Top Tweets for #KejriwalForAssam
আপ, অসমৰ যুৱনেতা নীলমণি শইকীয়া আৰু আপ, অসমৰ উদ্যমী সদস্য জাৰবম কুটুম ডাঙৰীয়াই আজি বানপীড়িত চিপাঝাৰ অঞ্চলৰ ৰাইজৰ মাজত বানসাহাৰ্য বিতৰণ কৰে।
#AssamFloods #AAPForAssam #KejriwalForAssam

গুৱাহাটীবাসী ৰাইজে যোৱা মিউনিচিপাল নিৰ্বাচনত দ্বিতীয় স্থানত অধিস্থিত কৰিছিল। আম আদমি পাৰ্টীয়ে দাবী জনাই যে গুৱাহাটীকে ধৰি অসমৰ বানপানী সমস্যাৰ সমাধানৰ বাবে বদ্ধপৰিকৰ।
#AAPForAssam #KejriwalForAssam #AssamFloods
অসমৰ বানপানীৰ সমস্যাটোৰ সমাধান আৰু বানসাহাৰ্যৰ ক্ষেত্ৰত চৰকাৰক সচেষ্ট হ'বলৈ আহ্বান আপ, অসমৰ নেতা ৰমেন বৰঠাকুৰৰ।
#AAPForAssam #KejriwalForAssam #AssamFloods
আমাৰ সম্পদসমূহ কেন্দ্ৰীয় চৰকাৰৰ, কিন্তু আমাৰ সমস্যাসমূহ তেওঁলোকে সমাধান কৰাৰ বাবে আগ্ৰহী নহয়। অসমক আজিও কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে ব্যৱহাৰ কৰে বুলি চাঞ্চল্যকৰ অভিযোগ আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অসমত এতিয়া চাৰিওফালে বানৰ তাণ্ডৱ চলিছে। আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী ডাঙৰীয়াই আজি এক সংবাদমেল যোগেদি বানপানী সমস্যাৰ স্থায়ী সমাধান তথা বন্যাক্ৰান্তক সাহাৰ্য আগবঢ়াবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অসম প্ৰাদেশিক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰ ডাঙৰীয়াক আম আদমি পাৰ্টীলৈ আদৰণি জনোৱাৰ মুহূৰ্তত আপৰ কেন্দ্ৰীয় নেতৃত্ব।
#AAPForAssam #KejriwalForAssam #JoinAAP

বন্যাক্ৰান্ত ৰাইজৰ মাজত আম আদমি পাৰ্টী, অসমৰ নেতা মনোজ ধানোৱাৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা জামিন লাভ কৰাত উৎফুল্লিত আপ, অসমৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতিক্ৰিয়া।
#ArvindKejriwal #AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অসমৰ যুৱপ্ৰজন্মক উদ্দেশ্যি দিল্লীৰ কেবিনেট মন্ত্ৰী গোপাল ৰায় ডাঙৰীয়াই আজি অনুষ্ঠিত হোৱা "ৰোজগাৰ সংসদ"ত বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
ডিব্ৰুগড়ত এখন তিনিকোণীয়া যুঁজ হ'ব। লোকসভা নিৰ্বাচনৰ আগন্তুক ফলাফলৰ সম্পৰ্কে যথেষ্ট আশাবাদী আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
দৰাচলতে অসম চৰকাৰে বিচৰা নাই যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থাকক, তেওঁলোকে নিজৰ ব্যৱসায় চলাই থাকক। এইবাবেই ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে বটলীফ ফেক্টৰিসমূহ বন্ধ কৰিবলৈ আগবাঢ়িছে। এই মন্তব্য আপ, অসমৰ নেতা মনোজ ধানোৱাৰৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
ক্ষুদ্ৰ চাহ খেতিয়কসকলক পৰিকল্পিতভাৱে ধ্বংস কৰি চৰকাৰে অসমৰ চাহ শিল্পক সম্পূৰ্ণৰূপে বৃহত পুঁজিপতিৰ হাতত গটাই দিবলৈ আগবাঢ়িছে। এইসম্পৰ্কে আজি এখন সংবাদমেল সম্বোধন কৰি সোচ্চাৰ হৈ উঠিল আপ, অসমৰ নেতা মনোজ ধানোৱাৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
আগন্তুক লোকসভা নিৰ্বাচনৰ সম্ভাব্য ফলাফলক লৈ আত্মবিশ্বাসী আপ, অসম। #LokSabhaElection2024 #AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
পাটকাই বেল্টত হৈ থকা অবৈধ ৰেট হ'ল কয়লা খননৰ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ নীৰৱতাই কিহৰ ইংগিত দিছে সেয়া স্পষ্ট হৈ পৰিছে। আমি আম আদমি পাৰ্টীয়ে দাবী জনাও যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অবৈধ কয়লা খননসমূহৰ সম্পৰ্কে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল #himantabiswasarma
ৰাজ্যৰ দুৰ্যোগৰ সময়ত পীড়িতসকলৰ কাষত থাকি তেওঁলোকক সহায় কৰিবলৈ আপৰ সকলো কৰ্মীকে আহ্বান জনাইছে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালকে যথোপযুক্ত সাহাৰ্য প্ৰদান কৰি পুনৰ সংস্থাপনৰ দাবী জনালে আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
ৰাজ্যৰ চাৰিওফালে প্ৰাকৃতিক দুৰ্যোগত ব্যাপক ধন-জনৰ ক্ষতি হৈছে। এইসময়চোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ কাষত থাকি সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ ৰাজ্যৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছেগৈ ছিংগাপুৰত।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
যিসময়ত ৰাজ্যখনত চাৰিওফালে ধুমুহা, বানপানী, ভূমিস্খলন আদি দুৰ্যোগে আগুৰি ধৰিছে সেইসময়চোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ব্যস্ত ছিংগাপুৰত প্ৰমোদ ভ্ৰমণত। এইসম্পৰ্কে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা আপ, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অসমত যোৱাকেইটা বছৰত কিমান বন ধ্বংস হৈছে আৰু তাৰ পৰিপূৰণ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা হাতত লৈছে সেই তথ্য ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই আপ, অসমৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
অভিলেখসংখ্যকভাৱে অসমত ব্যাপক হাৰত বনধ্বংস হৈছে। এই ব্যাপক বনধ্বংসই অসমৰ পাৰিৱেশিক ভাৰসাম্যতালৈ ভাবুকি কঢ়িয়াই আনিছে।
#AAPForAssam #KejriwalForAssam #অসমতো_কেজৰিৱাল
Most Popular Users

Elon Musk 
@elonmusk
241.5M followers

Barack Obama 
@barackobama
118.9M followers

Cristiano Ronaldo 
@cristiano
114.6M followers

Donald J. Trump 
@realdonaldtrump
111.8M followers

Narendra Modi 
@narendramodi
107.1M followers

Rihanna 
@rihanna
98.7M followers

NASA 
@nasa
92.3M followers

Justin Bieber 
@justinbieber
91.8M followers

KATY PERRY 
@katyperry
90M followers

Taylor Swift 
@taylorswift13
84M followers

Lady Gaga 
@ladygaga
75.5M followers

Virat Kohli 
@imvkohli
73.5M followers

Kim Kardashian 
@kimkardashian
70.9M followers

YouTube 
@youtube
68.8M followers

Neymar Jr 
@neymarjr
66.5M followers

Bill Gates 
@billgates
65.2M followers

Selena Gomez 
@selenagomez
63.1M followers

The Ellen Show
@theellenshow
62.2M followers

CNN 
@cnn
61.8M followers

X 
@x
60.7M followers





