জনাৰ অধিকাৰ ৰাইজৰ আছে।
"Representing the unified opposition alliance, Chowdhury (@KunkiCofficial) carries the collective mandate of partner parties including the Congress, Raijor Dal, CPI(M), CPI(ML), and APHLC."
https://t.co/GsoaZDeoIe