Top Tweets for #JoinAAPAssam
আপ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰু বৰচলা বিধানসভা সমষ্টিৰ উদ্যোগত আৰু Rishiraj Kaundinya ৰ নেতৃত্বত আজি আম আদমি পাৰ্টীৰ বৃহৎ জন সম্পৰ্ক অভিযানৰ শুভাৰম্ভনী ৰেলী।
#AAP4Assam #JoinAAPAssam #AAPSonitpur
আজি ধেমাজি জিলাৰ গোগামুখ কাসুতলি পঞ্চায়তত অৰ্ধ শতাধিক জনতাই অৰবিন্দ কেজৰীৱাল ডাঙৰীয়াৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ "আম আদমি পাৰ্টী"ত যোগদান কৰে।
সকলোকে আপৰ পৰিয়াল লৈ স্বাগতম জনাইছোঁ৷
#AAP4Assam #JoinAAPAssam

Today, at the AAP Assam headquarters in Guwahati, around 50 men and women from different party organizations joined the Aam Aadmi Party (AAP) in the presence of state coordinator Dr. Bhaben Chowdhury and other state officials.
#AAP4Assam #JoinAapAssam

There are more than 100 active members of BJP, CPIM and Congress joined the @AamAadmiParty at a joining ceremony held in Sarbhag constituency of Barpeta district this evening.
#AAP4Assam #JoinAapAssam

আজি সন্ধিয়া বৰপেটা জিলাৰ সৰভোগ সমষ্টিত অনুষ্ঠিত হোৱা 'আপ’ৰ যোগদান কাৰ্যসূচীত BJP, CPIM, Congress দলৰ ১০০ তকৈ অধিক সক্ৰিয় সদস্যই আম আদমি পাৰ্টীত যোগদান কৰে।
#AAP4Assam #JoinAapAssam

आज @AamAadmiParty बारपेटा जिला के समन्वयक संजीव अग्रवाल के नेतृत्व में बागबार विधानसभा क्षेत्र में पोस्टर अभियान शुरू किया है.
@AAP4Assam
#AAP4Assam
#JoinAapAssam

আজি বৰপেটা জিলাৰ সমন্বয়ক সঞ্জীব আগৰৱালাৰ নেতৃত্বত বাঘবৰ সমষ্টিত আম আদমি পার্টীৰ পোষ্টাৰিংৰ জৰিয়তে চলিছে প্রচাৰ অভিযান।
Joining Link https://t.co/weiVp4IwcJ
📞 Misscall Number
8010102626
#AAP4Assam
#JoinAapAssam

দেশত কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ তথা বিজেপিৰ গেৰুৱা দেশপ্ৰেম তথা পুঁজিৰ হাতত আত্মসমৰ্পণৰ পৰিপ্ৰেক্ষিতত "আম আদমি পাৰ্টী"য়ে চূড়ান্ত দেশপ্ৰেম, চূড়ান্ত সততাৰ লগতে চূড়ান্ত মানৱতাৰ আদৰ্শ আগত ৰাখি ৰাইজৰ হকে আগুৱাই আহিছে।
#JoinAAPAssam #AAP4Assam

"আম আদমি পাৰ্টী"য়ে চূড়ান্ত দেশপ্ৰেম, চূড়ান্ত সততাৰ লগতে চূড়ান্ত মানৱতাৰ আদৰ্শ আগত ৰাখি ৰাইজৰ হকে আগুৱাই আহিছে।
আপুনিও সহযোগ কৰক
Joining Link-
https://t.co/MRdpryYG3D
Misscall number-
8010102626
#JoinAAPAssam #AAP4Assam

জিলা কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ কাৰ্যসূচীৰ অধীনত আজি কামৰূপ মহানগৰ জিলাত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত 'আপ' অসমৰ ৰাজ্যিক সমিতিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে কামৰূপ মহানগৰ জিলাৰ কৰ্ম-কৰ্তাসকল উপস্থিত থাকে।
আম আদমি হৈছে, আম আদমিৰ শক্তি !!
#AAPRising
#AAP4Assam
#JoinAAPAssam

আজি লক্ষীমপুৰ জিলা কার্যালয়ত কর্মকর্তা সকলৰ সভা
অনুষ্ঠিত কৰা হয় ।
এই সভাত উপস্থিত আজি 'আপ' অসমৰ ৰাজ্যিক নেতৃবৰ্গ ক্ৰমে ব্জাৰবম কুটুম, আৰু নৱজ্যোতি চেতিয়া উপস্থিত থাকে।
আম আদমি হৈছে, প্ৰগতিশীল চিন্তাৰ শক্তি !!
#AAPRising
#AAP4Assam
#JoinAAPAssam

