GMC Mayor has announced that Gauhati residents will be cut off from electricity after Dec 31st 2022, if they do not link APDCL consumer nos with GMC holding nos.
AAP Assam calls this as an illegal act, where GMC has no power to disconnect electricity connection from the citizens.
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে উদঙালে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন BJP চৰকাৰৰ এক বিফলতা
অসমৰ স্বাস্থ্য খণ্ডৰ পয়ালগা স্বৰূপ ।
অসমত ৰক্তহীনতাত আক্রান্ত সর্বাধিক শিশু।
আজি @AAP4Assam ৰ সামাজিক মাধ্যমৰ গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে AAP NorthEast State Incharge শ্ৰীযুত @beingAAPian (ৰাজেশ শৰ্মা) ডাঙৰীয়া। লগতে বিভিন্ন জিলাৰ পৰা অহা আমাৰ পৰিয়ালৰ সদস্যসকল।
মোৰ দল মোৰ পৰিয়াল। এই পৰিয়ালটোক একত্ৰিত আৰু শক্তিশালী কৰাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব।
AAP को लेकर नहीं, देश को लेकर मेरा Vision है🇮🇳
जाति-धर्म के नाम पर हिंसा न हो—अगर लोग इकट्ठा होकर काम नहीं करेंगे,वो देश आगे बढ़ ही नहीं सकता
हम ऐसा देश चाहते हैं जहां कोई भूखा न सोए
गरीब को भी Best शिक्षा-स्वास्थ्य मिले, और अमीर बने—भारत शिक्षा का Hub बने
—CM @ArvindKejriwal