আগন্তুক ২৬ জানুৱাৰী লৈ পাঞ্জাৱত খোলা হ'ব ৬০০ নতুন মহল্লা ক্লিনিক। দিল্লীৰ পিছত এইবাৰ পাঞ্জাৱত আৰম্ভ হৈছে কামৰ ৰাজনীতি।
কামৰ ৰাজনীতিৰ বাবে
অসমতো দৰকাৰ, 'আপ'ৰ চৰকাৰ !!
#JoinAAPAssam Give Misscall
8010102626

আগন্তুক ২৬ জানুৱাৰী লৈ পাঞ্জাৱত খোলা হ'ব ৬০০ নতুন মহল্লা ক্লিনিক। দিল্লীৰ পিছত এইবাৰ পাঞ্জাৱত আৰম্ভ হৈছে কামৰ ৰাজনীতি।
কামৰ ৰাজনীতিৰ বাবে
অসমতো দৰকাৰ, 'আপ'ৰ চৰকাৰ !!
#JoinAAPAssam Give Misscall
8010102626

"আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত"
আজি ১৪ নবেম্বৰ শিশু দিৱস উপলক্ষে অকণি সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
#AAP4Assam
#AAPRising
#AamAadmiParty
#joinaapassam
#AAPAssam
#অৰবিন্দ_কেজৰিৱাল

আজি গোলাঘাট জিলাত অনুষ্ঠিত হয় কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ। @RudrankurH @jayanta0018
@beingAAPian @handique_brojen
#AAPRising
#AAP4Assam
#JoinAAPAssam

আজি গোলাঘাট জিলাত অনুষ্ঠিত হোৱা কৰ্মকৰ্তা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানত আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক @beingAAPian (ৰাজেশ শৰ্মা), ডাঙৰীয়াৰ লগতে কেইবাজনো ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।
#AAPRising
#AAP4Assam
#JoinAAPAssam

জিলা কৰ্মকৰ্তা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত আজি লক্ষীমপুৰ জিলাতো এখন কৰ্মকৰ্তা প্ৰশিক্ষণ সভাৰ অনুষ্ঠিত হয়। উক্ত সভাত 'আপ' অসমৰ ৰাজ্যিক নেতৃবৰ্গ ক্ৰমে ব্ৰজেন সন্দিকৈ, জাৰবম কুটুম, ৰাজীৱ আহমেদ, দিব্যজ্যোতি কুলি আৰু নৱজ্যোতি চেতিয়া উপস্থিত থাকে।
#AAPRising
#AAP4Assam
#JoinAAPAssam


বৰাক-ব্ৰহ্মপুত্ৰ সকলোতে চলিছে
"আপ"ত যোগদান !!
সৎ ৰাজনীতি প্ৰতিষ্ঠাৰ হকে
আপুনিও আগবাঢ়ি আহক !!
আজিয়েই 'আম আদমি পাৰ্টী'ত
যোগদান কৰক-
Misscall number-
8010102626
Joining Link-
https://t.co/ct68qgrp7i
#AAP4Assam
#JoinAAPAssam

Last Seen Hashtags on Sotwe
DistrictPromo
Seen from United States
spiceupyourscouting
Seen from United States
avakoxx
Seen from Egypt
exgirlfriend
Seen from Netherlands
bigtitty
Seen from Germany
publicflashvip
Seen from Brazil
minichat()************filter:native_video
bdsm chinese
Seen from Germany
asian #shemale
Seen from United Kingdom
กลุ่มเด็ก
Seen from Thailand
Trends for you
Most Popular Users

Elon Musk 
@elonmusk
241.5M followers

Barack Obama 
@barackobama
118.9M followers

Cristiano Ronaldo 
@cristiano
114.6M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.1M followers

Rihanna 
@rihanna
98.7M followers

NASA 
@nasa
92.3M followers

Justin Bieber 
@justinbieber
91.8M followers

KATY PERRY 
@katyperry
90M followers

Taylor Swift 
@taylorswift13
84M followers

Lady Gaga 
@ladygaga
75.5M followers

Virat Kohli 
@imvkohli
73.5M followers

Kim Kardashian 
@kimkardashian
70.9M followers

YouTube 
@youtube
68.8M followers

Neymar Jr 
@neymarjr
66.5M followers

Bill Gates 
@billgates
65.2M followers

Selena Gomez 
@selenagomez
63.1M followers

The Ellen Show
@theellenshow
62.2M followers

CNN 
@cnn
61.8M followers

X 
@x
60.7M followers




































